অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৱাজিদ খান (শিল্পী)

ৱাজিদ খান (জন্ম: ১০ মাৰ্চ ১৯৮১) ভাৰতীয় শিল্পী, প্ৰতিকৃতি চিত্ৰকৰ, ভাস্কৰ্য-শিল্পী, উদ্ভাৱক আৰু স্বত্বাধিকাৰী। তেওঁ কেনভাছত গজালেৰে খোদিত কৰাত পাৰ্গত আছিল।

হালনাগাদ: ১৪ মে’ ২০২৫ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

ৱাজিদ খান (জন্ম: ১০ মাৰ্চ ১৯৮১) ভাৰতীয় শিল্পী,১২ প্ৰতিকৃতি চিত্ৰকৰ, ভাস্কৰ্য-শিল্পী, উদ্ভাৱক আৰু স্বত্বাধিকাৰী।৩ তেওঁ কেনভাছত গজালেৰে খোদিত কৰাত পাৰ্গত আছিল। ৱাজিদ খানে কৈছিল- "পৃথিৱীৰ মোক দিবলৈ বহুতো মূল্যহীন বস্তু আছিল কিন্তু ম‌ই তাক মূল্যবান কৰি তোলাৰ গুণ উপহাৰ পালোঁ।"

খানৰ নেইল আৰ্ট বা গজালেৰে নিৰ্মাণ চিত্ৰ‌য়ে গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড৪ আৰু লিমিকা বুক অৱ ৰেকৰ্ডত উল্লিখিত হৈছে।৪৫৬৭ ভাৰতীয় ৰাষ্ট্ৰপতি ভৱনত তেখেতে অঁকা এখন চিত্ৰ আছে।৮৯ তেখেত এজন বিশ্বপ্ৰেমী, উদ্ভাৱক আৰু ভাস্কৰ্য-শিল্পী। তেখেতে পৰিকল্পনা কৰা অনেক বিজ্ঞান ভিত্তিক যন্ত্ৰ-পাতি তথা সামগ্ৰীৰ ভিতৰত এটা হৈছে বিশ্বৰ ক্ষুদ্ৰতম ইস্ত্ৰি। শিল্প ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰয়াত ড॰ এ পি জে আব্দুল কালামে তেওঁক পুৰস্কৃত কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৯৮১ চনৰ ১০ মাৰ্চত মধ্য প্ৰদেশৰ এখন সৰু গাঁও মান্দচুৰত ৱাজিদ খানৰ জন্ম হৈছিল।১০

কেৰিয়াৰ

আইৰণ নেইলেৰে অঁকা ছবি ( Art with Iron Nail)

অট'পাৰ্টছ্ ভাস্কৰ্য

Detail of the racing horse wall sculpture
Detail of the racing horse wall sculptureছবি: Wajid Khan · CC0

সন্মান

  • ৱাজিদ খানৰ নেইল চিত্ৰ‌ই লিমিকা বুক অৱ ৰেকৰ্ডত স্থান পাইছে।১১
  • তেওঁ পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই বিশ্বৰ প্ৰথমটো ক্ষুদ্ৰতম বৈদ্যুতিক ইস্ত্ৰিৰ উদ্ভাৱন কৰিছিল। ই গ্ৰীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত।৪১২
  • ভাৰতীয় ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ দ্বাৰা তিনিবাৰকৈ সন্মানিত হৈছে।৪

অন্যান্য

উদীয়মান শিল্পীৰ সৈতে অন্তৰংগ অনুষ্ঠান ৰ বাবে ২০১৫ চনৰ এপ্ৰিল মাহত ৱাজিদ খান জয়পুৰৰ আই টি চি ৰাজপুটানাত অনুষ্ঠিত অট'ম'বাইল চিত উৎসৱলৈ আমন্ত্ৰিত হৈছিল। তেওঁ শিক্ষাৰ্থীৰ বাবে কৰ্মশালাও কৰিছিল।১৩১৪১৫১৬১৭

সামাজিক কাৰক আৰু বিশ্বপ্ৰেম।

২০১৬ ৰ জুন মাহত বিশ্ব পৰিৱেশ দিৱসৰ এদিন পূৰ্বে ইন্দোৰৰ পথৰ দাঁতিৰ শুকান গছবোৰ ৰং কৰি পৰিৱেশ ৰক্ষাৰ বাৰ্তা দিছিল।১৮

তথ্যসূত্ৰ

  1. ↑ (11 November 2016). Wajid Khan: Once a footpath vendor, now among world’s top creative artists. Siasat
  2. ↑ (4 March 2016). आर्ट की दुनिया का 'कोहिनूर' हैं पांचवीं फ़ेल वाजिद खान. Siasat
  3. ↑ (23 February 2013). Recognition beyond national boundaries: Indian artist 'nails' patent truth. Daily Bhaskar
  4. ↑ Ashish Gaur. (16 June 2012). 'Nail Art' finds mention in Golden Book. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ (2 October 2015). This nail art expert Wajid Khan owed his success to Mahatma Gandhi. News 18
  6. ↑ (2 October 2015). सवा लाख कीलों से तीन साल में उभरे अहिंसा के पुजारी. Patrika
  7. ↑ (8 May 2016). जानिए नेल आर्टिस्ट वाजिद खान ने यंगस्टर्स को क्या दिए टिप्स. Patrika
  8. ↑ (10 March 2016). कीलें, हथौड़ियां, धागे से बना राष्ट्रपति भवन, 10 दिनों में तैयार की आकृति. Daily Bhaskar
  9. ↑ (9 March 2016). वाजिद ने बना दिया 'राष्ट्रपति भवन'. Hindi Webduniya
  10. ↑ फुटपाथ पर कपड़े बेचने वाला बना Famous Artist,एक मौके ने बदल दी किस्मत. Punjab Kesari
  11. ↑ Most nails used for a portrait. Limca Book of Records
  12. ↑ Largest nail sculpture. Guinness World Records
  13. ↑ (13 April 2015). कला के दिग्गजों से गुलजार होगा ऑटोमोबाइल आर्ट फेस्टिवल. Daily Bhaskar
  14. ↑ (17 April 2015). जयपुर फेस्टिवल में शहर के कलाकार. Daily Bhaskar
  15. ↑ (9 April 2015). Now an Automobile Art Fest!. DNA India
  16. ↑ (19 April 2015). ऑटोमोबाइल आर्ट वर्क में हिस्सा लेने जयपुर आए आर्टिस्ट और पेटेन्ट होल्डर वाजिद खान. Daily Bhaskar
  17. ↑ (19 April 2015). कारो पर कला का कारवां. Daily Bhaskar
  18. ↑ (4 June 2016). सूखे पेड़ों से हरियाली का पैगाम. Nai Duniya

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পীউদ্ভাৱক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাজিদ খান (শিল্পী)” প্ৰবন্ধৰ সংশোধন ৫০৮৫৪৮ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।