ইংৰাজী ভাষা
৫ প্ৰবন্ধ
-
ইংৰাজী ভাষা
ইংৰাজী (ইংৰাজী: English, ইংলিছ) ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ জাৰ্মাণিক শাখাৰ পশ্চিমীয়া গোটৰ এটা ভাষা। ইংৰাজীৰ সৈতে ফ্ৰিজিয়ান ভাষা আটাইতকৈ ঘনিষ্ঠভাৱে জড়িত ভাষা। ইয়াৰ সৈতে ডাচ, ফ্লেমিছ বেলজিয়ামত ডাচ ভাষাৰ এটা উপভাষা) আৰু নিম্ন জাৰ্মান উপভাষাৰ সম্পৰ্ক আছে।
-
ইংৰাজী ৱিকিপিডিয়া
ইংৰাজী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইংৰাজী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।
-
ইংৰাজী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
সাহিত্য অকাডেমি বঁটা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাহিত্যৰ সন্মান। জ্ঞানপীঠ বঁটাৰ পিছতে ইয়াৰ স্থান। ইংৰাজী ভাষাত সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ১৯৬০ চনৰ পৰা। প্ৰথম বাৰৰ বাবে এই বঁটা লাভ কৰে আৰ কে নাৰায়ণে তেওঁৰ উপন্যাস "দ্য গাইড"-ৰ বাবে।
-
সৰল ইংৰাজী ৱিকিপিডিয়া
সৰল ইংৰাজী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইংৰাজী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান প্ৰবন্ধ আছে।
-
ভাৰতীয় ইংৰাজী কবিতা
ভাৰতীয় ইংৰাজী কবিতা ভাৰতীয় ইংৰাজী সাহিত্যৰ আটাইতকৈ পুৰণি ৰূপ। হেনৰী লুই ভিভিয়ান ডেৰ'জিঅ'ক ভাৰতীয় ইংৰাজী কবিতাৰ প্ৰথম কবি হিচাপে গণ্য কৰা হয় আৰু তাৰ পিছতে ৰবীন্দ্ৰনাথ ঠাকুৰ, শ্ৰী অৰবিন্দ, সৰোজিনী নাইডু, মাইকেল মধুসূদন দত্ত, তৰু দত্ত আদি উল্লেখযোগ্য কবি।