ইৰানৰ ব্যক্তি
২০১ প্ৰবন্ধ
-
হাফিজ শ্বিৰাজী
হাফিজ শ্বিৰাজী (خواجه شمسالدین محمد حافظ شیرازی, আনুমানিক ১৩১৫ – ১৩৯০) আছিল এজন ইৰানী ছুফী কবি, যিয়ে পাৰ্চী ভাষাত গজল লিখি অতুলনীয় খ্যাতি লাভ কৰিছিল। তেওঁৰ কাব্যৰ সংকলন "দিওয়ান-ই-হাফিজ" আজিও ইৰানী সাহিত্য আৰু সংস্কৃতিত অত্যন্ত প্ৰসিদ্ধ।
-
হামিদ এনায়েত
হামিদ এনায়েত (حمید عنایت; ১৯৩২ তেহৰাণ, ইৰান- ১৯৮২) এজন ইৰানী ৰাজনৈতিক বিজ্ঞানী আৰু অনুবাদক আছিল।
-
হামিদ ৰেজা আজাৰাং
হামিদ ৰেজা আজাৰাং (ফাৰ্চী:حمیدرضا آذرنگ; জন্ম: ২৩ মে' ১৯৭২) এগৰাকী ইৰানী অভিনেতা, পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
-
হামিদেহ খেইৰাবাদী
হামিদেহ খেইৰাবাদী (জন্ম ২১ ডিচেম্বৰ, ১৯২৪ – মৃত্যু ১৯ এপ্ৰিল, ২০১০) আছিল এগৰাকী ইৰানী চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী। তেওঁ ২০০তকৈও অধিক পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আৰু ২০টাতকৈও অধিক দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰিছিল। ইৰানত তেওঁক মৰমেৰে নাদেৰেহ আৰু ইৰানী চিনেমাৰ মাতৃ বুলি সম্বোধন কৰা হয়।
-
হায়েদেহ
মাছৌমেহ দাদেহবালা হায়েদেহ নামেৰে জনাজাত। ( ১০ এপ্ৰিল ১৯৪২ – ২০ জানুৱাৰী ১৯৯০) নামেৰে পৰিচিত আছিল পাৰ্চী শাস্ত্ৰীয়, লোক আৰু পপ সংগীতৰ এগৰাকী ইৰাণী গায়িকা। দুটা দশকৰো অধিক সময় সংগীত জগতত সক্ৰিয় আছিল আৰু ২০ শতিকাৰ ইৰাণৰ অন্যতম জনপ্ৰিয় গায়িকা হিচাপে গণ্য কৰা হয়।
-
হেংগামেহ মফিদ
হেংগামেহ মফিদ (ফাৰ্চী: هنگامه مفيد; জন্ম: ২২ ডিচেম্বৰ ১৯৫৫) হৈছে এগৰাকী ইৰানীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী, চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ, সংগীতজ্ঞ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক।
-
হেদিয়েহ তেহৰাণী
হেদিয়েহ তেহৰাণী (ফাৰ্চী: هديه تهرانی; জন্ম: ২৫ জুন, ১৯৭২) এগৰাকী ইৰানী অভিনেত্ৰী। ৰহস্যময়, নিৰ্বিকাৰ আৰু কঠোৰ মনোভাবাপন্ন মহিলাৰ চৰিত্ৰত কৰা অনৱদ্য অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
হোছেইন আবৰঘুৱী
