সামান্থা ৰুথ প্ৰভু (Samantha Ruth Pravu) ১৯৮৭ চনৰ ২৮ এপ্ৰিলত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।১২ তেওঁ তেলেগু আৰু তামিল ফিল্ম ইণ্ডাষ্ট্ৰিৰৰ পৰা অভিনয় জগতত কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ চাৰিবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।৩৪৫৬ তেওঁ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত এজন নেতৃস্থানীয় অভিনেত্ৰী হিচাপে নিজকে গঢ়ি তুলিছে। বাণিজ্য শাখাত ডিগ্ৰীলৈ থকাৰ সময়ত আক্কিনেনীয়ে মডেলিং এছাইনমেণ্টত পাৰ্ট টাইম হিচাপে কাম কৰিছিল। তেওঁ অতি কম সময়ৰ ভিতৰতে চলচ্চিত্ৰৰ চৰিত্ৰত অভিনয়ৰ বাবে অফাৰ লাভ কৰে আৰু গৌতম মেননৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত তেলেগু ৰোমাঞ্চ ছবি “য়ে মায়া শেষব (২০১০)” -ৰ যোগেদি অভিনয়ত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ শ্ৰেষ্ঠ অভিষেকৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু এটা নন্দী বঁটা লাভ কৰে।৭৮৯ তাৰ পিছত তেওঁ “নিথানে ইন পোনভাচানথাম” আৰু “ইগা” চলচ্চিত্ৰৰ বাবে একেটা বছৰতে দুয়োটাকৈ শ্ৰেষ্ঠ তামিল অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু শ্ৰেষ্ঠ তেলেগু অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰা দ্বিতীয় গৰাকী অভিনেত্ৰী হয়৷
জন্ম পৰিচয়
সামান্থা ৰুথ প্ৰভুৰ জন্ম ১৯৮৭ চনৰ ২৮ এপ্ৰিলত হয়।১০১১ তেওঁৰ জন্ম হয় ভাৰতৰ ৰাজ্য চেন্নাইৰ তামিলনাডুত।১২ তেওঁৰ দেউতাৰ নাম আছিল প্ৰভু আৰু মাতৃৰ নাম আছিল নিনেট্টে প্ৰভু। তেওঁৰ অন্য নাম য়াশোদা।১৩
চলচ্চিত্ৰপুঞ্জী
| +টোকা | এতিয়াও মুক্তি লাভ কৰা নাই |
| চন | শিৰোনাম | চৰিত্ৰ | পৰিচালক | ভাষা | টোকা | Ref. |
|---|---|---|---|---|---|---|
| ২০১০ | য়ে মায়া শেষব | জেচ্ছী | গৌতম মেনন | তেলেগু | শ্ৰেষ্ঠ অভিশেষ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | ১৪ |
| ২০১০ | ভিন্নইথাণ্ডি ভৰুভায়া | নন্দিনী | তামিল | কেমিঅ’ এপিয়াৰেঞ্চ | ১৫ | |
| ২০১০ | বানা কাথাড়ী | প্ৰিয়া | তামিল | ১৬ | ||
| ২০১০ | মোচকোৱিন কাবেৰী | কাবেৰী | তামিল | ১৭ | ||
| ২০১০ | বৃন্দাভানাম | ইন্দু | তামিল | ১৮ | ||
| ২০১১ | নাদুনিশি নায়গল | আচিলুম পেচেণ্ট | তামিল | কেমিঅ’ এপিয়াৰেঞ্চ | ১৯ | |
| ২০১১ | দুকুদু | প্ৰাশন্তী | শ্ৰীণুু ভৈটলা | তেলেগু | মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | ২০ |
| ২০১২ | এক দীৱানা থা | সামান্থা | গৌতম মেনন | হিন্দী | কেমিঅ’ এপিয়াৰেঞ্চ | ২১ |
| ২০১২ | ইগা | বিন্দু | এছ. এছ. ৰাজমৌলী | তেলেগু | শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | ২২ |
| ২০১২ | নান ই | বিন্দু | তামিল | ২৩ | ||
| ২০১২ | নিথানে ইন পোনভাচানথাম | নিত্যা বাসুদেৱা | গৌতম মেনন | তামিল | শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তামিল | ২৪ |
| ২০১২ | য়েতো ভেল্লিপোয়িনধী মানাসু | নিত্যা ইলাভাৰতী | তেলেগু | ২৫ | ||
| ২০১৩ | সিথাম্মা ভাকিত্ল চিৰিমাল্লে চেট্টু | গীতা | তেলেগু | ২৬ | ||
| ২০১৩ | জবৰদস্ত | শ্ৰেয়া | বি. ভি. নন্দিনী ৰেড্ডী | তেলেগু | ২৭ | |
| ২০১৩ | থেৰা ভেলাই চেইয়ানুম কুমাৰু | নিজে | সুুুুন্দৰ চি. | তামিল | কেমিঅ’ এপিয়াৰেঞ্চ | ২৮ |
| ২০১৩ | আট্টাৰান্তিকি দাৰেদী | সাক্ষী | তৃবিক্ৰম শ্ৰীনিৱাস | তেলেগু | মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | ২৯ |
