অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

বৰফ

বৰফ হৈছে পানীৰ কঠিন ৰূপ। প্ৰমাণ চাপত ০ ডিগ্ৰি ছেলছিয়াছ তাপমাত্ৰাৰ তলত পানী বৰফলৈ ৰূপান্তৰিত হয়। বৰফৰ আপেক্ষিক গুৰুত্ব পানীতকৈ কম বাবে বৰফ পানীত উপঙে।

হালনাগাদ: ১৮ ডিচেম্বৰ ২০২০ ২৮ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

, ১৯০২ চনত]]

বৰফ কাৰখানাৰ পৰা ঠেলাত মাছ সংৰক্ষণৰ বাবে বৰফ নিয়া হৈছে। কক্সবাজাৰ, ২০১০
বৰফ কাৰখানাৰ পৰা ঠেলাত মাছ সংৰক্ষণৰ বাবে বৰফ নিয়া হৈছে। কক্সবাজাৰ, ২০১০ছবি: The original uploader was Faizul Latif Chowdhury at Bangla Wikipedia. · CC BY-SA 3.0
মাছ সংৰক্ষণৰ বাবে বৰফৰ টুকুৰা ভঙা হৈছে। কক্সবাজাৰ, ২০১০
মাছ সংৰক্ষণৰ বাবে বৰফৰ টুকুৰা ভঙা হৈছে। কক্সবাজাৰ, ২০১০ছবি: The original uploader was Faizul Latif Chowdhury at Bangla Wikipedia. · CC BY-SA 3.0

বৰফ হৈছে পানীৰ কঠিন ৰূপ।১২ প্ৰমাণ চাপত ০ ডিগ্ৰি ছেলছিয়াছ তাপমাত্ৰাৰ তলত পানী বৰফলৈ ৰূপান্তৰিত হয়। বৰফৰ আপেক্ষিক গুৰুত্ব পানীতকৈ কম বাবে বৰফ পানীত উপঙে।৩

তথ্যসূত্ৰ

  1. ↑ (2018-06-19). Definition of ICE
  2. ↑ (2018-06-19). the definition of ice
  3. ↑ Voitkovskii, K. F. Translation of: "The mechanical properties of ice" ("Mekhanicheskie svoistva l'da"). Academy of Sciences (USSR)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰফ” প্ৰবন্ধৰ সংশোধন ২৫৫০৩৯ (১৮ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।