অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হোছেইন আবৰঘুৱী

হোছেইন আবৰঘুৱী (ফাৰ্চী: حسین ابرقویی; জন্ম ৮ জুলাই ১৯৯৬) হৈছে এগৰাকী ইৰানী পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ পাৰ্চিয়ান গাল্ফ প্ৰ' লীগত ইৰানী ফুটবল ক্লাব পাৰ্চেপলিছ আৰু ইৰান ৰাষ্ট্ৰীয় ফুটবল দলৰ মধ্যভাগৰ খেলুৱৈ হিচাপে খেলি আছে।

হালনাগাদ: ৩১ মে’ ২০২৬ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

হোছেইন আবৰঘুৱী (ফাৰ্চী ভাষা: حسین ابرقویی; জন্ম ৮ জুলাই ১৯৯৬) হৈছে এগৰাকী ইৰানী পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ পাৰ্চিয়ান গাল্ফ প্ৰ' লীগত ইৰানী ফুটবল ক্লাব পাৰ্চেপলিছ আৰু ইৰান ৰাষ্ট্ৰীয় ফুটবল দলৰ মধ্যভাগৰ খেলুৱৈ হিচাপে খেলি আছে।১২

ক্লাব কেৰিয়াৰ

আবৰঘুৱীয়ে প্ৰথমে পাৰ্চে তেহৰাণৰ একাডেমীৰপৰা নিজৰ ক্ৰীড়া জীৱন আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত ২০১৬ চনত এষ্টেঘলালৰ একাডেমীলৈ স্থানান্তৰিত হয়।৩

তেওঁ ২০১৭ চনত পাৰ্চিয়ান গাল্ফ প্ৰ' লীগৰ ক্লাব গষ্টাৰেশ ফুলাদৰ সৈতে নিজৰ জ্যেষ্ঠ বা পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল।৪৫৬৭

২০১১ চনত আবৰঘুৱীয়ে নিজৰ বাধ্যতামূলক সামৰিক সেৱা সম্পূৰ্ণ কৰিবলৈ ওঘাব তেহৰাণ ক্লাবত যোগ দিয়ে। ইয়াৰ পিছত তেওঁ ভিষ্টা টাৰবাইন ক্লাবত যোগদান কৰে। ২৫ জুলাইত আজাদেগান লীগত খুছে টালাৱীৰ বিৰুদ্ধে খেলা এখন মেচত তেওঁ এই ক্লাবটোৰ হৈ প্ৰথমবাৰৰ বাবে খেলপথাৰত নামে, য'ত তেওঁলোকৰ দলটো ১–০ ব্যৱধানত পৰাজিত হৈছিল।

২০২২ চনৰ ১৬ জুলাইত আবৰঘুৱীয়ে চামছ আজাৰ ক্লাবৰ সৈতে এটা চুক্তিত স্বাক্ষৰ কৰে।৮

তথ্যসূত্ৰ

  1. ↑ Hossein Abarghouei Nejad joined Shams Azar Qazvin, D Sport, 2022-07-20
  2. ↑ Hossein Abarghouei Profile and Statistics, Soccerway, 2026
  3. ↑ Hossein Abarghouei Profile, Football Federation of Tehran Province
  4. ↑ Esteghlal youth player joined Gostaresh, Fars News Agency
  5. ↑ The star of Esteghlal youth team joined Gostaresh, Fartak Varzeshi
  6. ↑ Abarghouei, Esteghlal youth team player, joined Gostaresh Foolad Tabriz, Tarafdari
  7. ↑ The star of Esteghlal youth team joined Gostaresh, Footballi
  8. ↑ Shams Azar and the recruitment of three new players, Borna News Agency

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিফুটবল খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোছেইন আবৰঘুৱী” প্ৰবন্ধৰ সংশোধন ৬১০৬৪৭ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।