| ২০১৩ | ৰামায়া বস্তাভায়া | আকৰ্ষা | হৰিশ শংকৰ | তেলেগু | ৩০ | |
| ২০১৪ | মানাম | কৃষ্ণাবেণী আৰু প্ৰিয়া | বিক্ৰম কুমাৰ | তেলেগু | মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | ৩১ |
| ২০১৪ | অ’টোনগৰ সূৰ্য | শিৰিষা | দেৱা কাত্তা | তেলেগু | ৩২ | |
| ২০১৪ | অল্লুদু চেনু | অঞ্জলি | ভি. ভি. বিনায়ক | তেলেগু | ৩৩ | |
| ২০১৪ | অঞ্জান | জীভা | তামিল | ৩৪ | ||
| ২০১৪ | ৰাভাচা | ইন্দু | সন্তুশ শ্ৰীনিৱাস | তেলেগু | ৩৫ | |
| ২০১৪ | কাত্থী | অংকিতা | এ আৰ মুৰুগাদুজ | তামিল | মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তামিল | ৩৬ |
| ২০১৫ | এছ/অ সত্যামূৰ্তী | সমীৰা | তৃবিক্ৰম শ্ৰীনিৱাস | তামিল | ৩৭ | |
| ২০১৫ | ১০ ইনদ্ৰুথুকুল্লা | সখিলা আৰু গাজী মই | বিজয় মিল্টন | তামিল | ৩৮ ৩৯ | |
| ২০১৫ | থাঙ্গা মাগান | যমুনা | বেলৰাজ | তামিল | ৪০ | |
| ২০১৬ | বাংগালোৰ নাতকাল | জ্ৰেচ | ভাস্কৰ | তামিল | কেমিঅ’ এপিয়াৰেঞ্চ | ৪১ |
| ২০১৬ | থেৰী | মিথ্ৰা | অত্লী | তামিল | মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তামি | ৪২ |
| ২০১৬ | ২৪ | সত্যা | বিক্ৰম কুমাৰ | তামিল | মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তামিল | ৪৩ |
| ২০১৬ | ব্ৰহ্মোৎসৱম | লণ্ডনৰ অজ্ঞাত এন আৰ আই | শ্ৰীকান্ত আদ্দালা | তেলেগু | ৪৪ | |
| ২০১৬ | আ | আনসুৰা ৰামলিংগম | তৃবিক্ৰম শ্ৰীনিৱাস | তেলেগু | শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | ৪৫ |
| ২০১৬ | জনতা গেৰেজ | বুজ্জী | কৰাতলা শিৱ | তেলেগু | ৪৬ | |
| ২০১৭ | ৰাজু গাড়ী গাধী ২ | আমৰুথা | ওমকাৰ | তেলেগু | ৪৭' | |
| ২০১৭ | মাৰ্চেল | তাৰা | অত্লী | তামিল | ৪৮ | |
| ২০১৮ | ৰাঙ্গাস্থলম | ৰামা লক্ষ্মী | সুকুমাৰ | তেলেগু | মনোনয়ন — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | ৪৯ |
| ২০১৮ | মহানতী | মাধুৰাবাণী | নাগ উচিন | তেলেগু | মনোনয়ন — শ্ৰেষ্ঠ সহায়ক চৰিত্ৰৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু | ৫০ |
| ২০১৮ | নাদিগৈয়াৰ থিলাগাম | মাধুৰাবাণী | তামিল | ৫১ | ||
| ২০১৮ | ইৰুমবু থিৰাই | ৰথী দেৱী | পি. এছ. মিথ্ৰান | তামিল | ৫২ | |
| ২০১৮ | সীমাৰাজা | সুন্ধানথিৰা চেলভী | পোণৰাম | তামিল | ৫৩ | |
| ২০১৮ | ইউ টাৰ্ণ | ৰচনা | তামিল | ৫৪ | ||
| ২০১৮ | ইউ টাৰ্ণ | ৰচনা | তেলেগু | ৫৫ | ||
| ২০১৯ | ছুপাৰ ডিলাক্স | ভাইমভূ | তামিল | ৫৬ | ||
| ২০১৯ | মাজিলী | শ্ৰাৱণী | শিৱ নিৰ্বাণা | তেলেগু | ৫৭ | |
| ২০১৯ | অহ্! বেবী | স্বাথী (বেবী) | তেলেগু | ৫৮ ৫৯ | ||
| ২০১৯ | মনমধুদু ২ | স্থাপত্য বিদ্যাৰ্থী | তেলেগু | কেমিঅ’ এপিয়াৰেঞ্চ | ৬০ | |
| ২০২০ | জানু | জানকী দেৱী (জানু) | চি. প্ৰেম কুমাৰ | তেলেগু | ৬১ | |
| ২০২০ | কাথুভাকুলা ৰেণু কাধাল | বিগণেশ শিৱম | তামিল | ফিল্মিং | ৬২ |
পুৰস্কাৰ আৰু মনোনয়ন
| চন | বঁটা | ধৰণ | চলচ্চিত্ৰ | ফলাফল |
|---|---|---|---|---|
| ২০১১ | চিনেমা বঁটা | শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশ | য়ে মায়া চেশৱ | |
| ৫৮তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | |||
| শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশ | ||||
| নন্দী বঁটা | স্পেচিয়েল জুৰি এৱাৰ্ড | |||
| টিএছআৰ টিভি৯ ফিল্ম ৱাৰ্ড (TSR TV9 Film Awards) | শ্ৰেষ্ঠ অভিনেত্ৰী | |||
| ৫ম বিজয় বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী আত্মপ্ৰকাশ | বাণা কাথাদী | ||
