অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৯ এপ্ৰিল

ঘটনাৱলী

জন্ম

মৃত্যু

  • ১৮২৪লৰ্ড বায়ৰন, এংলো-স্ক'টিছ কবি।
  • ১৮৫৮অনুৰূপা দেৱী, ভাৰতীয় সাহিত্যিক তথা সমাজকৰ্মী।
  • ১৮৮২চাৰ্লছ ডাৰউইন, ইংৰাজ জীৱবিজ্ঞানী। তেখেতে প্ৰথম বিৱৰ্তনবাদৰ ধাৰণা দিয়ে। (জন্ম: ১৮০৯)
  • ১৮৮৪কাদম্বৰী দেৱী, ভাৰতীয় নাট্যকাৰ, সংগীতজ্ঞ, সম্পাদক আৰু চিত্ৰশিল্পী।
  • ১৯০৬পিয়েৰ ক্যুৰি, নোবেল পুৰস্কাৰ বিজয়ী ফৰাচী পদাৰ্থবিজ্ঞানী। (জন্ম: ১৮৫৯)
  • ১৯৪৮তাৰা সুন্দৰী, ভাৰতীয় অভিনেত্ৰী, কণ্ঠশিল্পী আৰু নৃত্যশিল্পী।
  • ১৯৯৮অক্টাৱিয়' পাছ, মেক্সিকান কবি, লেখক আৰু কূটনীতিবিদ।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