অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৫ জুন

বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

হালনাগাদ: ১৩ জুন ২০২৩ ২৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

ঘটনাৱলী

  • ১২১৫ - ইংলেণ্ডৰ ৰজা জনৰ ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান কৰে। এই চনদৰ জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসত আইনৰ শাসন স্বীকৃত হয়।
  • ১৬৫৯ - ঔৰংগজেৱৰ আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ কৰে ১৬৫৯ চনৰ আজিৰ দিনটোত।
  • ১৭৫২ - বজ্ৰপাত যে প্ৰকৃততে বিদ্যুৎ শক্তি সেই কথা বেঞ্জামিন ফ্ৰেংকলিন -এ প্ৰমাণ কৰিছিল আজিৰ দিনটোতে।
  • ১৮৫৫ - কলকাতাৰ প্ৰসিদ্ধ হিন্দু কলেজৰ নাম প্ৰেছিডেন্সী কলেজ হয়।
  • ১৯৪৩- কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল। ১৯৪২ চনৰ ৯ অক্টোবৰত সংঘটিত সৰুপথাৰৰ ৰেল দুৰ্ঘটনাৰ প্ৰথম গৰাকী অভিযুক্ত হিচাপে অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হৈছিল।

জন্ম

মৃত্যু

  • ১৮৪৯ - জেমছ্ নক্স প'ল্ক, একাদশ মাৰ্কিন ৰাষ্ট্ৰপতি (১৮৪৫-১৮৪৯), নেছভিল টেনত ৫৩ বছৰ বয়সত মৃত্য়ু হৈছিল।
  • ১৯৪৩ - শ্বহীদ কুশল কোঁৱৰ, গোলাঘাটৰ স্বাধীনতা সংগ্ৰামী আৰু গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক, ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ।১

দিৱস

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ Assam General Knowledge. Bright Publications. ISBN 978-81-7199-451-9

সম্পৰ্কিত শ্ৰেণী

জুন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৫ জুন” প্ৰবন্ধৰ সংশোধন ৩৬৮৫৩৭ (১৩ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।