অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২১ মে'

আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২২ মে’ ২০২৪ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনা

  • ১৫০২ - জোৱাঅ' ডা নোভাই চেইণ্ট হেলেনা দ্বীপ আৱিষ্কাৰ কৰে।

জন্ম

মৃত্যু

  • ১৯৪০ - অমৰ সিং, ভাৰতীয় টে'ষ্ট ক্ৰিকেটাৰ।
  • ১৯৭৯ - জানকী দেৱী বাজাজ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ১৯৯১ - ৰাজীৱ গান্ধী, ভাৰতৰ ষষ্ঠ গৰাকী প্ৰধানমন্ত্ৰী।
  • ২০১৫ - প্ৰসেন বৰা, অসমৰ প্ৰসিদ্ধ ঢুলীয়া।
  • ২০২১ - সুন্দৰলাল বহুগুণা, ভাৰতীয় পৰিৱেশবিদ তথা চিপকো আন্দোলনৰ অন্যতম প্ৰৱৰ্তক।
  • ২০২৪ - তিলমিজুৰ ৰহমান অসমীয়া চলচ্চিত্ৰ প্ৰযোজক, অভিনেতা। অসমীয়া চলচ্চিত্ৰ ৰঙা পুলিচ, ললিতা, চামেলী মেমচাবত অভিনয়। জন্ম ১৯২৯ চনৰ ৫ এপ্ৰিল যোৰহাটত।

দিৱস

সম্পৰ্কিত শ্ৰেণী

মে'

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২১ মে'” প্ৰবন্ধৰ সংশোধন ৪২১৪৯৮ (২২ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।