ইতিহাসৰ আজিৰ দিনত
২০ এপ্ৰিল
জন্ম
- ১৮৮৯এডল্ফ হিটলাৰ, জাৰ্মানীৰ ৰাজনীতিবিদ তথা নাজী দলৰ নেতা।
- ১৯১৪গোপীনাথ মহান্তি, জ্ঞানপীঠ আৰু পদ্মবিভূষণ বঁটা বিজয়ী ওড়িয়া সাহিত্যক। (মৃত্যু: ২০ আগষ্ট, ১৯৯১)
- ১৯২০যুথিকা ৰায়, ভাৰতীয় ভজন গায়িকা।
- ১৯৪১ৰেই টম্লিনছন, আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰামাৰ।
- ১৯৪৮প'ল আৰ. মিলগ্ৰম, আমেৰিকান অৰ্থনীতিবিদ।
- ১৯৫০নাৰা চন্দ্ৰবাবু নাইডু, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৭২মমতা কুলকাৰ্ণী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ২০১৯প্ৰণিতা তালুকদাৰ, ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