অপৰাধ
৫৬ প্ৰবন্ধ
-
অপৰাধ অনুসন্ধান বিভাগ (ভাৰত)
অপৰাধ অনুসন্ধান বিভাগ বৃটিছ আৰক্ষী বাহিনীৰ অপৰাধ অনুসন্ধান বিভাগৰ ওপৰত ভিত্তি কৰি অপৰাধৰ তদন্তৰ দায়িত্বত থকা ভাৰতৰ ৰাজ্যিক আৰক্ষী বিভাগসমূহৰ এটা বিশেষ শাখা ক্ৰাইম ব্ৰাঞ্চ বুলিও জনা যায়।
-
ইজিপ্তত ধৰ্ষণ
ইজিপ্তত ধৰ্ষণ কৰাটো এটা অপৰাধমূলক অপৰাধ আৰু ইয়াৰ শাস্তি আজীৱন কাৰাদণ্ডৰ পৰা আৰম্ভ কৰি মৃত্যুদণ্ডলৈকে হয়। বৈবাহিক ধৰ্ষণ বৈধ। ২০০৮ চনৰ ভিতৰত ৰাষ্ট্ৰসংঘই ইজিপ্তৰ স্বৰাজ মন্ত্ৰালয়ৰ হিচাপ উদ্ধৃত কৰে যে, প্ৰতি বছৰে ২০,০০০ ধৰ্ষণ সংঘটিত হয়, যদিও সমাজকৰ্মী এংগি ঘোজলান (ECWR)ৰ মতে, স্বৰাজ মন্ত্ৰালয়ে…
-
ইৰানত অপৰাধ
ইৰাণত অপৰাধ (Crime in Iran)বুলি কলে বিভিন্ন ৰূপত বিদ্যমান থকা অপৰাধক বুজায়। এইবিলাকৰ ভিতৰত তলত দিয়া ধৰণৰ হ'ব পাৰে: হত্যা, অপহৰণ, চুৰি, জালিয়াতি, ধন সৰবৰাহ, ড্ৰাগছ সৰবৰাহ, নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়, মদৰ সৰবৰাহ, তেল সৰবৰাহ, কৰ ফাঁকি, সন্ত্ৰাসবাদ, সমকামিতা, গাইডেন্স পেট্ৰ'ল, ৰমজানৰ সময়ত খোৱা-বোৱা…
-
এন জি আকেউ
১৮৮০ চনত মৃত্যু হোৱা এন জি আকেউ আছিল চীনা আফিং সৰবৰাহকাৰী আৰু হংকঙৰ থকা ঘৰৰ মালিক। ১৮৪৯ চনত জল দস্যুতা কেলেংকাৰীৰ কেন্দ্ৰীয় ব্যক্তিত্ব আছিল, যিয়ে এটা কাৰণ কেলেংকাৰীৰ কেন্দ্ৰ হিচাপে যথেষ্ট মনোযোগ আকৰ্ষণ কৰিছিল।
-
এপষ্টেইন ফাইল
এপষ্টেইন ফাইলবোৰ ৬০ লাখ পৃষ্ঠাৰ ওপৰৰ নথি-পত্ৰ, যিবোৰত আমেৰিকাৰ ফাইনেন্সাৰ আৰু শিশু যৌন অপৰাধত দোষী সাব্যস্ত হোৱা অপৰাধী জেফ্ৰি এপষ্টেইন আৰু তেওঁৰ ৰাজনীতিবিদ আৰু চেলিব্ৰিটিসকলক সামৰি লোৱা ৰাজহুৱা ব্যক্তিৰ সামাজিক মহলৰ অপৰাধমূলক কাৰ্যকলাপৰ বিৱৰণ দিয়া ছবি আৰু ভিডিঅ' আছে।
-
এলানথুৰ নৰবলি কাণ্ড
২০২২ চনৰ এলানথুৰ নৰবলি কাণ্ডই ভাৰতৰ কেৰালা ৰাজ্যৰ পাথানামথিত্তা জিলাৰ এলানথুৰ গাঁৱত সংঘটিত এক অপৰাধক বুজায়, য’ত দুগৰাকী মহিলাক নৰবলিৰ ৰীতি-নীতিৰ অংশ হিচাপে নিৰ্যাতন চলাই হত্যা কৰা হৈছিল। কেৰালা আৰক্ষীয়ে চলোৱা তদন্তৰ ফলত মহম্মদ শ্বাফী, ভগৱাল সিং আৰু তেওঁৰ পত্নী লাইলাক গ্ৰেপ্তাৰ কৰা হয়।
