মাৰিয়া ছাৰাপোভা (ইংৰাজী ভাষা:Maria Yuryevna Sharapova) এগৰাকী ৰাছিয়ান টেনিচ খেলুৱৈ। তেও বৰ্তমান উইমেন'চ টেনিচ এচোচিয়েচন (WTA)ৰ দ্বিতীয় স্থানত আছে।
জন্ম
মাৰিয়া ছাৰাপোভা ১৯ এপ্ৰিল ১৯৮৭ চনত ৰাছিয়াৰ ন্যাগান চহৰত জন্মগ্ৰহন কৰিছিল। তাইৰ পিতৃ-মাতৃ য়ুৰি আৰু য়ুলেনা পূৰ্বতে প্ৰাক্তন বেলাৰাছিয়াৰ গোমেলৰ বাসিন্দা আছিল, কিন্তু চাৰ্নোবিন দুৰ্ঘটনাৰ পিছত প্ৰাদুৰ্ভাবৰ আশংকা কৰি তেওঁলোক মাৰিয়াৰ জন্মস্থানলৈ আহে।।১
তথ্যসূত্ৰ
- ↑ ru:Шарапова, Мария. Lenta.ru
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰিয়া ছাৰাপোভা” প্ৰবন্ধৰ সংশোধন ৫৬০৩২৬ (২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।