| ২০১২ | ৫৯তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | দুকুদু | |
| ১ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | |||
| ২০১৩ | বিকাটান এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেত্ৰী | নীথানে ইন পোনভাচান্থাম | |
| ৭ম বিজয় বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | |||
| প্ৰিয় হিৰোইন | ||||
| ৬০তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তামিল | |||
| ২য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল | |||
| তামিলনাডু ষ্টেট ফিল্ম এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেত্ৰী (স্পেচিয়েল প্ৰাইজ) | |||
| ৬০তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | ঈগা | ||
| টিএছআৰ টিভি৯ ফিল্ম ৱাৰ্ড (TSR TV9 Film Awards) | শ্ৰেষ্ঠ অভিনেত্ৰী | |||
| চিনেমা বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | |||
| Santosham Film Awards | শ্ৰেষ্ঠ অভিনেত্ৰী | |||
| ২য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | |||
| নন্দী বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | য়েটো বেল্লিপোয়িন্ধী মানাসু | ||
| ২০১৪ | Margadarsi Big Telugu Entertainment Awards | শ্ৰেষ্ঠ অভিনেত্ৰী 2013 | আট্টাৰিণ্টিক দাৰেদী | |
| টিএছআৰ টিভি৯ ফিল্ম ৱাৰ্ড (TSR TV9 Film Awards) | শ্ৰেষ্ঠ অভিনেত্ৰী | |||
| ৩য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | |||
| Santosham Film Awards | শ্ৰেষ্ঠ অভিনেত্ৰী | |||
| ৬১তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | |||
| ২০১৫ | চিনেমা এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেত্ৰী | মানাম | |
| ৪ৰ্থ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী (Critics) – তেলেগু | |||
| শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | ||||
| ৬২তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | |||
| 2nd Behindwoods Gold Medal Ceremony | People's Choice Actress | অনজান, কাট্টী | ||
| ৬২তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল | কাট্টী | ||
| ৪ৰ্থ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল | |||
| ৯ম বিজয় বঁটা | প্ৰিয় হিৰোইন | |||
| Mercedes Benz RITZ STYLE AWARDS (Chennai Edition) | ৰিটজ চোলিটাৰী এৱাৰ্ডচ্ (RITZ Solitaire Award)৬৩ | - | ||
| ২০১৬ | ৫ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু | এছ/অ সত্যামুৰ্তী | |
| ইউথ আইকন অফ চাউথ ইণ্ডিয়া৬৪ | - | |||
| Edison Awards | শ্ৰেষ্ঠ অভিনেত্ৰী | থাঙ্গা মগন | ||
| ২০১৭ | Zee Cinemalu Awards | বক্স অফিচৰ ৰাণী | অ আ, ব্ৰহ্মোৎসৱ, জনতা গেৰেজ | |
| 2nd IIFA Utsavam Awards | শ্ৰেষ্ঠ অভিনেত্ৰী - তেলেগু ৬৫ | অ আ | ||
| ৬৪তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তেলেগু৬৬ | |||
| ৬য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তেলেগু | |||
| Santosham Film Awards | শ্ৰেষ্ঠ অভিনেত্ৰী | |||
| ৬৪তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল | থেৰী | ||
| ৬য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল | |||
| ৬৪তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল | ২৪ | ||
| 4th Behindwoods Gold Medal Ceremony | পিপলচ্ চইছ এক্ট্ৰেচ্৬৭ | থেৰী, ২৪ | ||
