অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

এক দীৱানা থা

এক দীৱানা থা (হিন্দী: एक दीवाना था) হৈছে ২০১২ চনৰ জানুৱাৰী মাহত মুক্তি পাব লগা এখন হিন্দী ভাষাৰ ৰোমাণ্টীক চলচ্চিত্ৰ। গৌতম মেনন পৰিচালিত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে প্ৰতিক বাব্বৰ আৰু এমি জেকছনকে। এই ছবিখন গৌতম মেননৰ দ্বাৰাই পৰিচালিত তামিল ভাষাৰ ছবি ভিন্নইথাণ্ডি ভৰুভায়াৰ পুনৰনিৰ্মাণ।

হালনাগাদ: ২ জুন ২০২০ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

এক দীৱানা থা (হিন্দী ভাষা: एक दीवाना था) হৈছে ২০১২ চনৰ জানুৱাৰী মাহত মুক্তি পাব লগা এখন হিন্দী ভাষাৰ ৰোমাণ্টীক চলচ্চিত্ৰ। গৌতম মেনন পৰিচালিত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে প্ৰতিক বাব্বৰ আৰু এমি জেকছনকে। এই ছবিখন গৌতম মেননৰ দ্বাৰাই পৰিচালিত তামিল ভাষাৰ ছবি ভিন্নইথাণ্ডি ভৰুভায়াৰ পুনৰনিৰ্মাণ।১

অভিনয়ত

  • প্ৰতিক বাব্বৰ (শচিন)
  • এমি জেকছনক
  • মনু ঝষি
  • শচিন খেৰকাৰ
  • ৰমেশ চিপ্পি (বিশেষ এভূমুকি)

অন্য ভাষাৰ সংস্কৰণৰ সৈতে চৰিত্ৰসমূহৰ তুলনা

ভিন্নইথাণ্ডি ভৰুভায়া (তামিল)য়ে মায়া ছেসাবে (তেলেগু)এক দীৱানা থা (হিন্দী ভাষা)
শিলামবৰ্ষণ ৰাজেন্দৰনাগা চৈতন্যপ্ৰতিক বাব্বৰ
তৃষা কৃষ্ণনসামাণ্ঠা ৰূঠ প্ৰভুএমি জেকছনক
গণেশ জনাৰ্দনকৃষ্ণুডুমনু ঝষি

নিৰ্মাণ কাহিনী

সংগীত

ভিন্নইথাণ্ডি ভৰুভায়াৰ দৰেই এক দীৱানা থা-ও সংগীত পৰিচালনা কৰিছে এ আৰ ৰহমানে। তামিল গীতবোৰৰ হিন্দী সংস্কৰণৰ লগতে এই ছবিখনত জাভেদ আখটাৰ ৰচিত দুটা অতিৰিক্ত গীত সংযোগ কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Another Gautham Menon Film in Hindi – Ek Deewana Tha. BollySpice.com

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এক দীৱানা থা” প্ৰবন্ধৰ সংশোধন ২৩৪৪১২ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।