অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্বামী ৰামতীৰ্থ

স্বামী ৰামতীৰ্থ (Swami Rama Tirtha) আছিল বেদন্তৰ হিন্দু দৰ্শনৰ ভাৰতীয় শিক্ষক।তেখেতক ৰাম সোমী বুলিও জনা যায়।

হালনাগাদ: ২৫ জুলাই ২০২৫ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

স্বামী ৰামতীৰ্থ (Swami Rama Tirtha) আছিল বেদন্তৰ হিন্দু দৰ্শনৰ ভাৰতীয় শিক্ষক।তেখেতক ৰাম সোমী বুলিও জনা যায়।১

জন্ম আৰু বংশ‌ পৰিচয়

স্বামী ৰামতীৰ্থ ৰ জন্ম হৈছিল এটা পাঞ্জাৱী ব্ৰাহ্মণ পৰিয়ালত ১৮৭৩ চনৰ ২২ অক্টোবৰ তাৰিখে পাকিস্তানৰ পাঞ্জাৱ ৰ গুজৰানৱালা জিলাত। তেখেতৰ জন্মৰ কেইবছৰমান পিছতেই মাকৰ মৃত্যু হৈছিল।আৰু তেওঁক তেওঁৰ ডাঙৰ ভায়েক গোছেইনে ডাঙৰ দীঘল কৰিছিল।২

কৰ্মজীৱন

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত লাহোৰ চৰকাৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক হৈছিল। তেখেত আছিল বেদন্তৰ হিন্দু দৰ্শনৰ ভাৰতীয় শিক্ষক।৩

মৃত্যু

১৯০৬ চনৰ ১৭ অক্টোবৰ তাৰিখে ৩২ বছৰ বয়সত তেহৰি ত তেখেতে মৃত্যুবৰণ কৰে।৪

তথ্যসূত্ৰ

  1. ↑ g.co/kgs/nyVgfZ
  2. ↑ g.co/kgs/nyVgfZ
  3. ↑ g.co/kgs/nyVgfZ
  4. ↑ g.co/kgs/nyVgfZ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বামী ৰামতীৰ্থ” প্ৰবন্ধৰ সংশোধন ৫২৭৩৬৯ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।