| ২০১৮ | ১০ম বিজয় বঁটা | প্ৰিয় হিৰোইন | মাৰ্চেল | |
| 2nd Social Media Summit and Awards | মষ্ট লাইকড দক্ষিণ ভাৰতীয় অভিনেত্ৰী | - | ||
| Indian Film Festival of Melbourne | বেষ্ট এক্টৰ ইন এ চাপৰ্টিং ৰোল | মহানাতী | ||
| ২০১৯ | Sri Kala Sudha Telugu Association Awards | শ্ৰেষ্ঠ অভিনেত্ৰী | ৰঙ্গাস্থলম | |
| ৮ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ষ্টাইল আইকন | ভেৰিয়াচ ৰোলচ্ | ||
| ৮ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী (Critics) - তেলেগু | ৰঙ্গাস্থলম | ||
| ৮ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল | ইৰুমভু থিৰাই | ||
| ৮ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - তেলেগু | ৰঙ্গাস্থলম | ||
| ৬৬তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী | মহানাতী | ||
| ৬৬তম দক্ষিণ ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | ৰঙ্গাস্থলম | ||
| ২০২০ | টিভি৯ নৱ নক্ষত্ৰ সন্মান | শ্ৰেষ্ঠ অভিনেত্ৰী | ঈগা, ৰঙ্গাস্থলম, মহানাতী, অহ্! বেবী এণ্ড ম’ৰ ভেৰিয়াচ ৰোলচ্ | |
| জি চিনেমা তামিল এৱাৰ্ডচ্ | শ্ৰেষ্ঠ অভিনেত্ৰী - জুৰি স্পেচিয়েল মেঞ্চন | চুপাৰ ডিলাক্স | ||
| জি চিনেমা তেলেগু এৱাৰ্ডচ্ | লীডিং ৰোলৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী | মাজিলি, অহ্! বেবী | ||
| চিনেমা চেনত্ৰেল এক্সেলেঞ্চ এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেত্ৰী | চুপাৰ ডিলাক্স | ||
| ক্ৰিটিকছ চইছ ফিল্ম এৱাৰ্ড (Critics Choice Film Awards)৬৮৬৯ | শ্ৰেষ্ঠ অভিনেত্ৰী | অহ্! বেবী | ||
| চুপাৰ ডিলাক্স |
তথ্যসূত্ৰ
- ↑ (12 Oct 2017). Samantha Ruth Prabhu changes name to Samantha Akkineni. Here’s how Twitter reacted. Hindustantimes.com
- ↑ (14 Oct 2017). I’m Akkineni Samantha from now and I have to live up to the family’s legacy, says the newly wed Samantha. Regional.pinkvilla.com
- ↑ cite web|title=Filmfare Winners | url=https://m.timesofindia.com/entertainment/movie-awards/filmfare-awards-winners/telugu/2013/102 | website=Timesofindia.com | accessdate=9 june 2020
- ↑ year=15 Jan 2017 Samantha repeats Filmfare history. Timesofindia.com
- ↑ (2017). Filmfare South Awards 2017: R Madhavan, Samantha Ruth Prabhu Win Big. News18.com
- ↑ (2020). Critics’ Choice Film Awards 2020: Complete nominations list. Indianexpress.com
- ↑ Y. Sunita Chowdhary. (10 May 2012). Away from the rat race. The Hindu
- ↑ (10 November 2013). Samantha feels 'One' film changes all. The Times of India
- ↑ (27 March 2014). Samantha is in her own league. Deccan Chronicle
- ↑ Chowdhary, Y. Sunita. (12 May 2012). Away from the rat race. The Hindu
- ↑ Shekhar, H Hooli. (28 April 2015). Samantha Celebrates Birthday; Tollywood Celebs Wish Her. International Business Times
- ↑ Samantha raised in Pallavaram. Firstpost
- ↑ (14 Feb 2012). Samantha Ruth Prabhu Biography. web.archive.org
- ↑ Rajamani, Radhika. (26 February 2010). Review: Ye Maya Chesave is a beautiful love story. Rediff.com
- ↑ Menon, Gautham. (2010). Vinnaithaandi Varuvaaya. Escape Artists Motion Pictures
