উৎসৱ-পঞ্জিকা ২০২৭
বিহুৰ পৰা ৰাসলৈ, লাচিত দিৱসৰ পৰা অসম দিৱসলৈ: বছৰৰ প্ৰতিটো উৎসৱ আৰু স্মৰণীয় দিনৰ তাৰিখ আৰু প্ৰবন্ধ। এই পঞ্জিকা অনুসৰিয়েই বেটুপাতৰ মূল প্ৰবন্ধ সলনি হয়।
জানুৱাৰী
- ১৪জানুৱাৰী মাঘ বিহু ভোগালী বিহুউৰুকাৰ ভোজ, মেজিৰ জুই আৰু পিঠা-পনাৰে শস্য চপোৱাৰ আনন্দ উদ্যাপন।
-
১৭জানুৱাৰী
শিল্পী দিৱস ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিতৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুতিথি; অসমৰ শিল্পী সমাজৰ শ্ৰদ্ধাৰ দিন।
-
২৬জানুৱাৰী
গণৰাজ্য দিৱস১৯৫০ চনত ভাৰতৰ সংবিধান কাৰ্যকৰী হোৱাৰ দিন।
-
৩১জানুৱাৰী
মে-ডাম-মে-ফিটাই-আহোমসকলে পূৰ্বপুৰুষক সোঁৱৰি পালন কৰা সমূহীয়া উৎসৱ।
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে’
জুন
আগষ্ট
ছেপ্তেম্বৰ
অক্টোবৰ
-
৭অক্টোবৰ
দুৰ্গা পূজাশৰতৰ আগমনত দেৱী দুৰ্গাৰ আৰাধনা; মণ্ডপে মণ্ডপে উৎসৱৰ আমেজ।৫ অক্টোবৰ – ৯ অক্টোবৰ · চন্দ্ৰ-তিথি অনুসৰি
-
১৭অক্টোবৰ
কাতি বিহু কঙালী বিহুতুলসীৰ তলত চাকি, পথাৰত আকাশ-বন্তি; শস্যৰ মংগল কামনাৰ নীৰৱ বিহু।
-
২৯অক্টোবৰ
দীপাৱলী দেৱালীচাকি-বন্তিৰ পোহৰে আন্ধাৰ আঁতৰোৱাৰ উৎসৱ।২৮ অক্টোবৰ – ২৯ অক্টোবৰ · চন্দ্ৰ-তিথি অনুসৰি
নৱেম্বৰ
ডিচেম্বৰ
চন্দ্ৰ-তিথি অনুসৰি পালন কৰা উৎসৱৰ তাৰিখ স্থানভেদে এদিন আগ-পিছ হ’ব পাৰে। বিহুৰ তাৰিখ সংক্ৰান্তি অনুসৰি সাধাৰণতে স্থিৰ। কোনো তাৰিখত ভুল দেখিলে সংশ্লিষ্ট প্ৰবন্ধৰ “সংশোধনৰ পৰামৰ্শ” বুটাম ব্যৱহাৰ কৰক।

