সমাজকৰ্মী
৩৯৮ প্ৰবন্ধ
-
এঞ্জেলা ঘায়ৌৰ
এঞ্জেলা ঘায়ুৰ (Angela Ghayour) এগৰাকী আফগান শিক্ষাবিদ আৰু মহিলাৰ অধিকাৰৰ সমৰ্থক। ইৰাণত শিশু শৰণাৰ্থী হিচাপে আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছত তেওঁ আন শৰণাৰ্থী শিশুসকলক সাক্ষৰতা আৰু সংখ্যা বিজ্ঞান শিকোৱা আৰম্ভ কৰে। তেওঁ আফগানিস্তান এডুকেচন একচন প্ৰতিষ্ঠা কৰিছিল।
-
এডেলা ৰাজ
এডেলা ৰাজ (Adela Raz, জন্ম ১৯৮৬) এগৰাকী আফগান ৰাজনীতিবিদ৷ তেওঁ ২০২১ চনৰ জুলাইৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰীলৈকে আমেৰিকাত ইছলামিক ৰিপাব্লিক অৱ আফগানিস্তানৰ শেষ ৰাষ্ট্ৰদূত আছিল।
-
এনাবেল নীলছন
আয়োনা এনাবেল নীলছন (ইংৰাজী: Iona Annabelle Neilson; পূৰ্বে ৰথচাইল্ড; ৩১ মাৰ্চ ১৯৬৯ – ১২ জুলাই ২০১৮) আছিল এগৰাকী ব্ৰিটিছ ছচিয়েলিট, ফেশ্বন মডেল, লেখিকা আৰু টেলিভিছন ব্যক্তিত্ব। ফেশ্বন ডিজাইনাৰ আলেকজেণ্ডাৰ মেককুইনৰ অনুপ্ৰেৰণা হিচাপে তেওঁ প্ৰথমে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
-
এনি এলিজাবেথ ক্লাৰ্ক
এনি এলিজাবেথ ক্লাৰ্ক (Annie Elizabeth Clark; জন্ম: ১৫ জুলাই, ১৯৮৯) আমেৰিকাৰ এগৰাকী মহিলা অধিকাৰ আৰু নাগৰিক অধিকাৰ কৰ্মী। ২০১৩ চনৰ চেপেল হিলত নৰ্থ কেৰ'লিনা বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে দাখিল কৰা টাইটেল নৱম আৰু ক্লেৰী এক্টৰ অভিযোগৰ অন্যতম মুখ্য অভিযোগকাৰী হিচাপে তেওঁ দাবী কৰিছিল যে প্ৰতিষ্ঠানটোৱে যৌন…
-
এম. হালিমা বীবি
এম. হালিমা বীবি (ইংৰাজী: M. Haleema Beevi; ১৯১৮–২০০০) এগৰাকী ভাৰতীয় সাংবাদিক, সমাজ কৰ্মী, স্বাধীনতা সংগ্ৰামী, ইছলামিক নাৰীবাদী, বাতৰি কাকতৰ সম্পাদক আৰু প্ৰকাশক আছিল। কেৰালাৰ তিনিখন মহিলা সাময়িকী আৰু এখন সাধাৰণ আলোচনীৰ স্বত্বাধিকাৰী।
-
এলিছ কেণ্ডেলেফ্ট কচমা
এলিছ কেণ্ডেলেফ্ট কচমা (Alice Kandaleft Cosma; c. 1895 – c. 1965) এগৰাকী ছিৰিয়ান কূটনীতিবিদ আৰু মহিলা অধিকাৰ কৰ্মী আছিল। ১৯৪৭ চনত ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা আয়োগৰ প্ৰথম অধিবেশনৰ প্ৰতিনিধি হিচাপে তেওঁ স্বীকৃতি লাভ কৰে।
-
এলিদা আমিগো ই মন্তান্যা
এলিদা আমিগো ই মন্তান্যা (ইংৰাজী: Elida Amigó i Montanya; ৫ ছেপ্তেম্বৰ ১৯৩৫ – ৯ ছেপ্তেম্বৰ ২০২০) এণ্ডোৰাৰ এগৰাকী ইতিহাসবিদ, আৰ্কাইভিষ্ট, কৰ্মী আৰু ভোটাধিকাৰী আছিল। তেওঁ ১৯৭০ চনত এণ্ডোৰান মহিলাসকলক ভোটাধিকাৰ লাভ কৰিবলৈ সহায় কৰা নাৰীবাদী আন্দোলনৰ নেত্ৰী আছিল।
-
কবিতা কৃষ্ণণ