-
কনৰাড মুৰে
কনৰাড ৰবাৰ্ট মুৰে ( Conrad Robert Murray; জন্ম: ১৯ ফেব্ৰুৱাৰী, ১৯৫৩) এজন গ্ৰেনেডিয়ান-ট্ৰিনিদাদীয়-আমেৰিকান প্ৰাক্তন চিকিৎসক আৰু দোষী সাব্যস্ত হোৱা অপৰাধী। ২০০৯ চনত মাইকেল জেকচনৰ মৃত্যুৰ সময়ত তেওঁ জেকচনৰ ব্যক্তিগত চিকিৎসক আছিল।
-
কাৰ্লা ৱাকাৰৰ হত্যাকাণ্ড
কাৰ্লা জান ৱাকাৰ এগৰাকী আমেৰিকান ছোৱালী যাক টেক্সাছৰ ফোৰ্ট ৱৰ্থৰ বলিং এলি পাৰ্কিং লটৰ পৰা অপহৰণ কৰাৰ পিছত ১৭ ফেব্ৰুৱাৰী, ১৯৭৪ তাৰিখে হত্যা কৰা হৈছিল। অপহৰণৰ তিনিদিন পিছত তেওঁৰ মৃতদেহ ফৰ্ট ৱৰ্থৰ পৰা মাত্ৰ ৩০ মিনিট দক্ষিণে এটা নৰ্দমা খাদত পোৱা গৈছিল।
-
জলদস্যুৰূপে মহিলা
যদিও ইতিহাসত জলদস্যুৰ অধিকাংশই পুৰুষ, মহিলা জলদস্যুৰ প্ৰায় এশটামান জনা-শুনা উদাহৰণ আছে আৰু ইয়াৰে প্ৰায় চল্লিশজন “জলদস্যুৰ সোণালী যুগ’’ত সক্ৰিয় আছিল। কিছুমান মহিলা জলদস্যু কেপ্তেইন আৰু কিছুমানে এটা অঞ্চলৰ সমগ্ৰ জলদস্যুগিৰিৰ নেতৃত্ব বহন কৰি আহিছে।
-
জোহানা হাৰ্ড
জোহানা হাৰ্ড, জন্ম নাম জংবাৰ্গ (৩ ডিচেম্বৰ ১৭৮৯ – ১২ মাৰ্চ ১৮৫১), এগৰাকী ছুইডেনৰ জলদস্যু আছিল।
-
জৰ্জ ফ্লইড হত্যাকাণ্ড
২০২০ চনৰ ২৫ মে' তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনিছ'টা ৰাজ্যৰ মিনিয়াপলিচ চহৰত জৰ্জ ফ্লইড নামৰ এগৰাকী ৪৬ বছৰীয়া কৃষ্ণাঙ্গ ব্যক্তিক জালি নোট ব্যৱহাৰৰ অভিযোগত পুলিচে গ্ৰপ্তাৰ কৰা সময়ত হত্যা কৰে।
-
ধৰ্ষণৰ পৰিসংখ্যা
ধৰ্ষণৰ পৰিসংখ্যা (Rape statistics) বুলিলে ধৰ্ষণ আৰু যৌন আক্ৰমণৰ বিভিন্ন কাৰ্যকলাপৰ পৰিসংখ্যাক বুজোৱা হয়। এনে পৰিসংখ্যা সাধাৰণতে শিল্পোন্নত দেশসমূহত উপলব্ধ থাকে আৰু গোটেই বিশ্বত ইয়াক নথিভুক্ত কৰা হয়।
-
নেইনা চাহনী হত্যাকাণ্ড
১৯৯৫ চনত সংঘটিত হোৱা তন্দুৰ হত্যাকাণ্ডৰ বলি হৈছিল নৈনা চাহনী। ১৯৯৫ চনৰ ২ জুলাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ নেতা সুশীল শৰ্মাই ২৯বছৰীয়া চাহনীক হত্যা কৰে। এই হত্যাকাণ্ডৰ বাবে সুশীল শৰ্মাক দোষী সাব্যস্ত কৰে বিচাৰ আদালত, দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে।
-
পৰিচাৰিকা উৎপীড়ন
