অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কুলম্ব

কুলম্ব (ইংৰাজী: Coulomb) হ'ল বৈদ্যুতিক আধানৰ এছ.আই.একক যাক C ৰে সূচোৱা হয়। চাৰ্লছ আগাষ্টিন ডি কুলম্বৰ নামেৰে এককটোৰ নামাকৰণ কৰা হৈছে।

হালনাগাদ: ২৩ আগষ্ট ২০২১ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

কুলম্ব (ইংৰাজী ভাষা: Coulomb) হ'ল বৈদ্যুতিক আধানৰ এছ.আই.একক যাক C ৰে সূচোৱা হয়। চাৰ্লছ আগাষ্টিন ডি কুলম্বৰ নামেৰে এককটোৰ নামাকৰণ কৰা হৈছে।

সংজ্ঞা

শূন্যত ১ মিটাৰ দূৰত্বত ৰখা দুটা সমান আৰু একে জাতীয় আধানৰ মাজত ক্ৰিয়া কৰা স্থিতি বৈদ্যুতিক বল ৯ × ১০৯ নিউটন (9 × 109 N) হ'লে প্ৰতিটোৰ আধানক ১ কুলম্ব (1 C) বোলে। গাণিতিকভাৱে, ⟨1 \ \mathrm{C} = 1 \ \mathrm{A} \cdot \mathrm{s}⟩, য'ত C আধান, A এম্পিয়াৰ আৰু s ছেকেণ্ড।

সম্পৰ্কিত শ্ৰেণী

ভৌতিক ৰাশিজোখ-মাখৰ এককএছ আই একক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুলম্ব” প্ৰবন্ধৰ সংশোধন ২৯২১৪৯ (২৩ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।