সাহিত্য অকাডেমি বঁটা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাহিত্যৰ সন্মান। জ্ঞানপীঠ বঁটাৰ পিছতে ইয়াৰ স্থান। ইংৰাজী ভাষাত সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ১৯৬০ চনৰ পৰা। প্ৰথম বাৰৰ বাবে এই বঁটা লাভ কৰে আৰ কে নাৰায়ণে তেওঁৰ উপন্যাস "দ্য গাইড"-ৰ বাবে।
বিজয়ী গ্ৰন্থৰ সৈতে লেখকসকলৰ তালিকা
| বৰ্ষ | গ্ৰন্থ | লেখক | গ্ৰন্থৰ প্ৰকাৰ |
|---|---|---|---|
| ১৯৬০ | The Guide | আৰ কে নাৰায়ণ | উপন্যাস |
| ১৯৬৪ | The Serpent and the Rope | ৰাজা ৰাও | উপন্যাস |
| ১৯৬৫ | The Tribal World of Verrier Elwin | ভেৰিয়াৰ এলৱিন | আত্মজীৱনী |
| ১৯৬৭ | Shadow From Ladakh | ভবানী ভট্টাচাৰ্য্য | উপন্যাস |
| ১৯৬৯ | An Artist in Life | নিহাৰৰঞ্জন ৰায় | জীৱনী |
| ১৯৭১ | Morning Face | মুল্ক ৰাজ আনন্দ | উপন্যাস |
| ১৯৭৫ | Scholar Extraordinary | নীৰাদচন্দ্ৰ চৌধুৰী | জীৱনী |
| ১৯৭৬ | Jawaharlal Nehru | সৰ্বপল্লী গোপাল | জীৱনী |
| ১৯৭৭ | Azadi | চমন নাহল | উপন্যাস |
| ১৯৭৮ | Fire on the Mountain | অনিতা দেশাই | উপন্যাস |
| ১৯৭৯ | Inside the Haveli | ৰমা মেহতা | উপন্যাস |
| ১৯৮০ | On the Mother | কে আৰ শ্ৰীনিবাস আয়েঙ্গাৰ | জীৱনী |
| ১৯৮১ | Relationship | জয়ন্ত মহাপাত্ৰ | কবিতা সংকলন |
| ১৯৮২ | The Last Labyrinth | অৰুণ জোশী | উপন্যাস |
| ১৯৮৩ | Latter-Day Psalms | নিচীম ইজেকিল | কবিতা সংকলন |
| ১৯৮৪ | The Keeper of the Dead | কেকি এন দাৰুৱালা | কবিতা সংকলন |
| ১৯৮৫ | Collected Poems | কমলা দাস | কবিতা সংকলন |
| ১৯৮৬ | Rich Like Us | নয়নতৰা চেহগল | উপন্যাস |
| ১৯৮৭ | Trapfalls In the Sky | শিৱ কে কুমাৰ | কবিতা সংকলন |
| ১৯৮৮ | The Golden Gate | বিক্ৰম শেঠ | উপন্যাস |
| ১৯৮৯ | The Shadow Lines | অমিতাভ ঘোষ | উপন্যাস |
| ১৯৯০ | That Long Silence | শশী দেশপাণ্ডে | উপন্যাস |
| ১৯৯১ | The Trotter-Nama | এলেন চিলি | উপন্যাস |
| ১৯৯২ | Our Trees Still Grow In Dehra | ৰাস্কিন বণ্ড | গল্প সংকলন |
| ১৯৯৩ | After Amnesia | গনেশ নাৰায়ণদাস দেৱী | গদ্য সংকলন |
| ১৯৯৪ | Serendip | ড'ম ম'ৰেছ | কবিতা সংকলন |
| ১৯৯৬ | Memories of Rain | সুনেত্ৰা গুপ্তা | উপন্যাস |
| ১৯৯৮ | Final Solutions and Other Plays | মহেশ দত্তানী | নাটক |
| ১৯৯৯ | The Collected Poems | এ কে ৰামানুজন | কবিতা সংকলন |
| ২০০০ | Cuckold | কিৰণ নাগাৰকাৰ | উপন্যাস |
| ২০০১ | Rajaji: A Life | ৰাজমোহন গান্ধী | জীৱনী |
| ২০০২ | A New World | অমিত চৌধুৰী | উপন্যাস |
| ২০০৩ | The Perishable Empire | মীনাক্ষী মুখাৰ্জী | গদ্য সংকলন |
| ২০০৪ | The Mammaries of the Welfare State | উপমন্যু চেটাৰ্জী | উপন্যাস |
| ২০০৫ | The Algebra of Infinite Justice | অৰুন্ধতী ৰায় | গদ্য সংকলন |
| ২০০৬ | The Sari Shop | ৰূপা বাজৱা | উপন্যাস |
| ২০০৭ | Disorderly Women | মালতী ৰাও | উপন্যাস |
| ২০০৯ | Mahabharata: An Inquiry into the Human Condition | চতুৰ্বেদী বদ্ৰীনাথ | সমালোচনা |
| ২০১০ | The Book of Rachel | এষ্টাৰ ডেভিড | উপন্যাস |
| ২০১১ | India after Gandhi১ | ৰামচন্দ্ৰ গুহ২ | ঐতিহাসিক লেখা |
| ২০১২ | These Errors are Correct | জীৎ থাইল৩ | কবিতা সংকলন |
| ২০১৩ | Laburnum For My Head | টেমচুলা আও৪ | গল্প সংকলন |
| ২০১৪ | Trying to Say Goodbye | আদিল জুচ্চাৱালা | কবিতা সংকলন |
| ২০১৫ | Chronicle of a Corpse Bearer | চাইৰাচ মিস্ত্ৰী | উপন্যাস |
| ২০১৬ | Em and the Big Hoom | জেৰী পিণ্টো | উপন্যাস |
| ২০১৭ | The Black Hill | মামাং দাই | উপন্যাস |
| ২০১৮ | The Blind Lady's Descendants | অনীস চালিম৫ | উপন্যাস |
| ২০১৯ | An Era of Darkness | শশী থাৰুৰ৬ | উপন্যাস (প্ৰবন্ধ সংকলন) |
।2020 । When God is a Traveller । অৰুন্দ্বতী সু্ব্ৰমণীয়ম৭ । উপন্যাস (প্ৰবন্ধ সংকলন) |}
তথ্যসূত্ৰ
- ↑ (2011-12-21). POETS DOMINATE SAHITYA AKADEMI AWARDS 2011. সাহিত্য অকাডেমি
- ↑ (December 21, 2011). Guha wins it for narrative history. The Hindu
- ↑ (December 21, 2012). Jeet Thayil among 24 selected for Sahitya Akademi Awards. The Hindu
- ↑ "Poets dominate Sahitya Akademi Awards 2013". সাহিত্য অকাডেমি. 18 December 2013. Retrieved 18 December 2013
- ↑ Sahitya Akademi Main Award 2018. সাহিত্য অকাডেমি
- ↑ Sahitya Akademi Main Award 2019. সাহিত্য অকাডেমি
- ↑ Sahitya Akademi Main Award 2020. সাহিত্য অকাডেমি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইংৰাজী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল” প্ৰবন্ধৰ সংশোধন ৫২৯৬৭২ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।