পৰিচাৰিকাৰ উৎপীড়ন (Maid abuse) হৈছে ঘৰুৱা কৰ্মী হিচাপে নিযুক্ত ব্যক্তি এগৰাকীৰ সৈতে বিশেষকৈ নিয়োগকৰ্তাৰ দ্বাৰা বা নিয়োগকৰ্তাৰ ঘৰুৱা সদস্যৰ দ্বাৰা কৰা দুৰ্ব্যৱহাৰ বা অৱহেলা। ই হৈছে কোনো কাৰ্যকৰণ অথবা কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ বিফলতা যাৰ ফলত সেই কৰ্মচাৰীজনৰ ক্ষতি হয়।
-
ভাৰত বিভাজনৰ সময়ত নাৰীৰ ওপৰত হোৱা হিংসা
ভাৰত বিভাজনৰ সময়ত মহিলাৰ বিৰুদ্ধে হিংসা ব্যাপকভাৱে সংঘটিত হৈছিল। এটা অনুমান অনুসৰি বিভাজনৰ সময়ত ৭৫,০০০ৰ পৰা ১০০,০০০গৰাকী মহিলাক অপহৰণ আৰু ধৰ্ষণ কৰা হৈছিল। এই সময়ছোৱাত পুৰুষৰ দ্বাৰা মহিলাক ধৰ্ষণ কৰাৰ ঘটনা সুন্দৰভাৱে নথিবদ্ধ কৰা হৈছে, য’ত কেতিয়াবা মহিলাসকলো এই আক্ৰমণৰ সহযোগী আছিল।
-
ভাৰতত নাৰীৰ ওপৰত হোৱা হিংসা
ভাৰতত নাৰীৰ ওপৰত হোৱা হিংসা (ইংৰাজী: Violence against women in India) বুলিলে সাধাৰণতে কোনো পুৰুষৰ দ্বাৰা এগৰাকী নাৰী বা মহিলাৰ বিৰুদ্ধে কৰা শাৰীৰিক বা যৌন হিংসাক বুজায়।
-
মেৰী ক্ৰিচেট
মেৰী ক্ৰিচেট প্ৰথমাৱস্থাৰ নাম মাৰিয়া, শেষ নামো ক্ৰিচেট বা ক্ৰিকেট; এগৰাকী ইংৰাজ জলদস্যু আৰু অপৰাধী আছিল। জলদস্যুৰ সোণালী যুগৰ মাত্ৰ চাৰিগৰাকী নিশ্চিত মহিলা জলদস্যুৰ ভিতৰত এগৰাকী হিচাপে আৰু মৃত্যুদণ্ড দিয়া একমাত্ৰ মহিলা জলদস্যু হিচাপে তেওঁ বেছিকৈ পৰিচিত।
-
শ্বীনা বৰা হত্যাকাণ্ড
শ্বীনা বৰা মুম্বাইস্থিত মুম্বাই মেট্ৰ' ওৱান নামৰ প্ৰতিষ্ঠানৰ এগৰাকী কাৰ্য্যবাহী বিষয়া আছিল আৰু তেওঁ এপ্ৰিল, ২০১২ চনৰ পৰা ৰহস্যজনক ভাৱে অন্তৰ্ধান হৈ আছে।
-
সন্তকবেন জাদেজা
সন্তকবেন জাদেজা গুজৰাটৰ এজন অপৰাধী আৰু ৰাজনীতিবিদ আছিল। তেওঁক জনপ্ৰিয়ভাৱে গডমাদাৰ নামেৰে জনা গৈছিল। তেওঁৰ কাৰ্যকলাপৰ এলেকা চিহ্নিত হৈছিল পোৰবন্দৰ আৰু ইয়াৰ আশে-পাশে। এসময়ত পোৰবন্দৰৰ অপৰাধমূলক অভিযানৰ তেওঁ আছিল এক গুৰুত্বপূৰ্ণ ভূমিকা।
-
হাথৰসৰ দলবদ্ধ বলাৎকাৰ, ২০২০
হাথৰসৰ দলবদ্ধ বলাৎকাৰৰ ঘটনা ২০২০ ৰ ১৪ ছেপ্তেম্বৰৰ দিনা সংঘটিত হয়। সেইদিনা উত্তৰ প্ৰদেশৰ হাথৰস জিলাত চাৰিজন উচ্চবৰ্ণৰ যুৱকে এজনী দলিত সম্প্ৰদায়ৰ ছোৱালীক বলাত্কাৰ কৰে। দুসপ্তাহ জুৰি জীৱন-মৃত্যুৰে যুঁজি অৱশেষত পীড়িতা ছোৱালীজনীয়ে দিল্লীৰ হাস্পাতালত মৃত্যুবৰণ কৰে।
