অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শুধু তোমাৰই জন্য

শুধু তোমাৰই জন্য (Shudhu Tomari Jonyo; ) হৈছে বীৰছা দাসগুপ্তৰ দ্বাৰা পৰিচালিত ২০১৫ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমান্টিক নাট্য চলচ্চিত্ৰ৷ শ্ৰী ভেংকটেশ ফিল্মছে ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেব, শ্ৰাবন্তী চট্টোপাধ্যায়, সোহম আৰু মিমি চক্ৰৱৰ্তীয়ে।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

শুধু তোমাৰই জন্য (Shudhu Tomari Jonyo; ) হৈছে বীৰছা দাসগুপ্তৰ দ্বাৰা পৰিচালিত ২০১৫ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমান্টিক নাট্য চলচ্চিত্ৰ৷ শ্ৰী ভেংকটেশ ফিল্মছে ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেব, শ্ৰাবন্তী চট্টোপাধ্যায়, সোহম আৰু মিমি চক্ৰৱৰ্তীয়ে। ই ২০১৩ চনৰ তামিল ছবি ৰাজা ৰাণীৰ পুনৰ্নিৰ্মাণ।১ ২০০৭ চনত নিৰ্মিত মিলানা নামৰৰ কন্নড় ছবিখন ইয়াৰ পৰা অনুপ্ৰাণিত বুলি কোৱা হৈছিল২৩৪ যিটো বাংলা ভাষাত কি কৰে তোকে বলবো নামেৰে পুনৰ নিৰ্মাণ কৰা হৈছে।৫ শুধু তোমাৰই জন্য মুক্তি পোৱাৰ চাৰি মাহৰ পিছত এই ছবিখন মুক্তি পাইছিল।

কলা-কুশলী

  • দেব - আদি সেন৬
  • শ্ৰাবন্তী চট্টোপাধ্যায় - নয়নতৰা সেন৭
  • সোহম চক্ৰৱৰ্তী - ছিৰাজ চৌধুৰী
  • মিমি চক্ৰৱৰ্তী - কলি
  • বিশ্বনাথ বসু - চন্দন
  • স্নেহা চট্টোপাধ্যায় - শ্ৰীতমা
  • অৰিন্দম শীল - নয়নতৰাৰ পিতৃ
  • সুপ্ৰিয় দত্ত - ছিৰাজৰ পিতৃ
  • খৰাজ মুখোপাধ্যায় - কংশ মামা, চন্দনৰ মামা
  • কাঞ্চন মল্লিক - ৰোহন
  • পল্লৱী চট্টোপাধ্যায় - নয়নতৰাৰ পেহী
  • মানসী সিনহা - কংশৰ পত্নী
  • অসীম ৰায় চৌধুৰী - চপল
  • প্ৰদীপ ধৰ - ভভ
  • নীলাঞ্জন দত্ত
  • পোদ্দানৱ দাসগুপ্ত
  • দেবপ্ৰতীম দাসগুপ্ত - ছোটো ভণ্ডা
  • তৃণা সাহা - আদিৰ আত্মীয়

ৰেটিং আৰু সমালোচকৰ মানংক

সংগীত

ছবিখনৰ সংগীত পৰিচালনা কৰিছিল অৰিন্দম চেটাৰ্জীয়ে। এই ছবিখনৰ তামিল সংস্কৰণৰ পৰা হে বেবী শীৰ্ষক গীতটো দেখতে বৌ বৌ পুনৰ নিৰ্মাণ কৰা হৈছিল। ছবিখনৰ সকলোবোৰ গীতক হিট ঘোষণা কৰা হৈছিল। এগিয়ে দে শীৰ্ষক গীতটোও কামিং হ'ম নামৰ গীত এটাৰ পৰা অনুপ্ৰাণিত।

তথ্যসূত্ৰ

  1. ↑ Biswas, Jaya. Shudhu Tomari Jonyo Movie Review. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Raja Rani
  3. ↑ 'Raja Rani' remake of 'Milana'
  4. ↑ (2 October 2013). Puneet's Milana Vs Arya's Raja Rani
  5. ↑ (9 February 2016). Ki Kore Toke Bolbo: A mature love story, perfect for V-Day
  6. ↑ New Bengali Film Sudhu Tomari Jonno 2015. nobnews24.com
  7. ↑ Sudhu Tomari Jonno 2015 Bengali Movie By Dev & Srabanti. allnewsview.com

সম্পৰ্কিত শ্ৰেণী

২০১৫ বৰ্ষৰ চলচ্চিত্ৰবঙালী চলচ্চিত্ৰভাৰতৰ চলচ্চিত্ৰবাংলা ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুধু তোমাৰই জন্য” প্ৰবন্ধৰ সংশোধন ৪৮৭৪২০ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।