কবিতা কৃষ্ণণ (ইংৰাজী: Kavita Krishnan) হৈছে এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী। ২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যা কাণ্ডৰ পিছত নাৰীৰ ওপৰত হোৱা হিংসাজনিত সমস্যা সম্পৰ্কে প্ৰচাৰ কৰিছিল।
-
কমলা পান্ত
কমলা পান্ত (ইংৰাজী: Kamla Pant; জন্ম: ১৮ ডিচেম্বৰ ১৯৫৬) হৈছে এগৰাকী ভাৰতীয় নাৰীবাদী, ৰাজনীতিবিদ আৰু নাৰী অধিকাৰ কৰ্মী। তেওঁ ২০০০ চনত পৃথক উত্তৰাখণ্ড ৰাজ্য গঠনৰ বাবে হোৱা উত্তৰাখণ্ড আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল।
-
কস্তুৰী ৰাজাধ্যাক্ষ
কস্তুৰী ৰাজাধ্যাক্ষ (Kasturi Rajadhyaksha) এগৰাকী ভাৰতীয় চিকিৎসক আৰু সমাজকৰ্মী আছিল। তেওঁ বিশেষভাৱে ভাৰতীয় বা দক্ষিণ এছিয়াৰ লোকসকলৰ বাবে কেইবাটাও সমৰ্থন গোটক সহায় কৰিছিল, আৰু বিশেষকৈ ঘৰুৱা হিংসাৰ অন্ত পেলোৱা আৰু দক্ষিণ এছিয়াৰ ব্যৱসায়ীসকলক সহায় কৰাত মনোনিৱেশ কৰিছিল।
-
কিৰণজিৎ আলুৱালিয়া
কিৰণজিৎ আলুৱালিয়া ( Kiranjit Ahluwalia; জন্ম: ১৯৫৫) এগৰাকী ভাৰতীয় মহিলা যি ১৯৮৯ চনত ইউ কেত তেওঁৰ স্বামীক মাৰাত্মকভাৱে জ্বলাই দিছিল।তেওঁ দাবী কৰিছিল যে এয়া বিগত দহ বছৰত তেওঁৰ ওপৰত চলা শাৰীৰিক, মানসিক আৰু যৌন উৎপীড়নৰ স্বাভাৱিক প্ৰতিক্ৰিয়া আছিল।
-
কুমাৰি জয়ৱৰ্ধন
কুমাৰি জয়ৱৰ্ধন (সিংহল: කුමාරි ජයවර්ධන; জন্ম: ১৯৩১) এগৰাকী শ্ৰীলংকান নাৰীবাদী কৰ্মী আৰু শিক্ষাবিদ। তেওঁৰ কৰ্ম হৈছে তৃতীয় বিশ্বৰ নাৰীবাদৰ মানদণ্ডৰ অংশ, যি নাৰীবাদী দৰ্শনক পশ্চিমা সমাজৰ অনুকৰণ হিচাপে নহয়, বৰঞ্চ অ-পশ্চিমী সমাজ আৰু ৰাষ্ট্ৰসমূহৰ স্বদেশী আৰু একক ৰূপ হিচাপে ধাৰণা কৰে।
-
কুমুদ কলিতা
কুমুদ কলিতা; (জন্ম ১ এপ্ৰিল ১৯৬৪) এগৰাকী ভাৰতীয় শিক্ষাবিদ, সমাজকৰ্মী, আৰু বিশেষভাৱে সক্ষম শিশু আৰু অনাথ শিশুৰ আশ্ৰয়স্থল তপোবনৰ প্ৰতিষ্ঠাপক। ১৯৮৮ চনত পাঠশালা মহাবিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পিছত তেওঁ বিশেষকৈ শিশু কল্যাণ আৰু শাৰিৰীক অক্ষমতাৰ সহায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমাজ সেৱাৰ…
-
কুমুদিনী হাজং
কুমুদিনী হাজং (১৯২৯/১৯৩০ – ২৩ মাৰ্চ ২০২৪) এজনী বাংলাদেশী হাজং বিপ্লৱী, আদিবাসী আৰু ধৰ্মনিৰপেক্ষ অধিকাৰ কাৰ্যকৰ্তা আছিল। তেওঁ ব্ৰিটিছ ৰাজৰ সময়ছোৱাত হোৱা টঙ্ক আন্দোলনত অংশগ্ৰহণৰ বাবে পৰিচিত। তেওঁ ২০১৯ চনত সমাজ কল্যাণত অৱদানৰ বাবে বাংলা একাডেমি ফেলোশ্বিপ লাভ কৰে।
-
কুলছুম ছায়ানী
