অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেইহানে তাৰাৱতী

ৰেইহানে তাৰাৱতী (Reihane Taravati) এগৰাকী ইৰাণী ফটোগ্ৰাফাৰ৷ ইয়াৰ লগতে তেওঁ এগৰাকী সমাজ কৰ্মী। তেওঁ ছ'চিয়েল মিডিয়া কণ্টেণ্ট প্ৰডাকচনত বিশেষজ্ঞ "ৰেইহানেট ষ্টুডিঅ'"ৰ প্ৰতিষ্ঠাপক।

হালনাগাদ: ২৭ জানুৱাৰী ২০২৬ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰেইহানে তাৰাৱতী (Reihane Taravati) এগৰাকী ইৰাণী ফটোগ্ৰাফাৰ৷ ইয়াৰ লগতে তেওঁ এগৰাকী সমাজ কৰ্মী। তেওঁ ছ'চিয়েল মিডিয়া কণ্টেণ্ট প্ৰডাকচনত বিশেষজ্ঞ "ৰেইহানেট ষ্টুডিঅ'"ৰ প্ৰতিষ্ঠাপক।

এগৰাকী সমাজকৰ্মী হিচাপে তেওঁ কৰি থকা কিছুমান কামে সামাজিক আৰু ৰাজনৈতিক বিষয়সমূহৰ প্ৰতি বিভিন্ন পক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছে। মহিলাৰ অধিকাৰৰ প্ৰতিও সক্ৰিয়ভাৱে বৰঙণি আগবঢ়াইছে৷ তেওঁৰ এই অৱদানৰ বাবে তেওঁক স্বীকৃতি দিয়া হৈছে।১২৩ তেওঁক একাধিকবাৰ গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ভৰোৱা হৈছে।

সংবাদ জগতত

১. তেহৰাণৰ ফ্ৰীলান্স ফটো সাংবাদিক ৰেইহানে তাৰাৱতীৰ ঘৰত ১০জন বিষয়াই অভিযান চলায় ৪৫ ২. ভিডিঅ'গ্ৰাফাৰ ৰেইহানে তাৰাৱতী গ্ৰেপ্তাৰ ৬ ৩. ‘হেপি’ ভিডিঅ’ৰ বাবে গ্ৰেপ্তাৰ ৬ ইৰাণী যুৱকক মুকলি কৰি দিয়া হয় ৭৮৯

তথ্যসূত্ৰ

  1. ↑ (2018-01-19). Reihane Taravati: "Beaucoup d'Iraniens ont peur que leur pays devienne une nouvelle Syrie". LEFIGARO
  2. ↑ Figaro, Le. (2018-01-20). Reihane Taravati: " Beaucoup d'Iraniens ont peur que leur pays devienne une nouvelle Syrie ". Middle East Transparent
  3. ↑ (2019-05-31). Reihane Taravati: "Les jeunes iraniens essaient de toutes leurs forces d'être comme les autres…". La Règle du Jeu
  4. ↑ Staff, C. P. J. (2022-05-16). Iran detains female photojournalist, four female documentary filmmakers. Committee to Protect Journalists
  5. ↑ (2022-05-18). Iran releases two detained filmmakers on bail: Reports. Al Arabiya English
  6. ↑ MN, A. (2022-05-10). Videographer Reihane Taravati Arrested. Hrana
  7. ↑ Shaming of young dancer backfires on Iranian authorities. The Irish Times
  8. ↑ SA@Iran. (2014-05-22). Iranians arrested for 'Happy' video freed: social media. The Iran Project
  9. ↑ (2020-06-07). Amid pandemic, Iran doubles down on social media 'modesty,' arrests hundreds. Los Angeles Times

সম্পৰ্কিত শ্ৰেণী

ইৰানীয় নাৰী অধিকাৰ কৰ্মীইৰানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেইহানে তাৰাৱতী” প্ৰবন্ধৰ সংশোধন ৫৭১৭৭৮ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।