অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

এলুমিনিয়াম

এলুমিনিয়াম হৈছে এক ৰাসায়নিক মৌল, ইয়াৰ চিহ্ন হৈছে Al আৰু পাৰমানবিক সংখ্যা হৈছে ১৩। ই একপ্ৰকাৰৰ ৰূপালী, কোমল, অচুম্বকীয় ধাতু। প্ৰায় ২৭০ প্ৰকাৰৰ লৱণৰ মিশ্ৰ ৰূপে ইয়াক পৃথিৱীত পোৱা যায়। এলুমিনিয়ামৰ প্ৰধান আকৰিক হৈছে বক্সাইট। নিম্ন ঘনত্বৰ ধাতু হিচাপে এলুমিনিয়ামক জনা যায়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

এলুমিনিয়াম হৈছে এক ৰাসায়নিক মৌল, ইয়াৰ চিহ্ন হৈছে Al আৰু পাৰমানবিক সংখ্যা হৈছে ১৩। ই একপ্ৰকাৰৰ ৰূপালী, কোমল, অচুম্বকীয় ধাতু। প্ৰায় ২৭০ প্ৰকাৰৰ লৱণৰ মিশ্ৰ ৰূপে ইয়াক পৃথিৱীত পোৱা যায়।১ এলুমিনিয়ামৰ প্ৰধান আকৰিক হৈছে বক্সাইট।

নিম্ন ঘনত্বৰ ধাতু হিচাপে এলুমিনিয়ামক জনা যায়। সংকৰ ধাতু প্ৰস্তুত কৰিবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াক অক্সাইড আৰু ছালফেটৰ ৰূপতো পোৱা য়ায়।

১৮২৫ চনত হান্স খ্ৰীষ্টিয়ান অৰ্ষ্টেডে এলুমিনিয়াম আৱিষ্কাৰ কৰিছিল।২ ৩

তথ্যসূত্ৰ

  1. ↑ Shakhashiri, B. Z. (17 March 2008). Chemical of the Week: Aluminum. SciFun.org. University of Wisconsin
  2. ↑ en.wikipedia.org/wiki/Aluminium
  3. ↑ Örsted, H.C. (1824). (No title). Oversigt over Det Kongelige Danske Videnskabernes Selskabs Forhanlingar og Dets Medlemmerz Arbeider, Fra 31 Mai 1824 Til 31 Mai 1825 (Overview of the Royal Danish Science Society's Proceedings and the Work of Its Members, from 31 May 1824 to 31 May 1825). পৃ. 15–16

সম্পৰ্কিত শ্ৰেণী

ৰাসায়নিক মৌল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলুমিনিয়াম” প্ৰবন্ধৰ সংশোধন ৩৮০৩০৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।