অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

সৰ্বাধিক দৰ্শন কৰা ৱেবছাইটসমূহৰ তালিকা

এয়া ২০২৫ চনৰ জুলাই মাহলৈকে বিশ্বজুৰি সৰ্বাধিক দৰ্শন কৰা ৱেবছাইটসমূহৰ তালিকা, লগতে পূৰ্বৰ মাহৰ তুলনাত ৰেংকিঙৰ পৰিৱৰ্তন। এই তালিকাত মূল ৱেবছাইটৰ উপডোমেইন পৃষ্ঠাসমূহ ধৰা নহয়।

হালনাগাদ: ২৩ আগষ্ট ২০২৫ ৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

এয়া ২০২৫ চনৰ জুলাই মাহলৈকে বিশ্বজুৰি সৰ্বাধিক দৰ্শন কৰা ৱেবছাইটসমূহৰ তালিকা, লগতে পূৰ্বৰ মাহৰ তুলনাত ৰেংকিঙৰ পৰিৱৰ্তন।

এই তালিকাত মূল ৱেবছাইটৰ উপডোমেইন পৃষ্ঠাসমূহ ধৰা নহয়।১২

ৱেবছাইটলিংকSimilarweb (জুলাই ২০২৫)Semrush (জুন ২০২৫)ধৰণপ্ৰতিষ্ঠানদেশ
গুগল অনুসন্ধানgoogle.com11সন্ধান ইঞ্জিনগুগল
ইউটিউবyoutube.com22ভিডিও শ্বেয়াৰিং প্লেটফৰ্মগুগল
ফেইচবুকfacebook.com33সামাজিক মাধ্যমমেটা
ইনষ্টাগ্ৰামinstagram.com44সামাজিক মাধ্যমমেটা
চেটজিপিটিchatgpt.com55ছফ্টৱেৰOpenAI
এক্স / টুইটাৰx.com69সামাজিক মাধ্যমএক্স কৰ্প
ৰেডিটreddit.com7 17সামাজিক মাধ্যমৰেডিট
হোৱাট্‌ছএপwhatsapp.com8 110তৎক্ষণাত বাৰ্তা সেৱামেটা
মাইক্ৰছফ্ট বিংbing.com9 111 4সন্ধান ইঞ্জিনমাইক্ৰ’চফ্ট
ৱিকিপিডিয়াwikipedia.org10 16বিশ্বকোষৱিকিমিডিয়া ফাউণ্ডেশ্যন
য়াহু জাপানyahoo.co.jp1117বাতৰিLY Corporation
য়াহুyahoo.com1214 2বাতৰিYahoo Inc.
ইয়াণ্ডেস্কyandex.ru1319সন্ধান ইঞ্জিনইয়াণ্ডেস্ক
এমাজনamazon.com14 113বজাৰAmazon Inc.
টিকটকtiktok.com15 118সামাজিক মাধ্যমবাইটডান্স
বাইদুbaidu.com16N/Aসন্ধান ইঞ্জিনবাইদু
লিংকডইনlinkedin.com1825 2সামাজিক মাধ্যমমাইক্ৰ’চফ্ট
পৰ্ণহাব198অশ্লীল সামগ্ৰীআইলো
টেমুtemu.com20 415 4বজাৰটেমু
নেটফ্লিক্সnetflix.com2128 2ষ্ট্ৰীমিং সেৱাNetflix, Inc.
নেভাৰnaver.com22 233 3বাতৰিNaver Corporation
লাইভlive.com23 124 2ইমেইলমাইক্ৰ’চফ্ট
ডজেন নিউজdzen.ru24 146 23বাতৰিজেন নিউজ
পিণ্টাৰেষ্টpinterest.com25 229 2সামাজিক মাধ্যমপিণ্টাৰেষ্ট
বিলিবিলিbilibili.com26N/Aসামাজিক মাধ্যমবিলিবিলি
XVideos27 112অশ্লীল সামগ্ৰীWGCZ Holding
মাইক্ৰছফ্ট ৩৬৫office.com28 334ছফ্টৱেৰমাইক্ৰ’চফ্ট
xHamster29 227 2অশ্লীল সামগ্ৰীHammy Media Ltd
টুইছtwitch.tv3030 3লাইভষ্ট্ৰীমিং সেৱাAmazon Inc.
মাইক্ৰছফ্টmicrosoft.com31 223 2ছফ্টৱেৰমাইক্ৰ’চফ্ট
ৱেদাৰweather.com3220 4বতৰৰ তথ্যদ্য ৱেদাৰ চেনেল
VKvk.com3336 1সামাজিক মাধ্যমVK
য়াহু! নিউজ জাপানnews.yahoo.co.jp3421বাতৰিLY Corporation
ফেণ্ডমfandom.com35 1N/Aউইকিহোষ্ট প্লেটফৰ্মFandom Inc.
Mail.Rumail.ru36 149 2ইমেইলMail.Ru
ছেমছাংsamsung.com37 348ইলেকট্ৰনিক্সSamsung
শ্বেয়াৰপইণ্টsharepoint.com38 1N/Aছফ্টৱেৰমাইক্ৰ’চফ্ট
ৰ'বল'ক্সroblox.com39 444ভিডিঅ’ গেমRoblox Corporation
গ্ল'ব'globo.com40 245সংবাদGlobo
টেলিগ্ৰামt.me4156 1তৎক্ষণাত বাৰ্তা সেৱাTelegram Messenger LLP
XNXX4231অশ্লীল সামগ্ৰীWGCZ Holding
কেনভাcanva.com43 435ছফ্টৱেৰ (Design)Canva Pty Ltd
ডাকডাকগ'duckduckgo.com4416সন্ধান ইঞ্জিনDuckDuckGo
ষ্ট্ৰিফচাট45 1N/Aঅশ্লীল সামগ্ৰীStripchat
Booking.combooking.com46 7N/Aভ্ৰমণ আৰু পৰ্যটন > হোটেলBooking Holdings
ইব্যেebay.com47 150বজাৰeBay
দ্য নিউয়ৰ্ক টাইমছnytimes.com48 347 4সংবাদদ্য নিউয়ৰ্ক টাইমছ কোম্পানী
ওপেনএআইopenai.com49 232AI / SoftwareOpenAI
আলিএক্সপ্ৰেছaliexpress.com50 138বজাৰআলিএক্সপ্ৰেছ গ্ৰুপ

আৰু চাওক

  • অনুসন্ধান ইঞ্জিনৰ তালিকা
  • কমেও দহ কোটি সক্ৰিয় ব্যৱহাৰকাৰী থকা ছ’চিয়েল প্লেটফৰ্মৰ তালিকা

তথ্যসূত্ৰ

  1. ↑ Top Websites Ranking. Similarweb
  2. ↑ Top websites. Semrush

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইটতালিকাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্বাধিক দৰ্শন কৰা ৱেবছাইটসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৩৪৫৫৮ (২৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।