অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চৰাচৰ

চৰাচৰ ( Shelter of the Wings) ১৯৯৩ চনত বুদ্ধদেৱ দাসগুপ্তৰ পৰিচালনা আৰু প্ৰফুল্ল ৰায়ৰ উপন্যাসৰ আধাৰত নিৰ্মিত এখন বঙালী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ।

হালনাগাদ: ২৪ আগষ্ট ২০২৪ ৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চৰাচৰ ( Shelter of the Wings) ১৯৯৩ চনত বুদ্ধদেৱ দাসগুপ্তৰ পৰিচালনা আৰু প্ৰফুল্ল ৰায়ৰ উপন্যাসৰ আধাৰত নিৰ্মিত এখন বঙালী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। ১

অভিনয় শিল্পী

  • শংকৰ চক্ৰৱৰ্তী
  • ইন্দ্ৰানী হালদাৰ (গৌৰী)
  • ৰজিত কাপুৰ (লক্ষীন্দৰ)
  • সাধু মেহেৰ (ভূষণ)
  • মনোজ মিত্ৰ
  • লাৱনী চৰকাৰ (শৰি)

বঁটা

  • ১৯৯৩ – শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৪১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • ১৯৯৪ – গোল্ডন বিয়েৰ (মনোনয়ন)- ৪৪তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Charachar (Shelter of the Wings). Film Festival Gent
  2. ↑ Berlinale: 1994 Programme. berlinale.de

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী১৯৯৩ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰাচৰ” প্ৰবন্ধৰ সংশোধন ৪২৯৫৮৭ (২৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।