অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশ্ব কবিতা দিৱস

বিশ্ব কবিতা দিৱস ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। ইয়াৰ ঘোষণা ইউনেস্ক'ই (UNESCO, The United Nations Educational, Scientific and Cultural Organization) ১৯৯৯ চনত কৰিছিল। এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱাৰ বাবে ধাৰ্য্য কৰা হৈছে।

হালনাগাদ: ১১ অক্টোবৰ ২০১৬ ৯৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বিশ্ব কবিতা দিৱস ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। ইয়াৰ ঘোষণা ইউনেস্ক'ই (UNESCO, The United Nations Educational, Scientific and Cultural Organization) ১৯৯৯ চনত কৰিছিল। এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱাৰ বাবে ধাৰ্য্য কৰা হৈছে। ইউনেস্ক'ৰ ঘোষণাত কোৱা হৈছে "এই দিনটো বিশ্বৰ জাতীয়, স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় কবিতা আন্দোলনসমূহক উৎসাহ যোগাবলৈ পালন কৰা হওক"।

আগতে এই দিনটো ৰোমান কবি ভাৰ্জিল, (কাব্য ইনীদৰ ৰচক) -অৰ জন্মদিন ১৫ অক্টোবৰৰ লগত সংগতি ৰাখি কেতিয়াবা অক্টোবৰৰ ৫ তাৰিখেও পালন কৰা হৈছিল। স্থানসাপেক্ষে অক্টোবৰৰ অন্য তাৰিখ বা নৱেম্বৰতো ইয়াক পালন কৰা হয়।১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ National Poetry Day, United Kingdom
  2. ↑ 41 countries observed World Poetry Day on 15 October 1951. Ref. cited: The International Who's Who in Poetry 1978-79. Ernest Kay, Ed. International Biographical Council, Cambridge, England.

সম্পৰ্কিত শ্ৰেণী

কবিতাদিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব কবিতা দিৱস” প্ৰবন্ধৰ সংশোধন ১৬২৭৬৩ (১১ অক্টোবৰ ২০১৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।