- ↑ Bhaskaran, Gautaman. (10 August 2010). Review: Baana Kaathadi. হিন্দুস্তান টাইমছ
- ↑ (27 August 2010). Moscowin Kaveri. Sify
- ↑ Rajamani, Radhika. (13 October 2010). From YMC's Jessie to Indu. Rediff.com
- ↑ Suganth, M. (2011). Nadunisi Naaygal Movie Review. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Srinivasan, Pavithra. (23 September 2011). Review: Dookudu is Mahesh Babu's show all the way. Rediff.com
- ↑ Menon, Gautham. (2012). Ekk Deewana Tha. Fox Star Studios
- ↑ Dundoo, Sangeetha Devi. (7 July 2012). Eega: Don’t miss this buzz. দ্য হিন্দু
- ↑ (6 July 2012). Naan Ee. Sify
- ↑ Subramanian, Karthik. (15 December 2012). Neethaane En Ponvasantham: An ode to Ilaiyaraaja. দ্য হিন্দু
- ↑ Dundoo, Sangeetha Devi. (31 May 2016). Samantha: I am done with clichéd heroine roles. দ্য হিন্দু
- ↑ (11 January 2013). Review: Seethamma Vaakitlo Sirimalle Chettu. Sify
- ↑ Dundoo, Sangeetha Devi. (22 February 2013). Film review: Jabardasth — An inspired fun ride. দ্য হিন্দু
- ↑ Saraswathi, S. (14 June 2013). Review: Theeya Velai Seiyyanum Kumaru is predictable. Rediff.com
- ↑ Rajamani, Radhika. (27 September 2013). Review: Attarintiki Daaredi is Pawan Kalyan's show!. Rediff.com
- ↑ Dundoo, Sangeetha Devi. (11 October 2013). Ramayya Vasthavayya: Hinged on heroism. দ্য হিন্দু
- ↑ Borah, Prabalika M. (23 May 2014). Manam: Smiles all around. দ্য হিন্দু
- ↑ Seshagiri, Sangeetha. (27 June 2014). 'Autonagar Surya' Movie Review Roundup: Average Fare. International Business Times
- ↑ Dundoo, Sangeetha Devi. (25 July 2014). Alludu Seenu: Outlandish launch pad. দ্য হিন্দু
- ↑ Subramanian, Anupama. (17 August 2014). Movie Review 'Anjaan': It's Suriya's show all the way. Deccan Chronicle
- ↑ Kavirayani, Suresh. (31 August 2014). Movie Review 'Rabhasa': NTR Jr shines in dull film. Deccan Chronicle
- ↑ Subramanian, Anupama. (24 October 2014). Movie review Kaththi: A little too preachy. Deccan Chronicle
- ↑ Dundoo, Sangeetha Devi. (10 April 2015). S/O Satyamurthy: To keep up a father’s honour. দ্য হিন্দু
- ↑ Rangan, Baradwaj. (21 October 2015). 10 Enradhukulla: A slipshod road movie. দ্য হিন্দু
- ↑ Bad girls of K-town. Sify
- ↑ Srinivasan, Latha. (18 December 2015). 'Thanga Magan' review: The fine performances by Dhanush, Samantha and Amy Jackson make it a must-watch. Daily News and Analysis
- ↑ Saraswathi, S. (5 February 2016). Review: Bangalore Naatkal disappoints. Rediff.com
- ↑ Subramanian, Anupama. (15 April 2016). Movie review Theri: Story revealed in the beginning of the film. Deccan Chronicle
- ↑ Bhaskaran, Gautaman. (6 May 2016). 24 review: Suriya spins a fantasy with a magic watch. হিন্দুস্তান টাইমছ
- ↑ Chowdhary, Y. Sunita. (20 May 2016). Brahmotsavam: Stale story, weak treatment. দ্য হিন্দু
- ↑ Keramalu, Karthik. (3 June 2016). 'A Aa' Review: Trivikram's Latest Falls Short on Expectations. CNN-News18