কুলছুম ছায়ানী ( Kulsum Sayan; ২১ অক্টোবৰ ১৯০০ – ২৭ মে' ১৯৮৭) এগৰাকী ভাৰতীয় মুছলমান মহিলা স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, শিক্ষা কৰ্মী আৰু গান্ধীবাদী জাতীয়তাবাদী আছিল। তেওঁ পিতৃৰ লগতে স্বামী ড° জান মহম্মদ ছায়ানীৰ সৈতে মহাত্মা গান্ধীৰ সৈতে যোগদান কৰে।
-
কৃতি ভাৰতী
কৃতি ভাৰতী (জন্ম ১৯ আগষ্ট, ১৯৮৭) এগৰাকী ভাৰতীয় পুনৰ্বাসন মনোবিজ্ঞানী আৰু শিশু অধিকাৰ কৰ্মী। ভাৰতীয়ে ভাৰতত বাল্যবিবাহ ৰ প্ৰথমগৰাকী বাতিলকাৰী হিচাপে শিৰোনাম দখল কৰিছিল।
-
কৃষ্ণ কুমাৰ সিংহ
কৃষ্ণ কুমাৰ সিংহ মণিপুৰী বংশোদ্ভৱ এগৰাকী অসমীয়া সমাজসেৱক আৰু প্ৰত্নতত্ত্ব সংৰক্ষক আছিল। ২০২৬ চনৰ মাৰ্চ মাহৰ ১২ তাৰিখে তেওঁৰ মৃত্যু হয়।
-
কে অ' আয়শা বাই
কে অ' আয়শা বাই (K. O. Aysha Bai) দক্ষিণ ভাৰতৰ এগৰাকী কমিউনিষ্ট ৰাজনীতিবিদ আছিল। তেওঁ কেৰেলা বিধানসভাৰ প্ৰথম উপাধ্যক্ষ আছিল (৬ মে' ১৯৫৭ – ৩১ জুলাই ১৯৫৯)। .আধুনিক কেৰালাত ৰাজহুৱা খ্যাতি লাভ কৰা তেওঁ প্ৰথমগৰাকী মুছলমান মহিলা আছিল। মাপিলা মহিলাসকলৰ অগ্ৰগতিৰ বাবে তেওঁ কাম কৰিছিল।
-
কে পি জানকী আম্মাল
কে পি জানকী আম্মাল (১৯১৭-১৯৯২) ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ এগৰাকী ৰাজনীতিবিদ আৰু সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থা সভানেত্ৰী আছিল। ১৯৬৭ চনত তেওঁ তামিলনাডু বিধানসভাত মাদুৰাই-পূবক প্ৰতিনিধিত্ব কৰিছিল।
-
কে ভি ৰাবিয়া
কাৰিভেপ্পিল ৰাবিয়া (K. V. Rabiya; জন্ম: ১৯৬৬) হৈছে ভাৰতৰ কেৰালাৰ মালাপ্পুৰম ভেলিলাক্কাডুৰ এগৰাকী বিশেষভাৱে সক্ষম সমাজকৰ্মী। ১৯৯০ চনত, কেৰালা ৰাজ্যিক সাক্ষৰতা অভিযান উপলক্ষে তেওঁ মালাপ্পুৰম জিলাত নিজ ভূমিকাৰ জৰিয়তে প্ৰসিদ্ধি লাভ কৰিছিল।
-
কেথি হিলটন
কেথলিন এলিজাবেথ হিলটন (ইংৰাজী: Kathleen Elizabeth Hilton; জন্ম ১৩ মাৰ্চ, ১৯৫৯) এগৰাকী আমেৰিকান চচিয়েলিটি, ফেশ্বন ডিজাইনাৰ, অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব। তেওঁ চচিয়েলিটি পেৰিছ হিলটন আৰু ফেশ্বন ডিজাইনাৰ নিকি হিলটনৰ মাতৃ।
-
ক্ৰান্তি শ্বাহ
ক্ৰান্তি শ্বাহ এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ভাৰতৰ স্বেচ্ছাসেৱী, সামাজিক, শৈক্ষিক, সাংস্কৃতিক আৰু যুৱ আন্দোলন যুৱক বিৰাদাৰী (ভাৰত)ৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক। ১৯৭৪ চনৰ পৰা তেওঁ সমাজ কল্যাণ আৰু যুৱ বিকাশৰ বাবে কাম কৰি আহিছে। তেওঁৰ সামাজিক কামৰ বাবে ২০১০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰে
