অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২১ আগষ্ট

আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা- আজি munu r jonmadin amr minor jonmadin।। Oo jonmodin pati ami

হালনাগাদ: ২০ আগষ্ট ২০২৬ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা- আজি munu r jonmadin amr minor jonmadin।। Oo jonmodin pati ami

ঘটনাৱলী

  • ১৯১১ - লিঅ'নাৰ্ড' দা ভিন্সিৰ বিখ্য়াত চিত্ৰ "মনালিছা" ভিন্সেঞ্জ' পেৰুগিয়া নামৰ মিউজিয়ামৰ কৰ্মচাৰী এজনে চুৰ কৰে।
  • ১৯৬৫ - ৰোমানিয়াৰ সংবিধান গ্ৰহণ কৰা হয়। ১
  • ১৯৭২ - বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ বা বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২খন লোকসভাত অনুমোদন হয়। সেইখন সেইবছৰৰে ৯ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী কৰা হয়। ২
  • ১৯৮৮ - নেপাল আৰু ভাৰতৰ সীমান্তত ৬.৯ প্ৰাবল্য়ৰ ভূমিকম্প সৃষ্টি হয় আৰু ১৪৫০জন লোকৰ মৃত্য়ু হয়। ৩
  • ১৯৯৭ - পূব চীনত হোৱা টাইফূন ৱিনি (Typhoon Winnie) নামৰ ঘূৰ্ণিবতাহত ১৪০ লোক নিহত আৰু তিনি হাজাৰ লোক আহত হয়। ৪

জন্ম

  • ১৭৬৫ - ৱিলিয়াম - চতুৰ্থ, ইংলেণ্ডৰ ৰজা।
  • ১৭৮৯ - আগাষ্টিন লুই ক'চি, ফ্ৰান্সৰ গণিতজ্ঞ। (মৃঃ ২৩ মে', ১৮৫৭)
  • ১৯৩০ - ৰাজকুমাৰী মাৰ্গেৰেট, ইংলেণ্ডৰ ৰাজকুমাৰী।
  • ১৯৫৫ - ৰামকুইৱাংবে জেমে নিউমে, পদ্মশ্ৰী প্ৰাপ্ত অসমীয়া সমাজকৰ্মী।
  • ১৯৭৩ - চাৰ্গেই ব্ৰিন, কম্পিউটাৰ বিজ্ঞানী, লেৰী পে'জৰ সৈতে গুগলৰ সহ প্ৰতিষ্ঠাপক।
  • ১৯৭৮ - ভূমিকা চাওলা, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৭৯ - পেমা খাণ্ডু, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী।
  • ১৯৮৬ - ওছেইন ব'ল্ট, বিশ্ব বিখ্যাত দৌৰবিদ।
  • ১৯৮৮ - ৰবাৰ্ট লিৱানড'স্কী, পোলেণ্ডৰ ফুটবল খেলুৱৈ।

মৃত্যু

  • ১৫৬০ - এলিজাবেথ বাথ'ৰী, ইতিহাসৰ কুখ্যাত মহিলা ধাৰাবাহিক হত্যাকাৰী।
  • ১৯৩১ - পণ্ডিত বিষ্ণু দিগম্বৰ পুলষ্কৰ, ভাৰতীয় সঙ্গীতজ্ঞ।
  • ১৯৩৮ - গণেশ গগৈ (ইংৰাজী: Ganesh Gogoi), পাপৰি কবি হিচাপে খ্যাত অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি, সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ।
  • ১৯৪০ - লিয়ন ট্ৰটস্কি, মাৰ্ক্সবাদী বিপ্লৱী, ৰেড আৰ্মীৰ প্ৰতিষ্ঠাপক।
  • ১৯৭৮ - বিনু মানকড়, ভাৰতৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ।
  • ১৯৯৫ - সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ, নোবেল বঁটা বিজয়ী ভাৰতীয়-আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আৰু গণিতবিদ।
  • ২০০৬ - ওস্তাদ বিছমিল্লা খাঁ, ভাৰতত প্ৰখ্যাত চেহনাই বাদক৷

দিৱস

  • বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস।
  • সন্ত্ৰাসবাদৰ চিকাৰ হোৱা সকলৰ আন্তঃৰাষ্ট্ৰীয় স্মৃতি আৰু শ্ৰদ্ধাঞ্জলি দিৱস।

তথ্যসূত্ৰ

  1. ↑ Stoica, Stan (coordinator). Dicționar de Istorie a României. Bucharest: Editura Merona, 2007, pp.93-4
  2. ↑ www.mapsofindia.com/on-this-day/21st-august-1972
  3. ↑ reliefweb.int/report/india/india-earthquake-aug-
  4. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

আগষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২১ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৬২৯৪০৩ (২০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।