স্পৰ্শ শ্ৰীবাস্তৱ (Sparsh Shrivastava; জন্ম: ০৪ জুলাই ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেতা। বালিকা বধূ নামৰ ধাৰাবাহিকখনত অভিনয়েৰে তেওঁ ছবিজগতত প্ৰৱেশ কৰে।১২ ইয়াৰ পিছত তেওঁ ২০২১ চনত কলাৰ বমকে ধৰি বিভিন্ন চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকত অভিনয় কৰে। তেওঁ জামতাৰা – চবকা নম্বৰ আয়েগাত ছানীৰ চৰিত্ৰত আৰু লাপতা লেডীজত দীপকৰ চৰিত্ৰত অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।৩
প্ৰাৰম্ভিক জীৱন
১৯৯৯ চনৰ ৪ জুলাইত ৰাজস্থানৰ ঢোলপুৰ জিলাৰ ৰাজাখেৰা চহৰত এক কায়স্থ পৰিয়ালত শ্ৰীবাস্তৱে জন্মগ্ৰহণ কৰিছিল।৪ উত্তৰ প্ৰদেশৰ আগ্ৰা চহৰত তেওঁলোকৰ আদি নিবাস আছিল।৫৬ তেওঁ এগৰাকী নৃত্যশিল্পী হিচাপেহে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।৭
চলচ্চিত্ৰপুঞ্জী
চলচ্চিত্ৰ
| বৰ্ষ | শিৰোনাম | ভূমিকা | টোকা | তথ্য. |
|---|
| ২০২০ | নটখট | চনুৰ খুড়া | চুটি ছবি | ৮ |
| ২০২১ | কলাৰ বম | শ্বোয়েব আলী | | ৯ |
| ২০২৪ | লাপতা লেডীজ | দীপক কুমাৰ | | ১০১১ |
| এ ৱতন মেৰে ৱতন | ফাহাদ | | ১২ |
দূৰদৰ্শন
| বৰ্ষ | শিৰোনাম | ভূমিকা | টোকা | তথ্য. |
|---|
| ২০১০ | চাক ধূম ধূম | প্ৰতিযোগী | বিজয়ী | ১৩১৪ |
| ২০১২ | ফিয়েৰ ফাইলছ: ডৰ কি সচ্চি তাছভিৰেঁ | তৰুণ | ছিজন ১; খণ্ড ৩৪ | ৯ |
| ২০১৩ | শ্বেক ইট আপ | নীলাদ্ৰী "নীল" ৱালিয়া | | ৯ |
| ২০১৫–২০১৬ | বালিকা বধূ | তৰুণ কুন্দন সিং | | ৯ |
| ২০১৭ | শ্বেৰ-ই-পঞ্জাব: মহাৰাজ ৰঞ্জিত সিং | ৰাজকুমাৰ গুলাব সিং | | ১৫ |
| ২০১৮ | পৃথ্বী বল্লভ - ইতিহাস ভী, ৰহস্য ভি | অজ্ঞাত | | ৯ |
| অপহৰণ | নামহীন | | ১৫ |
| ২০১৯ | ব্লেক কফি | অৰ্জুন | | ৯ |
| ২০২০–২০২২ | জামতাৰা – চবকা নম্বৰ আয়েগা | ছানী মণ্ডল | | ১৬১৭১৮ |
সংগীত ভিডিঅ'
বঁটা আৰু মনোনয়ন
| বৰ্ষ | পুৰস্কাৰ | শিতান | কৰ্ম | ফলাফল | তথ্য. |
|---|
| ২০২৪ | মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ | শ্ৰেষ্ঠ অভিনেতা | লাপতা লেডীজ | | ২০২১ |
| ফিল্মফেয়াৰ অ’টিটি বঁটা | ৱেব মৌলিক ছবিৰ শ্ৰেষ্ঠ (অভিনেতা) | এ ৱতন মেৰে ৱতন | | ২২ |
তথ্যসূত্ৰ
- ↑ www.hindustantimes.com/entertainment/web-series/
- ↑ (2015-06-03). Dholpur boy enters Balika Vadhu. The Times of India
- ↑ (2024-02-12). Laapataa Ladies song Sajni: Arjit Singh's vocals and Ram Sampath's music win internet's heart. The Indian Express
- ↑ (2015-06-03). Dholpur boy enters Balika Vadhu. The Times of India
- ↑ Kayastha Samachar: फिल्म लापता लेडीज में अपनी पत्नी को ढूंढते नजर आएंगे आगरा के स्पर्श श्रीवास्तव. KayasthaSamaj.in
- ↑ Agra News: टीवी अभिनेता स्पर्श की मां ने पति और बेटे-बहू पर लगाए गंभीर आरोप, किचन में चाय बनाते समय हुआ विवाद. Dainik Jagran
- ↑ (2024-05-01). Who Is Laapataa Ladies' Actor Sparsh Shrivastava? Started Career At 11, Dismissed Aamir Khan's Call. BollywoodShaadis
- ↑ (2020-06-02). Natkhat: The Vidya Balan short film is compelling. The Indian Express
- ↑ (2021-07-25). It took me over a decade to get noticed: Sparsh Shrivastava. Hindustan Times
- ↑ FC, Team. (2024-04-29). Aamir Khan Shocked By Laapataa Ladies Actor Sparsh Shrivastav. www.filmcompanion.in
- ↑ (2024-03-12). Meet the craftsmen of Kiran Rao, Aamir Khan's Laapataa Ladies cast: Pratibha Ranta, Sparsh Shrivastav, Nitanshi Goel. Firstpost
- ↑ (2024-03-21). 'Ae Watan Mere Watan' movie review. The Hindu
- ↑ Sparsh Shrivastav wins Chak Dhoom Dhoom. NDTV.com
- ↑ Sparsh Shrivastav wins 'Chak Dhoom Dhoom'. Zee News
- ↑ (2024-05-06). Who Is Sparsh Shrivastava?. in.mashable.com
- ↑ DYK Jamtara 2's Sparsh Shrivastava asked director to give him anesthesia? Here's why · Exclusive. India Today
- ↑ Aamir Khan called Sparsh Shrivastava after watching 'Jamtara', actor reveals deets! · Laapataa Ladies · Etimes - Times of India Videos. The Times of India
- ↑ (2022-09-22). Sparsh Shrivastava Says Salman Khan Watched Jamtara, Aamir Khan Texted To Praise But He Didn't Believe · Exclusive. News18
- ↑ Tulsi Kumar, Pratibha Ranta & Sparsh Shrivastava Discuss 'Saccha Wala Pyaar', Lapaata Ladies. News18
- ↑ (2024-07-23). Indian Film Festival of Melbourne 2024: Dates and list of nominations for the 15th edition. CNBC TV18
- ↑ (2024-07-10). Indian Film Festival of Melbourne 2024 nominations out. The Times of India
- ↑ Filmfare OTT Awards 2024 Nominations. Filmfare