অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৩ নৱেম্বৰ

জন্ম

  • ১৮০৪ফ্ৰেঙ্কলিন পিয়েৰছ, আমেৰিকাৰ ১৪ সংখ্যক ৰাষ্ট্ৰপতি।
  • ১৯২৬সত্য সাই বাবা, ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু।
  • ১৯৩০গীতা দত্ত জন্মগত নাম গীতা ঘোষ ৰায়চৌধুৰী, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
  • ১৯৩৩ইমৰান শ্বাহ, কথা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
  • ১৯৫৭উইলিয়াম কেলিন জুনিয়ৰ, হাৰ্ভাড বিশ্ববিদ্যালয় আৰু ডানা ফাৰ্বাৰ কেঞ্চাৰ ইনষ্টিটিউটত মেডিচিন বিভাগৰ অধ্যাপক।
  • ২৯৬২ঔম বিৰলা, ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ ১৭তম লোকসভাৰ অধ্যক্ষ।

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