- ↑ (1 September 2016). Janatha Garage review: Mohanlal, NTR set the screen on fire. Sify
- ↑ Sundar, Priyanka. (14 October 2017). Raju Gari Gadhi 2 movie review: This Samantha Akkineni and Nagarjuna starrer is not scary, just funny. হিন্দুস্তান টাইমছ
- ↑ Sundar, Priyanka. (18 October 2017). Mersal movie review: For Vijay and his fans, Atlee has delivered a celebratory film. হিন্দুস্তান টাইমছ
- ↑ H. Hooli, Shekhar. (30 March 2018). Rangasthalam review: Critics wowed by Sukumar's script, Ram Charan & Samantha's performances. International Business Times
- ↑ Dundoo, Sangeetha Devi. (9 May 2018). 'Mahanati' review: celebration of a legend. দ্য হিন্দু
- ↑ (11 May 2018). Nadigaiyar Thilagam review: A well made movie made with honesty and passion. Sify
- ↑ Pillai, Sreedhar. (11 May 2018). Irumbu Thirai movie review: Not Vishal or Samantha, Arjun's taut performance is the highlight of this patchy thriller. Firstpost
- ↑ Suganth, M. (13 September 2018). Seemaraja Movie Review. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Menon, Thinkal. (13 September 2018). U Turn Movie Review. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Yellapantula, Suhas. (13 September 2018). U Turn Movie Review. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Srivatsan, S. (29 March 2019). ‘Super Deluxe’ review: an unusual film with an assortment of quirky characters. দ্য হিন্দু
- ↑ Yellapantula, Suhas. (5 April 2019). Majili Movie Review. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (5 July 2019). Oh Baby movie review: Samantha Akkineni thrives in this fantasy comedy. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Dundoo, Sangeetha Devi. (5 July 2019). ‘Oh! Baby’ review: When life gives her a second chance. দ্য হিন্দু
- ↑ (16 April 2019). Surprise! Samantha Akkineni confirms her cameo in Nagarjuna’s ‘Manmadhudu 2’. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (7 February 2020). Jaanu movie review and release Live Updates: Samantha Akkineni and Sharwanand are winning hearts. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ twitter.com/Samanthaprabhu2/status/1228223293758
- ↑ Samantha Ruth Prabhu – Mercedes Benz RITZ STYLE AWARDS (Chennai Edition) – 2015. www.ritzmagazine.in
- ↑ (2016). Allu Arjun, Samantha, Rajamouli bag the big awards. ibtimes.co.in
- ↑ (2017). Samantha wins IIFA Utsavam Award. indiaglitz.com
- ↑ (18 June 2017). R.Madhavan, Samantha win big at the Filmfare Awards. news18.com
- ↑ (12 June 2017). Complete list of award winners in Behindwoods Gold Medal 2017
- ↑ (2 March 2020). Critics Choice Film Awards 2020: Complete nominations list. The Indian Express
- ↑ (28 March 2020). Critics’ Choice Film Awards 2020: Complete winners list. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সামান্থা ৰুথ প্ৰভু” প্ৰবন্ধৰ সংশোধন ৬৪০২৬৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।