হোছেইন আবৰঘুৱী (ফাৰ্চী: حسین ابرقویی; জন্ম ৮ জুলাই ১৯৯৬) হৈছে এগৰাকী ইৰানী পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ পাৰ্চিয়ান গাল্ফ প্ৰ' লীগত ইৰানী ফুটবল ক্লাব পাৰ্চেপলিছ আৰু ইৰান ৰাষ্ট্ৰীয় ফুটবল দলৰ মধ্যভাগৰ খেলুৱৈ হিচাপে খেলি আছে।
-
হোছেইন ফাতেমী
হোছেইন ফাতেমী (Hossein Fatemi) (জন্ম,১০ ফেব্ৰুৱাৰী, ১৯১৭ – ১০ নৱেম্বৰ, ১৯৫৪) এজন ইৰাণী পণ্ডিত। প্ৰধানমন্ত্ৰী মহম্মদ মোছাদ্দেগৰ ঘনিষ্ঠ সহযোগী হিচাপে তেওঁ ইৰাণৰ তেল আৰু গেছ সম্পদ ৰাষ্ট্ৰীয়কৰণৰ প্ৰস্তাৱ আগবঢ়ায়।
-
হোছেইন বেহজাদ
হোছেইন বেহজাদ ( Hossein Behzad) আৰু (পাৰ্চী ভাষাত: حسین بهزاد ); জন্ম হৈছিল ১৮৯৪ আৰু মৃত্যু হৈছিল ১৩ অক্টোবৰ ১৯৬৮ চনত। হোছেইন বেহজাদ আছিল এজন প্ৰখ্যাত ইৰাণী চিত্ৰশিল্পী।
-
হোদা হাদাদি
হোদা হাদাদি (Hoda Hadadi) ( জন্ম ২ ফেব্ৰুৱাৰী, ১৯৭৭) এজন ইৰাণী চিত্ৰশিল্পী, লেখিকা আৰু কবি। তেওঁৰ সাহিত্য আৰু দৃশ্যগত ৰচনাসমূহে প্ৰায়ে প্ৰকৃতি আৰু নাৰীবাদৰ পোষকতা প্ৰতিফলিত কৰে, য'ত নাৰীক নিজৰ জীৱনৰ কথক আৰু নায়িকা হিচাপে চিত্ৰিত কৰা হয়।
-
ৰবাৰ্ট একহাৰ্ট
ৰবাৰ্ট একহাৰ্ট (আৰ্মেনিয়ান: Ռոբերտ Էքհարթ; ১৯৩৫, তাব্ৰিজত – ১৯৯৪, লছ এঞ্জেলছত) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু মুখ্য সম্পাদক আছিল।
-
ৰয়া টলৌই
ৰয়া টলৌই (Roya Toloui); জন্ম: ২২ মে', ১৯৬৬, ইৰাণৰ কুৰ্দিস্তান প্ৰদেশৰ বানেহত) এগৰাকী বিশিষ্ট কুৰ্দি-ইৰাণী সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু নাৰীবাদী। তেওঁ বৰ্তমান আমেৰিকাত বাস কৰে। তেওঁ পশ্চিম ইৰাণৰ বানেহত জন্মগ্ৰহণ কৰিছিল।
-
ৰয়া হেশমতী
ৰয়া হেশমতী (Roya Heshmati) (পাৰ্চী: رويا حشمتی )হৈছে ১৯৯০ চনত ইৰানৰ ছানন্দজত জন্মগ্ৰহণ কৰা এগৰাকী ইৰাণী কুৰ্দি মানৱ অধিকাৰ কৰ্মী, ইৰাণত বাধ্যতামূলক হিজাব নীতিৰ প্ৰতিৰোধৰ বাবে বেছিকৈ পৰিচিত।
-
ৰাণা ফাৰহান
ৰাণা ফাৰহান (ফাৰ্চী: رعنا فرحان) হৈছে এগৰাকী ইৰানী সংগীতজ্ঞ তথা জাজ আৰু ব্লুজ সংগীতৰ গায়িকা। তেহৰান বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ১৯৮৯ চনত ইৰান এৰি থৈ যায় আৰু তেতিয়াৰপৰাই তেওঁ নিউয়ৰ্কত বসবাস কৰি আছে।
