অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৭ মে'

১৯১৯ - জালিয়ানাৱালাবাগৰ ঘৃণ্য আৰু বৰ্বৰোচিত হত্যাকাণ্ডৰ( ১৯১৯ চনৰ ১৩ এপ্ৰিল) প্ৰতিবাদ জনাই ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা "নাইট" উপাধি ত্যাগ কৰে আৰু বৰলাট লৰ্ড চেমচ ফোৰ্ডক চিঠি দিয়ে। ১৯৫২ - ইউৰোপীয়ান প্ৰতিৰক্ষা গোষ্ঠী গঠিত হয়।

হালনাগাদ: ২৫ মে’ ২০২৩ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯১৯ - জালিয়ানাৱালাবাগৰ ঘৃণ্য আৰু বৰ্বৰোচিত হত্যাকাণ্ডৰ( ১৯১৯ চনৰ ১৩ এপ্ৰিল) প্ৰতিবাদ জনাই ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা "নাইট" উপাধি ত্যাগ কৰে আৰু বৰলাট লৰ্ড চেমচ ফোৰ্ডক চিঠি দিয়ে।
  • ১৯৫২ - ইউৰোপীয়ান প্ৰতিৰক্ষা গোষ্ঠী গঠিত হয়।
  • ১৯০১ - ব্ৰিটিছ শাসিত অসম প্ৰদেশৰ তদানিন্তন চীফ কমিছনাৰ ছাৰ হেনৰী ষ্টেডমেন কটনে কটন কলেজৰ আৰম্ভণি হ'ল বুলি ঘোষণা কৰিছিল।

জন্ম

  • ১৩৩২ - ইবন খালদুন, উত্তৰ আফ্ৰিকাৰ এজন দাৰ্শনিক, আধুনিক সমাজবিজ্ঞান, ভূগোল, বুৰঞ্জী আৰু অৰ্থনীতি বিজ্ঞানৰ অন্যতম পণ্ডিত, বিখ্য়াত কিতাপ 'মুকদ্দিমাহ'। (মৃত্য়ুঃ ১৪০৬)
  • ১৮৫২ - বিলি বাৰ্নছ, পেশাদাৰী ইংৰাজ ক্ৰিকেটাৰ।
  • ১৯০৭ - ৰাচেল কাৰ্ছন, আমেৰিকান জীৱবিজ্ঞানী।
  • ১৯৩৮ - ভালচন্দ্ৰ নেমাডে, ভাৰতীয় সাহিত্যিক।
  • ১৯৫৭ - নীতিন জয়ৰাম গাডকাৰী, ভাৰতীয় ৰাজনীতিবিদ আৰু উদ্যোগপতি।
  • ১৯৫৯ - ডনা থিয় ষ্ট্ৰিকলেণ্ড, কানাডিয়ান পদাৰ্থবিদ। লেজাৰ বিষয়ে গৱেষণা কৰি তেওঁ লেজাৰৰ উন্নতি সাধন কৰাৰ বাবে তেওঁ বিখ্যাত।
  • ১৯৬২ - ৰবি শাস্ত্ৰী, ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯৭৭ - মাহেলা জয়াবৰ্ধনে, শ্ৰীলংকাৰ ক্ৰিকেটাৰ।

মৃত্যু

দিৱস আৰু অন্যান্য

বহিঃসংযোগ

সম্পৰ্কিত শ্ৰেণী

মে'

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৭ মে'” প্ৰবন্ধৰ সংশোধন ৩৬৭০৯০ (২৫ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।