প্ৰমোদ বৰুৱা (Promod Barua) অসমৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেতা। ১৯৬৭ চনত কেইজনমান চলচ্চিত্ৰ অনুৰাগীৰ সহযোগিতাত সমবায় ভিত্তিত বিশ্বনাথ চাৰিআলিত পোন প্ৰথমে "অভিযান" নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। ১৯৭৩ চনত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। ইয়াৰ পাছত বৰুৱাই কেবাখনো চলচ্চিত্ৰ নিৰ্মাণ কৰে।
চলচ্চিত্ৰসমূহ
বঁটা / সন্মান
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২০১১ চনৰ ১১ জুলাইত অনুষ্ঠিত ১৩ তম মুনলাইট মিডিয়া বঁটা (Moonlight Media Awards) প্ৰদান অনুষ্ঠানত তেখেতক জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰা হয়২৩।
তথ্যসূত্ৰ
- ↑ Its My NE
- ↑ Lifetime achievement awards for cultural excellence awarded. assamtribune.com
- ↑ Apurba Kumar Das. Moonlight Media Awards. assamtribune.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰমোদ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮৫৩৮৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।