অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুনন্দা শৰ্মা

সুনন্দা শৰ্মা (Sunanda Sharma; জন্ম: ৩০ জানুৱাৰী ১৯৯২) শৰ্মাই সজ্জন সিং ৰংৰুট নামৰ ছবিখনত সহ-অভিনেতা দিলজিৎ দোচাঞ্ঝ আৰু যোগৰাজ সিঙৰ বিপৰীতে অভিনয়েৰে তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। সুনন্দাই "তেৰে নাল নাচনা" শীৰ্ষক গীতটিত কণ্ঠদানেৰে বলীউডত পদাৰ্পণ কৰিছিল।

হালনাগাদ: ৮ আগষ্ট ২০২৬ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

সুনন্দা শৰ্মা (Sunanda Sharma; জন্ম: ৩০ জানুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় গায়িকা আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ "বিল্লি আঁখ" শীৰ্ষক গীতটোত কণ্ঠদানেৰে সংগীত জগতত খোজ দিয়ে।১ শৰ্মাই সজ্জন সিং ৰংৰুট নামৰ ছবিখনত সহ-অভিনেতা দিলজিৎ দোচাঞ্ঝ আৰু যোগৰাজ সিঙৰ বিপৰীতে অভিনয়েৰে তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল।২ সুনন্দাই "তেৰে নাল নাচনা" শীৰ্ষক গীতটিত কণ্ঠদানেৰে বলীউডত পদাৰ্পণ কৰিছিল।৩

কৰ্মজীৱন

সুনন্দা শৰ্মাই৪৫ ইউটিউবত কʼভাৰ গীত গাই৬ আৰু ভিডিঅ’ ৰেকৰ্ডিং আপলোড কৰি তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।৭ জনপ্ৰিয়তা লাভ কৰাৰ পিছত, তেওঁ "বিল্লি আঁখ" শীৰ্ষক তেওঁৰ প্ৰথমটো একক গীত মুকলি কৰিছিল। ২০১৭ চনত মুক্তিপ্ৰাপ্ত, “জানি তেৰা না” শীৰ্ষক তেওঁৰ গীত এটিয়ে ইউটিউবত ৩৩৪ নিযুত ভিউ লাভ কৰিছে।৮

তেওঁ শ্ৰেষ্ঠ নৱাগতা গায়িকাৰ পিটিচি পঞ্জাবী মিউজিক বঁটা লাভ কৰিছিল।৯ ২০১৭ চনত, তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ব্ৰিট এছিয়া টিভি মিউজিক বঁটা লাভ কৰিছিল।১০ তেওঁৰ "বাৰীশ কি জায়ে"১১ শীৰ্ষক গীতটিয়ে সমগ্ৰ ভাৰততে দৰ্শকৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।১২১১ সুনন্দ শৰ্মাই পিটিচি পঞ্জাবী চেনেলত প্ৰচাৰিত, ‘হুনাৰ পঞ্জাব দা - ছিজন ২’ নামৰ অনুষ্ঠানটিৰ উপস্থাপন কৰাৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল।১৩১৪ সুনন্দা শৰ্মাক ভাৰতীয় সংগীত উদ্যোগৰ নিউ বছ লেডী নামেৰে জনা যায়।৬ সুনন্দ শৰ্মাই ২০২৪ বৰ্ষৰ মৰ্যাদাপূৰ্ণ কান চলচ্চিত্ৰ মহোৎসৱত পদাৰ্পণ কৰিছিল আৰু তাত তেওঁ সোণালী সূতাৰে নিৰ্মিত এখন ৰঙা চুট পিন্ধিছিল।১৫

সংগীতপঞ্জী

একক গীত

বৰ্ষশিৰোনামসংগীতগীতৰ কথাতথ্যসূত্ৰটোকা
২০১৬"বিল্লি আঁখ"গেগ ষ্টুডিঅʼজডেভিন্দৰ গুণ্টিআত্মপ্ৰকাশ
"পাটাকে"চাংদিল ৪৭১৬
২০১৭"জাট য়ামলা"দেশী ৰাউটজমনিন্দৰ কাইলী
"জানি তেৰা না"সুখ ই মিউজিকেল ডক্টৰ্জজানি১৭
"কোক"গেগ ষ্টুডিঅʼজচাংদিল ৪৭১৮
২০১৮"মʼৰ্নি"সুখ ই মিউজিকেল ডক্টৰ্জজানি
২০১৯"চেণ্ডেল"১৯
"বেন"আৰ্চিচুলতান
"নানকী দা বীৰ"বিট মিনিষ্টাৰবীত বলজিত
"দুজি ৱাৰ প্যাৰ"সুখ ই মিউজিকেল ডক্টৰ্জজানি২০
২০২১"পাগল নাহি হোনা"আভি স্ৰাচনু সুদ অভিনীত
"চোৰি চোৰি"
২০২২"চাডী য়াদ"জানি
"৯-৯ মাশ্বুকাঁ"
২০২৩"জাট দিচদা"এন ভীকাপ্তানদেৱ খাৰুদ অভিনীত
উড় দি ফিৰাঁবিলাল ছাইদ
চণ্ডিগড় কা ছোকৰাগুৰি নিমানাৰাজ ৰঞ্জোধ