-
ক্ৰিছ জেনাৰ
ক্ৰিষ্টেন মেৰী জেনাৰ (ইংৰাজী: Kristen Mary Jenner; জন্ম ৫ নৱেম্বৰ, ১৯৫৫) এগৰাকী আমেৰিকান মিডিয়া ব্যক্তিত্ব, চচিয়েলিটি আৰু ব্যৱসায়ী মহিলা। তেওঁ নিজৰ পৰিয়ালৰ সৈতে ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্দাশিয়ানছ (২০০৭–২০২১)-ত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে।
-
কৰুণা নন্দী
কৰুণা নন্দী (Karuna Nundy) এগৰাকী ভাৰতীয় অধিবক্তা আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, ২০২৪ চনত জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি দিয়া হয়। তেওঁ ভাৰত আৰু নিউয়ৰ্ক উভয়তে প্ৰেকটিছ কৰাৰ যোগ্যতা অৰ্জন কৰে।
-
খুজিস্তা আখতাৰ বানু
খুজিস্তা আখতাৰ বানু (Khujista Akhtar Banu) ১৯ শতিকাৰ শেষৰ ফালে এগৰাকী সাহিত্যিক, বঙালী সমাজবাদী, শিক্ষাবিদ আৰু সমাজ সংস্কাৰক। খুজিস্তা আছিল ১৮৮৭ চনত ছিনিয়ৰ কেম্ব্ৰিজৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা।
-
খুশী কবীৰ
খুশী কবীৰ (Khushi Kabir) এগৰাকী বাংলাদেশী সমাজকৰ্মী, নাৰীবাদী, আৰু পৰিৱেশবিদ।
-
গাইছু য়াৰী
গাইছু য়াৰী (Gaisu Yari) এগৰাকী আফগান মানৱ অধিকাৰ আৰু মহিলা অধিকাৰ কৰ্মী, লেখিকা, ব্লগাৰ আৰু বক্তা। আফগানিস্তানৰ মহিলা অধিকাৰৰ ক্ষেত্ৰত তেওঁক অন্যতম প্ৰচাৰক হিচাপে গণ্য কৰা হয়। তালিবানৰ নীতিক লৈ প্ৰশ্ন উত্থাপন কৰি পোনপটীয়াকৈ তালিবানৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁ সুপৰিচিত।
-
গীতা ছেহগল
গীতা ছেহগল (Gita Sahgal; জন্ম: ১৯৫৬ বা ১৯৫৭)এগৰাকী ব্ৰিটিছ লেখিকা, সাংবাদিক, চলচ্চিত্ৰ পৰিচালক, মহিলা অধিকাৰ কৰ্মী আৰু মানৱ অধিকাৰ কৰ্মী। তেওঁ কামসমূহ নাৰীবাদ, মৌলবাদ আৰু বৰ্ণবাদৰ বিষয়সমূহত কেন্দ্ৰিত।
-
গীতাঞ্জলি মিশ্ৰ
গীতাঞ্জলি মিশ্ৰ (ইংৰাজী: Geetanjali Misra) হৈছে এগৰাকী ভাৰতীয় নাৰী অধিকাৰ কৰ্মী। তেওঁ হৈছে নতুন দিল্লীত অৱস্থিত মহিলা অধিকাৰৰ হকে কাম কৰা বেচৰকাৰী সংস্থা “ক্ৰিয়েটিং ৰিচ’ৰ্চ ফৰ এম্পাৱাৰমেণ্ট ইন একচন”ৰ সহ-প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা।
-
গৌৰী মা
গৌৰী মা (Gauri Ma, ১৮৫৭ ফেব্ৰুৱাৰী – ১ মাৰ্চ ১৯৩৮)ৰ জন্মতে নাম ৰখা হৈছিল মৃদাণী৷ তেখেত ৰামকৃষ্ণ পৰমহংসৰ এগৰাকী প্ৰসিদ্ধ শিষ্যা, সাৰদা দেৱীৰ সতীৰ্থ আৰু কলিকতাত স্থাপিত হোৱা সাৰদেশ্বৰী আশ্ৰমৰ প্ৰতিষ্ঠাতা৷ দক্ষিণেশ্বৰত থকাৰ সময়ত শ্ৰীৰামকৃষ্ণই গৌৰী মাক সন্যাসিনীৰ গেৰুৱা পোছাক প্ৰদান কৰিছিল আৰু…