-
২০১২ গুৱাহাটীৰ যুৱতী উৎপীড়ণ ঘটনা
৯ জুলাই ২০১২ তাৰিখে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত, এগৰাকী যুৱতীৰ ওপৰত এখন বাৰৰ বাহিৰত প্ৰায় ৩০জন পুৰুষৰ এটা দলৰ দ্বাৰা উৎপীড়ন চলোৱা হৈছিল, যাৰ বহুতক পৰৱৰ্তী সময়ত ঘটনাটোৰ ভিডিঅ' ফুটেজৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰা হৈছিল।
-
ৰাজীৱ গান্ধী হত্যাকাণ্ড
ভাৰতৰ সপ্তম প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক ১৯৯১ ইং চনৰ ২১ মে তৰিখে দক্ষিণ ভাৰতৰ তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা প্ৰায় ৩০ কি:মি: নিলগৰ এখন গাঁৱত শ্ৰীপেৰুম্বুদূৰ লোকসভা সমষ্টিৰ কংগ্ৰেচ প্ৰাৰ্থীৰ হৈ ভাগ লোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত এক আত্মঘাতী বোমা আক্ৰমণৰ দ্বাৰা হত্যা কৰা হয়।
-
ৰীতা গৰ্গনোৱা
ৰীতা গৰ্গনোৱা (প্ৰকৃত নাম এমিলিয়া মাৰ্জেৰিটা গৰ্গন, জন্ম ইলিক; ৭ মাৰ্চ ১৯০১ – ৩ ছেপ্টেম্বৰ ১৯৩৯ৰ পিছত) তেখেত আছিল এগৰাকী গভৰ্ণৰ, আৰু দ্বিতীয় পোলেণ্ড গণৰাজ্যৰ অন্যতম কুখ্যাত অপৰাধ কাহিনীৰ মূল চৰিত্ৰ।
-
ৰুছলা
ৰুছলা, যাক মধ্য আইৰিছ ইংগিয়ান ৰুৱাঘত "ৰঙা মহিলা" বুলিও কোৱা হয়, আছিল নৰৱেৰ এগৰাকী কিংবদন্তি কুমাৰী যোদ্ধা, যাৰ বিষয়ে চেক্সো গ্ৰেমাটিকাছৰ গেষ্টা ডানোৰাম বা "ডেনসকলৰ ইতিহাস" আৰু আইৰিছ বুৰঞ্জীত উল্লেখ কৰা হৈছে।
-
ৰেচেল ৱাল
ৰেচেল ৱাল (প্ৰায় ১৭৬০ – ৮ অক্টোবৰ, ১৭৮৯) এগৰাকী আমেৰিকান মহিলা জলদস্যু আৰু মেছাচুচেটছত ফাঁচী দিয়া শেষ মহিলা। ইয়াৰ উপৰিও তেওঁ হয়তো আমেৰিকাত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা জলদস্যু হৈছিল।
-
ৰ’জী আলফাৰো
মাৰিয়া ডেল ৰ’জিঅ’ “ৰ’জী’’ আলফাৰো (জন্ম ১২ অক্টোবৰ, ১৯৭১) ১৯৯০ চনত কেলিফৰ্ণিয়াৰ আনাহাইমত ৯বছৰীয়া অটম ৱালেছক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হোৱা এগৰাকী আমেৰিকান মহিলা। বৰ্তমান কেলিফৰ্ণিয়াত মৃত্যুদণ্ড পাই শাস্তিৰ অপেক্ষাত।