চলচ্চিত্ৰ

বৰ্ষচলচ্চিত্ৰশিৰোনামসংগীতগীতৰ কথাসহ-কণ্ঠশিল্পী(সকল)তথ্যসূত্ৰটোকা
২০১৮নৱাবজাদেতেৰে নাল নাচনাবাদশ্বাহ২১২২২৩
২০১৯লুকা ছুপি"পোষ্টাৰ লাগৱা দো"হুৱাইট নয়েজমিকা সিং, নিকিতা গান্ধী (ৰেপ)২৪
২০২০জয় মাম্মী দি"মাম্মী নু পাচান্দ"তনিষ্ক বাগচী (সুখ ই মিউজিকেল ডক্টৰ্জৰ দ্বাৰা মূল গীতটি ৰচিত)]]জানি"জানি তেৰা না"ৰ পৰা পুনৰ্নিৰ্মিত

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

বৰ্ষশিৰোনামপৰিচালকচৰিত্ৰভাষাতথ্যসূত্ৰটোকা
২০২৮সজ্জন সিং ৰংৰুটপংকজ বাত্ৰাজিতি কৌৰপঞ্জাবী২৫২৬প্ৰথম চলচ্চিত্ৰ

সংগীত ভিডিঅʼ

বৰ্ষশিৰোনামকণ্ঠশিল্পী(সকল)গীতৰ কথাসংগীতটোকাতথ্যসূত্ৰ
২০২১"বাৰিশ কি জায়ে"বি প্ৰাকজানিবি প্ৰাকনৱাজুদ্দিন চিদ্দিকীৰ সৈতে; কেৱল অভিনয়ৰ চৰিত্ৰত২৭

তথ্যসূত্ৰ

  1. ↑ Sunanda Sharma and Jaani to come together for an album. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Sunanda Sharma makes everyone green with her new hot wheels. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ Desk, ABP News Web. Diljeet Dosanjh's Heroine posted the definition of Punjabi poet type pictures, changed the definition of hotness
  4. ↑ Exclusive! My aim is not to look beautiful on screen, it is to present talent: Sunanda Sharma. The Times of India
  5. ↑ (2021-04-14). Sunanda Sharma on Covid surge: Live events have stopped again, work is getting affected. Hindustan Times
  6. ↑ (2021-06-23). Sunanda Sharma: The new boss lady of Indian music. EasternEye
  7. ↑ Watch: Sunanda Sharma cleans her garden amid quarantine. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ (12 July 2018). Punjabi celebrities who rose to fame via YouTube. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  9. ↑ (2017-03-27). PTC Punjabi Music Awards 2017 Winners. DESIblitz
  10. ↑ (4 March 2017). BritAsia TV World Music Awards 2017 celebrated. New Asian Post
  11. ↑ (2021-03-27). Baarish Ki Jaaye: Nawazuddin Siddiqui debuts romantic single with Sunanda Sharma. Hindustan Times
  12. ↑ Desk, From: Lifestyle. Rewind 2021: Songs that we all grooved to. www.cityspidey.com
  13. ↑ PTC Punjabi
  14. ↑ 'Hunar Punjab Da - Season 2' Sunanda Sharma's Maiden Show opens on PTC Punjabi tonight. ANI News
  15. ↑ (2024-05-21). Cannes 2024: Sunanda Sharma exudes elegance in a stunning red ethnic suit on day 2. The Times of India
  16. ↑ Come bullet, not crackers
  17. ↑ Sunanda Sharma and Jaani team up again to a new song. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  18. ↑ (14 November 2017). Koke by Sunanda Sharma (New Punjabi Song 2017) · Official Video Out. Chandigarh Metro
  19. ↑ In the wake of Pulwama terror attack, Sunanda Sharma postpones her song 'Sandal'. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  20. ↑ Sunanda Sharma and Avvy Sra's unplugged version of 'Duji Vaar Pyar' is a must watch. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  21. ↑ 'Tere Naal Nachna': Sunanda Sharma makes her Bollywood singing debut in 'Nawabzaade'. The Times of India
  22. ↑ Nawabzaade song 'Tere Naal Nachna' shows Athiya Shetty grooving to Badshah's tunes. Firstpost
  23. ↑ Nawabzaade: Athiya Shetty Grooves To The Tunes Of Badshah's Tere Naal Nachna. NDTV.com
  24. ↑ Luka Chuppi Song Poster Lagwa Do Kartik Aaryan Kriti Sanon Recreate Akshay Kumar Song Video. Indian Express
  25. ↑ (11 February 2018). Diljit Dosanjh says trying to dub 'Rangroot' in Hindi, English. Zee News
  26. ↑ WATCH · First trailer of Diljit Dosanjh-starrer 'Sajjan Singh Rangroot' is out. The New Indian Express
  27. ↑ Baarish Ki Jaaye | B Praak Ft Nawazuddin Siddiqui & Sunanda Sharma | Jaani | Arvindr Khaira | DM. ইউটিউব

সম্পৰ্কিত শ্ৰেণী

পঞ্জাবী ভাষাৰ কণ্ঠশিল্পীভাৰতীয় কণ্ঠশিল্পীপঞ্জাব, ভাৰতৰ ব্যক্তিপাঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুনন্দা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬২৫৩১১ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।