ৰাজবংশী বা তাজপুৰীয়া১ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি অসমীয়া-বাঙালী উপগোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ নেপালত ব্যৱহাৰ কৰা হয়। ভাষাটো ৰাজবংশী ভাষাৰ সৈতে সম্বন্ধিত, কিন্তু পৃথক, যদিও কোনো কোনোৱে ৰাজবংশী ভাষাকো চুটিকৈ ৰাজবংশী বা কমতাপুৰী নামেৰে অভিহিত কৰে। ৰাজবংশী, কমতাপুৰী আৰু সুৰজাপুৰীয়ে একেলগে "কমতাপুৰী, ৰাজবংশী আৰু উত্তৰ বংগীয়" ভাষাগোষ্ঠী গঠন কৰে, যি আদি-কামৰূপীৰ পৰা উদ্ভাৱিত দুই শাখাৰ পশ্চিমীয়া শাখা। অন্য শাখাটোৱে আদি-অসমীয়াৰ ৰূপ লৈছিল।২
ধ্বনিতত্ত্ব
এই শাখাৰ ভিত্তি Wilde 2008।
ব্যঞ্জনধ্বনি
| Labial | Dental/ Alveolar | Retroflex | Palatal | Velar | গ্লটেল | ||
|---|---|---|---|---|---|---|---|
| Stop | voiceless | ||||||
| aspirated | |||||||
| voiced | |||||||
| breathy | |||||||
| Affricate | voiceless | ||||||
| aspirated | |||||||
| voiced | |||||||
| breathy | |||||||
| Fricative | |||||||
| Nasal | plain | ||||||
| breathy | |||||||
| Trill | plain | ||||||
| breathy | |||||||
| Approximant | lateral | ||||||
| lateral br. | |||||||
| central |
- ক প্ৰায়, শুনা যায় কোনো কোনো সময়ত
- আৰু ৰ অন্য ৰূপ আৰু .
- ৰ অন্য ৰূপ .
- ক ৰূপেৰেও উচ্চাৰণ কৰা হয়
- ৰ অন্য ৰূপ [].
- ক শব্দসহিত বা শব্দহীন ৰূপেৰেও উচ্চাৰণ কৰা যাব পাৰে শব্দৰ আদিত
- ক ৰ ৰূপতো শুনা যায় দন্তীয় ধ্বনিৰ আগত, আৰু ৰূপত মূৰ্ধন্য ধ্বনিৰ আগত
- শব্দৰ শেষৰ শব্দহীন হৈ যাব পাৰে
- ৰ ব্যৱহাৰ কৰা হয়, কিন্তু সিহঁতক ৰ ৰূপহে জ্ঞান কৰা হয়
স্বৰবৰ্ণ
| Front | Central | Back | ||
|---|---|---|---|---|
| High | ||||
| Mid | ||||
| Low |
উপৰ্যুক্ত স্বৰধ্বনিৰ উপৰিও এই যুক্তস্বৰসমূহ ৰাজবংশীত পোৱা যায়: /ie, iæ, iu, iʌ, ui, uæ, uʌ, ei, eu, æi, æu, ʌi, ʌu/।
- /i, e/ ৰ চুটি ৰূপ [ɪ, ɛ]।
- ক ৰ ৰূপতো ব্যৱহাৰ কৰা হয়
- ক ৰূপতো শুনা যায়৩
তথ্য সংগ্ৰহ
- Toulmin, Mathew W. S. (2009). From linguistic to sociolinguistic reconstruction: the Kamta historical subgroup of Indo-Aryan. Pacific Linguistics 604. Research School of Pacific and Asian Studies, The Australian National University. ISBN 978-0-85883-604-4
- Wilde, Christopher P. (2008). A Sketch of the Phonology and Grammar of Rājbanshi. University of Helsinki
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজবংশী ভাষা (নেপাল)” প্ৰবন্ধৰ সংশোধন ৫৬৫০০২ (১৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।