ঘটনাৱলী
- ১৮৩৭ - ৰাণী ভিক্ট'ৰিয়াই সিংহাসনত আৰোহণ কৰে।
- ১৯১২ - পোলেণ্ডৰ বিজ্ঞানী ডক্টৰ কাচিমিৰ ফ্ৰাঙ্কে প্ৰথমবাৰৰ বাবে ভিটামিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়।
জন্ম
- ১৮৯৭ - ৰত্নকান্ত বৰকাকতী, অসমীয়া কবি।১
- ১৯১১ - ছুফিয়া কামাল, বাংলাদেশী কবি, নাৰীবাদী নেত্ৰী আৰু ৰাজনৈতিক কৰ্মী।২৩
- ১৯১৭ - এছ. আই. পদ্মাৱতী, ভাৰতীয় চিকিৎসক তথা হৃদয় বিশেষজ্ঞ।৪
- ১৯৩২ - ৰাম গগৈ, অসমীয়া কবি।৫
- ১৯৩৩ - নিৰ্মলপ্ৰভা বৰদলৈ, অসমীয়া কবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক।৬
- ১৯৫২ - বিক্ৰম শেঠ, ভাৰতীয় ঔপন্যাসিক আৰু কবি।৭
- ১৯৫৮ - দ্ৰৌপদী মূৰ্মু, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি।৮
- ১৯৬৯ - শ্বেতা চেট্টী, ভাৰতীয় কণ্ঠশিল্পী।৯১০১১১২
মৃত্যু
- ১৯৬৯ - কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল।১৩
- ১৯৮৭ - চালিম আলি, ভাৰতীয় প্ৰাণী আৰু পক্ষী বিশেষজ্ঞ।১৪
- ২০০৬ - সতীশ চন্দ্ৰ কাকতি, অসমীয়া সাংবাদিক।
- ২০১৫ - মহানন্দ শৰ্মা, অসমৰ অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক আছিল। তেখেত বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছিল।১৫ (জন্ম: ১২ নৱেম্বৰ ১৯৩৫)
- ২০২১ - অশোক দাস, অসমীয়া নাট্যকাৰ, ঔপন্যাসিক আৰু গল্পকাৰ।
দিৱসসমূহ
- বিষ্ণু ৰাভা দিৱস।১৬
- বিশ্ব শৰণাৰ্থী দিৱস।১৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ. (২০১৮). অসমীয়া জীৱনী অভিধান. বনলতা. পৃ. ২১০. ISBN 978-81-7339-428-7
- ↑ Google celebrates Sufia Kamal's 108th birthday with Doodle. prothomalo.com
- ↑ (20 June 2019). Google Doodle celebrates 108th birth anniversary of poet Sufia Kamal. dhakatribune.com
- ↑ (29 September 2002). Matters Of Heart. The Financial Express (India)
- ↑ ৰাম গগৈ কবিতা সমগ্ৰ, পৰাগজ্যোতি মহন্ত, সদৌ অসম কবি সন্মিলন, ২০১৯
- ↑ বৰদলৈ, ড॰ নিৰ্মলপ্ৰভা. (২০১৫, মাৰ্চ). জীৱন-জীৱন বৰ অনুপম. জ্যোতি প্ৰকাশন. পৃ. ১৬
- ↑ Angela Atkins. (26 June 2002). Vikram Seth's Suitable Boy: A Reader's Guide. A&C Black. পৃ. 7. ISBN 978-0-8264-5707-3
- ↑ Live, A. B. P. (2022-07-25). राज्यपाल से 15वीं राष्ट्रपति तक.. ऐसा रहा आदिवासी समुदाय से आने वालीं द्रौपदी मुर्मू का सफर. www.abplive.com
- ↑ কুমাৰ, অনুজ. (৩ জুন ২০০৩). শ্বেতাৰ ক্ৰমবধাৰী সাজনা. দ্য হিন্দু
- ↑ (২০২১-০৩-৩১). ৯০ ৰ দশকৰ পপ তাৰকা শ্বেতা চেট্টীয়ে প্ৰকাশ কৰে যে তেওঁ কিয় গানৰ কেৰিয়াৰ এৰিছিল; জাৰ্মানীত নিম্ন পৰ্যায়ত মুকলি হয়. প্ৰিয়ংকা কৌল. টাইমচ নাও
- ↑ (২৬ মাৰ্চ ২০২১). কেতিয়াবা সপোন এটা বাজিবলৈ ২৬ বছৰ লাগে. মিলানা ৰাও. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (২৯ মাৰ্চ ২০২১). কন্ঠশিল্পী শ্বেতা চেট্টীয়ে ২০ বছৰৰ পিছত পুনৰ প্ৰত্যাৱৰ্তন কৰিছে, কিহে তেওঁক সংগীতৰ দৃশ্যৰ পৰা আঁতৰাই ৰাখিছিল সেয়া প্ৰকাশ কৰে. এ. কামেশ্বৰী. দ্য ইণ্ডিয়ান এক্সপ্ৰেছ
- ↑ onlinesivasagar.com/music/bishnu-rabha.html accessdate=২০-০৬-২০১২
- ↑ Perrins, Christopher. (1988). Obituary:Salim Moizuddin Abdul Ali. Ibis. পৃ. 305–306
- ↑ (২১ জুন ২০১৫). অসমীয়া প্ৰতিদিন. জীৱন মঞ্চৰ পৰা মহানন্দ শৰ্মাৰ মহাপ্ৰস্থান. পৃ. ১৪
- ↑ বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন
- ↑ Nations, United. (6 January 2015). International Days. United Nations
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০ জুন” প্ৰবন্ধৰ সংশোধন ৬২৪০২১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।