মুকেশ ধীৰুভাই আম্বানী (জন্ম ১৯ এপ্ৰিল ১৯৫৭) এগৰাকী ভাৰতীয় ধনকুৱেৰ ব্যৱসায়ী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মুৰব্বী তথা মেনেজিং ডাইৰেক্টৰ, জন হিতৈষী আৰু ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি। ফৰ্চুন গ্লোৱেল-৫০০ত অন্তৰ্ভুক্ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড বজাৰ মূল্যৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ মূল্যবান কোম্পানী।১ ইয়াৰ লগতে ২০২০ চনৰ ২৮ জুলাই তাৰিখ মতে তেওঁ ফৰ্বছৰ তালিকা অনুসৰি ৮১.৬ বিলয়ন আমেৰিকান ডলাৰ অৰ্থমুল্যৰে এছিয়া মহাদেশৰ আটাইতকৈ ধনী তথা বিশ্বৰ পঞ্চম স্থানৰ ধনী ব্যক্তি।২৩৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Mukesh Ambani:: RIL:: Reliance Group of Industries. RIL.com8250964307
- ↑ www.forbes.com/profile/mukesh-ambani/
- ↑ Kurup, Rajesh. Mukesh Ambani back on top as Asia’s richest man. @businessline
- ↑ Real Time Billionaires. Forbes
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুকেশ আম্বানী” প্ৰবন্ধৰ সংশোধন ৩৯৩১০১ (২৩ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।