অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৩১ মে'

১৮৫৯ – ক্লক টাৱাৰ (The clock tower)-ৰ বিগ বেং (Big Ben) নামৰ ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল। ১৮৮৯ - পেৰিচৰ আইফেল টাৱাৰ উদ্বোধন। ১৯১১ – উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত আৰ.এম.এছ. টাইটানিকৰ শুভ উদ্বোধন কৰা হৈছিল। ১৯৩৫ - কোয়েটা (বেলুচিস্তানৰ) ভূমিকম্পত ৫০ হাজাৰ লোকৰ মৃত্যু হৈছিল।

হালনাগাদ: ২৯ মে’ ২০২৩ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৮৫৯ – ক্লক টাৱাৰ (The clock tower)-ৰ বিগ বেং (Big Ben) নামৰ ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল।
  • ১৮৮৯ - পেৰিচৰ আইফেল টাৱাৰ উদ্বোধন।
  • ১৯১১ – উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত আৰ.এম.এছ. টাইটানিকৰ শুভ উদ্বোধন কৰা হৈছিল।
  • ১৯৩৫ - কোয়েটা (বেলুচিস্তানৰ) ভূমিকম্পত ৫০ হাজাৰ লোকৰ মৃত্যু হৈছিল।
  • ১৯৫২ - ভাৰতৰ শিক্ষা মন্ত্ৰণালয়ৰ সহযোগত সংগীত নাটক একাডেমী প্ৰতিষ্ঠা কৰা হয়।
  • ২০০২ - ফিফাৰ ১৭তম বিশ্বকাপ ফুটবল দক্ষিণ কোৰিয়াৰ চিউলত আৰম্ভ হৈছিল। দক্ষিণ কোৰিয়া জাপানৰ সৈতে যৌথ আয়োজক আছিল।

জন্ম

  • ১৫৭৭ - নুৰ জাহান, মোগল সম্ৰাজ্ঞী আৰু সম্ৰাট জাহাঙ্গীৰৰ প্ৰধান ৰাণী আছিলে। (মৃত্যু: ১৬৪৫)
  • ১৭২৫ - মহাৰাণী অহল্যাবাই হোলকাৰ, ভাৰতৰ মাৰাঠা সংঘৰ মালৱা ৰাজ্যৰ হলকাৰ ৰাণী আছিল।
  • ১৯১২ - চিয়েন-চিউং উ, চীনা-আমেৰিকান পদাৰ্থবিজ্ঞানী, তেখেতে তেজস্ক্ৰিয়তাৰ গৱেষণাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। (মৃত্যু: ১৯৯৭)
  • ১৯১৮ - ৱাল্ট হুইটমেন, কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক।
  • ১৯৪৬ - পুনিতা আৰোৰা, ভাৰতীয় থলসেনা আৰু ভাৰতীয় নৌসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত ফ্লেগ অফিচাৰ।
  • ১৯৪৬ - ষ্টিভ বাকনৰ, জামাইকাৰ বিখ্যাত আন্তৰ্জাতিক ক্ৰিকেট আম্পায়াৰ।
  • ১৯৫৬ - সূৰ্যকান্ত হাজৰিকা, ভাৰতীয় সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ।
  • ১৯৬৬ - ৰোচন মহানামা, শ্ৰীলঙ্কাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৭২ - শিৱানী বৰ্মা, ভাৰতীয় ৰাজযোগ ধ্যান গুৰু আৰু আধ্যাত্মিক বক্তা।
  • ১৯৯২ - শোভিতা ধূলিপালা, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু

দিৱস

তথ্যসূত্ৰ

  1. ↑ Bollywood playback singer KK passes away while performing at a concert. DNA India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩১ মে'” প্ৰবন্ধৰ সংশোধন ৩৬৭৬০৫ (২৯ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।