অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পায়েল সৰকাৰ

পায়েল সৰকাৰ (Payel Sarkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছন ধাৰাবাহিকসমূহত অভিনয় কৰে। তেওঁ ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল।

হালনাগাদ: ২৯ জানুৱাৰী ২০২৬ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পায়েল সৰকাৰ (Payel Sarkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছন ধাৰাবাহিকসমূহত অভিনয় কৰে।১ তেওঁ ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল।২

ব্যক্তিগত জীৱন

পায়েল সৰকাৰে ১৯৮৪ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে পশ্চিমবংগৰ কলিকতাত জন্মগ্ৰহণ কৰিছিল। তেওঁ ২০০৪ চনত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ বঙালী কৈশোৰ আলোচনী উনিশ-কুড়িৰ বেটুপাত মডেল হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।

ৰাজনৈতিক জীৱন

সৰকাৰে ২০২১ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি ২০২১ চনৰ পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত বেহালা পূৰ্ব সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাস্ত হৈছিল।৩

চলচ্চিত্ৰপুঞ্জী

+পায়েল সৰকাৰ অভিনীত চলচ্চিত্ৰসমূহৰ তালিকাবৰ্ষশিৰোনামচৰিত্ৰটোকা
২০০৪শুধু তুমিঅঞ্জনা
২০০৬বিবৰইতি
২০০৭আই লাভ ইউপূজা
এফএম ফান অউৰ মাস্তিৰজি
২০০৯ক্ৰছ কানেকশ্যনপিয়া
প্ৰেম আমাৰৰিয়া
২০১০লে ছক্কাৰাণী মিত্ৰশ্ৰেষ্ঠ অভিনেত্ৰীৰ আনন্দলোক পুৰস্কাৰ
২০১১জানি দেখা হবেহিয়া
২০১২লে হালুয়া লে সোণালী
বোঝেনা সে বোঝেনাজয়িতা
বাৱালি আনলিমিটেডমুনমুন
২০১৩গোলেমালে গোলেমালে পিৰিত কোৰো না
আষাড়ে গপ্পো
২০১৪বাঙালী বাবু ইংলিশ মেমকেমিঅʼ
বচ্চন
চতুষ্কোণ
২০১৫এবাৰ শবৰ
লড়াই: প্লে টু লিভঅনুৰাধা এছ. ৰিয়ান
অমানুষ ২
জামাই ৪২০জুলি
যমেৰ ৰাজা দিল বৰৰিয়া বেনাৰ্জীশ্ৰেষ্ঠ অভিনেত্ৰীৰ কলাকাৰ বঁটা
গুড্ডু কী গানপ্ৰথম হিন্দী চলচ্চিত্ৰ
২০১৬আগন্তুকেৰ পৰে
ঈগলেৰ চোখ
হেমন্ত
চকলেট
২০১৭জিও পাগলা
২০১৮ভাইজান এলো ৰে
২০১৯মুখোমুখি
জামাই বদল
ভালোবাসাৰ শহৰ
২০২০কোৰাপাক
মুখোশ
একটি তাৰা
হাৰানো প্ৰাপ্তিজি৫ মুক্তি
বিয়ে.কমজি৫ মুক্তি
২০২১মেজিক
সীমান্ত৪
অনুসন্ধান৫
২০২২দ্য একেন
জালবন্দী
কুলপি
জতুগৃহ
হাৰ মানা হাৰ
২০২৩ছায়াময়ীদামিনী
একটু সৰে বসুনঊৰ্মি
২০২৪আবাৰ অৰণ্যে দিন ৰাত্ৰিনন্দিনী
দৰদঅগ্নিবহুভাষিক চলচ্চিত্ৰ; ভাৰত বাংলাদেশৰ যৌথ উদ্যোগ
২০২৫বাবু সোণাতিতাস৬
অলক্ষ্যে ঋত্বিকসুৰমা ঘটক৭
প্ৰশ্নতিতলি
৮

