অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নীতিন গাডকাৰী

নীতিন জয়ৰাম গাডকাৰী (; জন্ম ২৭ মে' ১৯৫৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু উদ্যোগপতি। তেওঁ বৰ্তমান ভাৰতৰ পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী আৰু ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰী। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নাগপুৰ লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছিল।

হালনাগাদ: ১১ ডিচেম্বৰ ২০২৪ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নীতিন জয়ৰাম গাডকাৰী (; জন্ম ২৭ মে' ১৯৫৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু উদ্যোগপতি। তেওঁ বৰ্তমান ভাৰতৰ পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী আৰু ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰী। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নাগপুৰ লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছিল।১২৩ তেওঁ ২০১০ চনৰ পৰা ২০১৩ চনলৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পদত অধিষ্ঠিত আছিল।৪ তেওঁ ইয়াৰ আগতে মহাৰাষ্ট্ৰ চৰকাৰৰ গড়কাপ্তানী বিভাগৰ মন্ত্ৰী আছিল।৫৬ তেওঁ নৰেন্দ্ৰ মোদীৰ প্ৰথম মন্ত্ৰীসভাত জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনঃজাগৰণ মন্ত্ৰী, পথ পৰিবহন ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী, খোৱাপানী আৰু স্বচ্ছতা মন্ত্ৰী, পঞ্চায়তী ৰাজ মন্ত্ৰী আদি পদত অধিষ্ঠিত আছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.indiatoday.in/elections/lok-sabha-2019/story
  2. ↑ www.news18.com/news/politics/nitin-gadkari-retai
  3. ↑ Rajnath steps down, Gadkari takes over as BJP president. The Times of India
  4. ↑ (23 January 2013). Profile: Nitin Gadkari. BBC News
  5. ↑ Mumbai-Pune Expressway, India. Road Traffic Technology
  6. ↑ BJP's new chief seen as moderniser

সম্পৰ্কিত শ্ৰেণী

ভাৰত চৰকাৰৰ মন্ত্ৰীভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীতিন গাডকাৰী” প্ৰবন্ধৰ সংশোধন ৪৫৩৫৮৮ (১১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।