অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কামিনী কাঞ্চন

কামিনী কাঞ্চন বা কামিনী কুসুম হৈছে দক্ষিণ এছিয়া, দক্ষিণপূৱ এছিয়া আৰু চীনৰ এবিধ থলুৱা ক্ৰান্তীয়, চীৰসেউজীয়া উদ্ভিদ। সৰু সৰু বগা সুগন্ধী ফুল ফুলা এই উদ্ভিদজোপা আলংকাৰিক উদ্ভিদ আৰু বেৰা (Hedge) দিয়া উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলবোৰ কমলাৰ পৰা ৰঙা ৰঙৰ হোৱা দেখা যায়।

হালনাগাদ: ১ মে’ ২০২৬ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

কামিনী কাঞ্চন বা কামিনী কুসুম হৈছে দক্ষিণ এছিয়া, দক্ষিণপূৱ এছিয়া আৰু চীনৰ এবিধ থলুৱা ক্ৰান্তীয়, চীৰসেউজীয়া উদ্ভিদ।১২৩ সৰু সৰু বগা সুগন্ধী ফুল ফুলা এই উদ্ভিদজোপা আলংকাৰিক উদ্ভিদ আৰু বেৰা (Hedge) দিয়া উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলবোৰ কমলাৰ পৰা ৰঙা ৰঙৰ হোৱা দেখা যায়।

সাধাৰণ আৰু স্থানীয় নাম

কামিনী কাঞ্চনৰ কেইটামান সাধাৰণ আৰু স্থানীয় নাম হৈছে,

  • ইংৰাজী: Orange jessamine, Jasmine orange,Chinese box, mock orange, mock lime, satinwood বা Lakeview jasmine (mainly in Florida)
  • ব্ৰাজিলিয়ান: murta de cheiro, jasmim laranja
  • বাৰ্মিজ: ယုဇန (from Pali yojana)
  • বঙালী: Kamini, (কামিনী)
  • Khmer: Sarika Keo
  • হিন্দী: Kamini (कामिनी)৪
  • ইণ্ডোনেছিয়ান: Kemuning
  • কানাড়া: Kadu karibevu (ಕಾಡು ಕರಿಬೇವು)৪
  • লাও: ແກ້ວ
  • মালয়: Kemuning
The flower of Murraya paniculata, or Kamini, is found in Bana Bithan, Kolkata, West Bengal, India.
The flower of Murraya paniculata, or Kamini, is found in Bana Bithan, Kolkata, West Bengal, India.ছবি: Abhishek727 Abhishek Mishra · CC BY-SA 3.0
  • Nederlands: Kemoening 'Nog pas gisteren' by Maria Dermoût p. 102
  • মালয়ালাম: Maramulla (മരമുല്ല)৪
  • Meitei: Kamini kusum ৪
  • Marathi: Kunti (कुन्ती)৪
  • Campeche, México: Limonaria৫
  • Mandarin Chinese: 月橘 (Pinyin: yué jú "moon tangerine")
  • Hokkien and Cantonese: 七里香 "Seven li fragrance"
  • Tagalog: Kamuning, Molawin
  • Telugu: Nagagolungu৪
  • Tamil: Kattu Kariyilai or Vengarai (வெங்காரை)৪
  • Thai: แก้ว
  • Vietnamese: Nguyệt quất, Nguyệt quới৬
  • Sinhalese: "Atteriya", (ඇට්ටේරියා).
''M. paniculata''
M. paniculataছবি: Atudu · CC BY-SA 4.0

তথ্যসূত্ৰ

  1. ↑ (2013-03-20). World Economic Plants: A Standard Reference, Second Edition - John H. Wiersema, Blanca León - Google Books. Books.google.com.au
  2. ↑ Weeds Australia - Weed Identification - Murraya. Weeds.org.au
  3. ↑ Archived copy
  4. ↑ Murraya paniculata - Kamini. Flowersofindia.net
  5. ↑ আৰ্কাইভ কপি
  6. ↑ Nguyệt quới. Hue University

সম্পৰ্কিত শ্ৰেণী

গুল্মউদ্ভিদজগতভাৰতীয় উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামিনী কাঞ্চন” প্ৰবন্ধৰ সংশোধন ৬০৩৮৪০ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।