টেলিভিছন

  • দিয়াৰ চৰিত্ৰত একদিন প্ৰতিদিন [২০০৫–২০০৭]
  • মিছাল ৰাহেজাৰ বিপৰীতে শ্ৰুতিৰ চৰিত্ৰত প্ৰেম কাহিনী [৩০ এপ্ৰিল ২০০৭ – ১৭ জানুৱাৰী ২০০৮]৯
  • ৱাক্ত বতায়েগা কৌন আপনা কৌন পৰায়াত ৰুদ্ৰাৰ চৰিত্ৰত (নায়িকা; পূৰ্বৰ জন্মত শমলীও যাক তেওঁৰ স্বামী জয়ন্তই হত্যা কৰিছিল) [১৪ এপ্ৰিল ২০০৮ – ৩০ অক্টোবৰ ২০০৮]
  • ৰাজকুমাৰী গৌৰীৰ চৰিত্ৰত শকুন্তলা [২ ফেব্ৰুৱাৰী ২০০৯ – ১৫ মে' ২০০৯]
  • পূজা সিংৰ চৰিত্ৰত লেডিজ স্পেচিয়েল [২৫ মে' ২০০৯ – ৯ ডিচেম্বৰ ২০০৯]

ৱেব ধাৰাবাহিক

+পায়েল সৰকাৰ অভিনীত ৱেব ধাৰাবাহিকসমূহৰ তালিকাবৰ্ষধাৰাবাহিকঅʼটিটিচৰিত্ৰটোকা
২০১৭কাৰ্টুনহইচইজিনিয়া
২০১৯শৰতে আজজি৫সাহানা১০ ১১ ১২
২০২০শব্দ জব্দহইচইঅদিতি১৩
মিছমেচ ছিজন ৩হইচইনিবেদিতা
২০২২এনক্ৰিপ্টেডক্লিক
মাৰ্ডাৰ বাই দ্য চীহইচই
হেল্লʼ! ৰিমেম্বাৰ মী?হইচই
২০২৪কাঁটায় কাঁটায়জি৫কাবেৰী দত্ত গুপ্ত

বঁটা

  • আনন্দলোক বঁটা, ২০১০ বৰ্ষৰ লে ছক্কাৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী
  • কলাকাৰ বঁটা, ২০১৬ বৰ্ষৰ যমেৰ ৰাজা দিল বৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী

তথ্যসূত্ৰ

  1. ↑ Roy, Priyanka. (11 August 2008). Who's that girl?. telegraphindia.com
  2. ↑ (14 March 2021). Actress Payel Sarkar talks about her Behala East connect, shift from acting to politics and more
  3. ↑ (16 March 2021). How BJP's using intellectuals, actors to win Bengal & 'get traction' in Tamil Nadu, Kerala
  4. ↑ (28 September 2020). নো ম্যানস ল্যাণ্ড- এৰ গল্প বলবেন পায়েল,ৰাহুল, সাহেবৰা, আসছে 'সীমান্ত'. Hindustantimes Bangla
  5. ↑ (2 September 2020). Paayel and Saswata set to fly to London for Kamaleswar's film shoot
  6. ↑ (16 February 2025). যুক্তিহীন গল্প ও দৰ্শকেৰ স্নায়ুৰ পৰীক্ষা! জীতু-শ্ৰাবন্তীৰ ‘বাবু সোণা’ কি প্ৰত্যাশা পূৰণ কৰল
  7. ↑ Alakshye Ritwik Movie Review: A not-so-unknown biography of a legend. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ সত্যজিৎকে অভিনব শ্ৰদ্ধাৰ্ঘ্য, ‘জয় বাবা ফেলুনাথ’ এবং ‘চিড়িয়াখানা’-ৰ পোষ্টাৰেৰ আদলে ‘চোৰ’দেৰ ছবি ঘোষণা!. Aaj Kal
  9. ↑ (25 August 2008). https://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/I-want-to-work-with-SRK/articleshow/3399767.cms
  10. ↑ (2 November 2018). ZEE5 announces Sharate Aaj, their biggest Bengali Original, yet. Indian Television Dot Com
  11. ↑ (23 July 2019). Sharate Aaj: Zee5's Biggest Bengali Original Series Releases on 21st February | Webfare .live
  12. ↑ (3 March 2019). Sharate Aaj review: Zee5's new Bengali series is a smartly written thriller loaded with terrific performances. Firstpost
  13. ↑ (9 February 2020). ৰজত কাপুৰ-মুমতাজ-পায়েল অভিনীত 'শব্দজব্দ'! মুক্তি পেল ট্ৰেলাৰ

সম্পৰ্কিত শ্ৰেণী

বঙালী অভিনেত্ৰীভাৰতীয় টেলিভিছন অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীপশ্চিমবঙ্গৰ ব্যক্তিভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পায়েল সৰকাৰ” প্ৰবন্ধৰ সংশোধন ৫৭২২৮৪ (২৯ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।