ঘটনাৱলী
- ১৯৯৫ - প্ৰথম মহিলা হিচাপে এলিচন অক্সিজেন আৰু চেৰপা চাৰাই এভাৰেষ্ট জয় কৰে।
- ২০০০ - ভাৰতৰ লাৰা দত্তই বিশ্বসুন্দৰী খিতাপ লাভ কৰে।
জন্ম
- ১৯০৫ - ফখৰুদ্দিন আলি আহমেদ, ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি। (মৃত্যু: ১১ ফেব্ৰুৱাৰী, ১৯৭৭)
- ১৯১৮ - বালাসৰস্বতী, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী।
- ১৯৮১ - ছানী লিয়নি, আমেৰিকান আৰু ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৮৩৬ - চাৰ্লছ উইলকিঞ্চ, ইংৰাজ ভাষাবিদ। (জন্ম: ১৭৪৯)
- ১৯৪৭ - সুকান্ত ভট্টাচাৰ্য, ভাৰতীয় সাহিত্যিক। (জন্ম: ১৫ আগষ্ট, ১৯২৬)
- ১৯৫১ - হাজৰত মোহনী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু কবি। (জন্ম:- ১ জানুৱাৰী ১৮৭৫)
- ১৯৬৩ - সুকুমাৰ সেন, ভাৰতীয় সাহিত্যক। (জন্ম: ২ জানুৱাৰী, ১৮৯৮)
- ২০০১ - আৰ কে নাৰায়ণ, ভাৰতীয় লেখক। (জন্ম: ১০ অক্টোবৰ, ১৯০৬)
- ২০১৮ - ই চি জৰ্জ সুদৰ্শন, ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী।
- ২০২৪ - বিৰুবালা ৰাভা, অসমৰ এগৰাকী প্ৰখ্যাত সমাজকৰ্মী। অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছিল। ২০২১ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। কৰ্কট ৰোগত আক্ৰান্ত হৈ দেহাৱসান। জন্ম ১৯৫৪ চনত গোৱালপাৰা জিলাৰ ঠাকুৰভিলাত।
- ২০২৪ - ইশ্বৰ প্ৰসন্ন হাজৰিকা প্ৰাক্তন সাংসদ, ভাৰতীয় ৰাজহ সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া। মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি তেওঁ কটন কলেজ, বেনাৰস হিন্দু বিশ্ব বিদ্যালয় আৰু দিল্লী স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰে। লণ্ডনৰ পৰাও বেৰিষ্টাৰ হৈছিল। এসময়ত তেওঁ আয়কৰ বিভাগৰ আয়ুক্ত আৰু "অসম ৰাজ্যিক বিদ্যুৎ ব’ৰ্ড"ৰ অধ্যক্ষ আছিল। ১৯৯৬ চনত তেজপুৰৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে হাজৰিকাই লোকসভাৰ সদস্য হৈছিল। বহু দিনৰ পৰা দিল্লীত বসবাস কৰা হাজৰিকা এসময়ত মিনাৰেল এণ্ড মেটাল ট্ৰেডিং কৰ্পৰেশ্যনৰ অধ্যক্ষ আছিল
দিৱস
- ৰোটুমা দিৱস (ৰোটুমা দ্বীপপুঞ্জ)
- গছ দিবস (গছ দ্বীপপুঞ্জ)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৩ মে'” প্ৰবন্ধৰ সংশোধন ৫০৮২২৬ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।