-
ৰামিন বাহৰানী
ৰামিন বাহৰানী (ফাৰ্চী: رامین بحرانی; জন্ম: ২০ জানুৱাৰী, ১৯৭৫) এজন আমেৰিকান পৰিচালক আৰু চিত্ৰনাট্যকাৰ। চলচ্চিত্ৰ সমালোচক ৰজাৰ ইবাৰ্টে বাহৰানীৰ চপ শ্বপ (২০০৭) ছবিখনক ২০০০ দশকৰ ষষ্ঠ শ্ৰেষ্ঠ ছবি হিচাপে স্থান দিছিল আৰু তেওঁক দশকটোৰ নতুন পৰিচালক বুলি অভিহিত কৰিছিল।
-
ৰেইহানে তাৰাৱতী
ৰেইহানে তাৰাৱতী (Reihane Taravati) এগৰাকী ইৰাণী ফটোগ্ৰাফাৰ৷ ইয়াৰ লগতে তেওঁ এগৰাকী সমাজ কৰ্মী। তেওঁ ছ'চিয়েল মিডিয়া কণ্টেণ্ট প্ৰডাকচনত বিশেষজ্ঞ "ৰেইহানেট ষ্টুডিঅ'"ৰ প্ৰতিষ্ঠাপক।
-
ৰেইহানেহ জব্বাৰী
ৰেহানে জব্বাৰী ( Rehane Jabbari); (জন্ম,১৯৮৮ – মৃত্যু,২৫ অক্টোবৰ ২০১৪) ইৰাণৰ এগৰাকী প্ৰাক্তন চোৰাংচোৱা বিষয়া মৰ্টেজা আব্দোলালি সৰবন্দীৰ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা এগৰাকী ইৰাণৰ মহিলা। ২০০৭ চনৰপৰা ২০১৪ চনৰ অক্টোবৰ মাহত ফাঁচি দিয়ালৈকে কাৰাগাৰত বন্দী হৈ আছিল।
-
ৰেজা আত্তাৰান
ৰেজা আত্তাৰান (رضا عطاران; জন্ম: ১০ মে' ১৯৬৮) এগৰাকী ইৰানী অভিনেতা, পৰিচালক আৰু চিত্ৰনাট্যকাৰ। মূলতঃ কাখাকৰ বাসিন্দা আত্তাৰানে অৰ্থনীতিত ডিপ্লমা অৰ্জন কৰিছিল আৰু পৰৱৰ্তী সময়ত তেহৰাণ বিশ্ববিদ্যালয়ৰ ললিত কলা অনুষদত ঔদ্যোগিক ডিজাইন বিষয়ত অধ্যয়ন কৰিছিল; কিন্তু চিনামাত কৰ্মজীৱন গঢ়াৰ বাবে তেওঁ…
-
ৰেজা আল্লামেজাদেহ
ৰেজা আল্লামেজাদেহ (ফাৰ্চী:رضا علامهزاده) হৈছে নেদাৰলেণ্ডত বসবাস কৰা ইৰাণত জন্মগ্ৰহণ কৰা এজন ডাচ চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ সমালোচক আৰু লেখক। তেওঁ মূলতঃ শৰণাৰ্থীসকলৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰ যেনে দ্য গেষ্টছ অৱ হোটেল এষ্টোৰিয়া (১৯৮৮) আৰু ইৰাণৰ ইছলামিক শাসন-ব্যৱস্থাৰদ্বাৰা ইউৰোপত বিৰোধী নেতাসকলক…
-
ৰেজা ডৰমিচিয়ান
ৰেজা ডৰমিচিয়ান (ফাৰ্চী: رضا درمیشیان; জন্ম ৬ নৱেম্বৰ, ১৯৮১) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ দাৰিউচ মেহৰ্জুই, ফেৰেইডুন জেৰানী আৰু আলীৰেজা ডাভুদ নেজাদৰ দৰে বিশিষ্ট পৰিচালকসকলৰ সৈতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছে।