অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

টিন

টিন পৰ্যাবৃত্ত তালিকাৰ ৫০তম মৌলিক পদাৰ্থ। টিনৰ আণৱিক সংকেত Sn। টিনৰ লেটিন নাম "ষ্টানাম" (Latin: stannum)ৰ পৰা সংকেতটো লোৱা হৈছে। পৰ্যাবৃত্ত তালিকাৰ বৰ্গ ১৪ত এই ধাতৱ মৌলিক পদাৰ্থৰ অৱস্থান।

হালনাগাদ: ২৩ মে’ ২০২০ ২৯ শব্দ · ১ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

টিন পৰ্যাবৃত্ত তালিকাৰ ৫০তম মৌলিক পদাৰ্থ। টিনৰ আণৱিক সংকেত Sn। টিনৰ লেটিন নাম "ষ্টানাম" (Latin: stannum)ৰ পৰা সংকেতটো লোৱা হৈছে। পৰ্যাবৃত্ত তালিকাৰ বৰ্গ ১৪ত এই ধাতৱ মৌলিক পদাৰ্থৰ অৱস্থান।

সম্পৰ্কিত শ্ৰেণী

ৰাসায়নিক মৌল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিন” প্ৰবন্ধৰ সংশোধন ২৩০৪৬৭ (২৩ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।