পদ্মা নদীৰ মাঝি ( Padma Nadir Majhi) মানিক বন্দ্যোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত আৰু গৌতম ঘোষ পৰিচালিত১ ভাৰত-বাংলাদেশৰ যৌথ প্ৰযোজনাৰ এখন পূৰ্ণদৈৰ্ঘ্য নাট্যধৰ্মী ছবি, য’ত পদ্মা নদীৰ মাছমৰীয়াসকলৰ জীৱনক চিত্ৰিত কৰা হৈছে।২ ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণৰূপে বাংলাদেশত কৰা হৈছিল।
অভিনয় শিল্পী
- ৰাইছুল ইছলাম আছাদ (কুবেৰ)
- চম্পা (মালা)
- উৎপল দত্ত (হোছেন)৩
- ৰূপা গাংগুলী (কপিলা)৪
- ৰবি ঘোষ (আমিনুদ্দিন)
- আছানুল হক মিনু ৫
- মমতা শংকৰ
- আনিছুৰ ৰহমান আনিছ
- সুনীল মুখোপাধ্যায়
- বিমল দেৱ
- আজিজুল হাকিম
- মুক্তি আনোৱাৰ
- ৰছুল ইছলাম
- তন্দ্ৰা ইছলাম
বঁটা আৰু সন্মান
৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯২)
- দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক।
- শ্ৰেষ্ঠ পৰিচালক- গৌতম ঘোষ
১৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (বাংলাদেশ)
- শ্ৰেষ্ঠ চলচ্চিত্ৰ
- শ্ৰেষ্ঠ অভিনেতা- ৰাইছুল ইছলাম আছাদ
- শ্ৰেষ্ঠ অভিনেত্ৰী – চম্পা
- শ্ৰেষ্ঠ কলা নিৰ্দেশক – মহিউদ্দিন ফাৰুক
- শ্ৰেষ্ঠ মেকআপমেন- মহম্মদ আলাউদ্দিন
বাহ্যিক সংযোগ
- Padma Nadir Majhi at calcuttatube.com
তথ্যসূত্ৰ
- ↑ Das, Santanu. (11 May 2022). 'Padma Nadir Majhi' is our regional recco this week. The Telegraph
- ↑ Kavita. (13 October 2019). Quiet flows the disquieting river. The Daily Star
- ↑ (16 August 2018). Utpal Dutt and 5 of his greatest roles in Bengali cinema. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (1 August 2018). 5 Tollywood movies that prove Roopa Ganguly is a treasure to Bengali cinema. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Deepita, Novera. (11 October 2005). Ahsanul Haque Minu: An acclaimed actor. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মা নদীৰ মাঝি” প্ৰবন্ধৰ সংশোধন ৫১৪৮৬৩ (৪ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।