অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিয়ংকা গোস্বামী

প্ৰিয়ংকা গোস্বামী (Priyanka Goswami; জন্ম: ১০ মাৰ্চ ১৯৯৬) এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ ২০ কিলোমিটাৰ ৰেচ ৱাকত অংশগ্ৰহণ কৰে। টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ ১৭ নম্বৰ স্থান দখল কৰিছিল। ২০২২ চনৰ কমনৱেলথ গেমছত তেওঁ ১০০০০ মিটাৰ খোজকাঢ়ি ৰূপৰ পদক লাভ কৰিছিল।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

প্ৰিয়ংকা গোস্বামী (Priyanka Goswami; জন্ম: ১০ মাৰ্চ ১৯৯৬) এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ ২০ কিলোমিটাৰ ৰেচ ৱাকত অংশগ্ৰহণ কৰে।১২ টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ ১৭ নম্বৰ স্থান দখল কৰিছিল।৩৪ ২০২২ চনৰ কমনৱেলথ গেমছত তেওঁ ১০০০০ মিটাৰ খোজকাঢ়ি ৰূপৰ পদক লাভ কৰিছিল।৫৬ তেওঁ ১০,০০০ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভ কৰি ৰেচ ৱাকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।৭

জীৱন পৰিক্ৰমা

গোস্বামীয়ে এথলেটিকছলৈ অহাৰ পূৰ্বে কেইমাহমানৰ বাবে স্কুলত জিমনাষ্টিক অনুশীলন কৰিছিল। সফল প্ৰতিযোগীসকলৰ বাবে আগবঢ়োৱা পুৰস্কাৰৰ বাবেই তেওঁ দৌৰাৰ প্ৰতি আকৰ্ষিত হৈছিল।৮

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ২০ কিলোমিটাৰ দৌৰত ভাৰতীয় ৰেচৱাকিং চেম্পিয়নশ্বিপ জয় কৰি ১:২৮.৪৫ ৰ নতুন ভাৰতীয় অভিলেখ গঢ়ি ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে।২৯ ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁ ইণ্ডিয়ান ৰেচৱাকিং চেম্পিয়নশ্বিপ খিতাপ লাভ কৰিছিল।১

তেওঁ ভাৰতীয় ৰে'লৱেৰ অ' এছ হিচাপে কৰ্মৰত।৮

তথ্যসূত্ৰ

  1. ↑ Priyanka. worldathletics.org
  2. ↑ (13 February 2021). National Open Race Walking Championships: Sandeep Kumar, Priyanka Goswami shatter national records, qualify for Tokyo Olympics along with Rahul. First Post
  3. ↑ (February 15, 2020). India's Bhawna Jat makes the Olympic cut in 20km race walk. India Today
  4. ↑ Mondal, Aratrick. (6 August 2021). Tokyo Olympics Priyanka Goswami 17th, Bhawna Jat 32nd in women's 20km race walk, Gurpreet fails to finish in men's event. www.indiatvnews.com
  5. ↑ (2022-08-06). Women's 10,000m Race Walk - Final. Birmingham2022.com
  6. ↑ (2022-08-06). CWG 2022: Priyanka Goswami bags silver medal in women's 10,000m race walk. dnaindia.com
  7. ↑ (2022-08-06). Steeplechaser Avinash Sable, race walker Priyanka Goswami clinch silver medals in CWG - Commonwealth Games 2022 News. The Times of India
  8. ↑ Bhagat, Mallika. (17 February 2021). National record holder Priyanka Goswami: Started race walking for bags that medallists got. hindustantimes.com
  9. ↑ (13 February 2021). Priyanka Goswami, Sandeep Kumar, break national records, qualify for Tokyo Olympics. ANI News

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ংকা গোস্বামী” প্ৰবন্ধৰ সংশোধন ৫৯৫২৯৩ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।