ইতিহাসৰ আজিৰ দিনত
১৪ এপ্ৰিল
ঘটনাৱলী
- ১৯১২RMS আৰ. এম. এছ. টাইটানিক আটলাণ্টিক মহাসাগৰত ডুব গৈছিল।
- ২০১০পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাত হোৱা চক্ৰৱাতী ধুমুহাত ১২৩জন মানুহৰ মৃত্যু হয়।
- ২০২৩অসমে ১১,৩০৪ গৰাকী নৃত্যশিল্পী আৰু সৰ্ববৃহৎ ধুলীয়া (ঢোলবাদক) দলৰ সৈতে সৰ্ববৃহৎ বিহু নৃত্য প্ৰদৰ্শন আয়োজন কৰি গুৱাহাটীত দুটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অৰ্জন কৰে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কলা-কুশলীক একত্ৰিত কৰি অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) সংস্কৃতিক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰা হয়।
জন্ম
- ১৮৯১ভীমৰাও ৰামজী আম্বেদকাৰ, ভাৰতীয় ৰাজনীতিজ্ঞ তথা ভাৰতৰ সংবিধানৰ ৰচক। (মৃত্যু: ৬ ডিচেম্বৰ, ১৯৫৬)
- ১৯১৪খুৰশীদ বানো, ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী।
- ১৯১৯শমশাদ বেগম, ভাৰতীয় গায়িকা।
- ১৯১৯কে সৰস্বতী আম্মা, ভাৰতীয় লেখিকা।
- ১৯২৮নিৰুপমা হাগজেৰ, ভাৰতীয় সমাজকৰ্মী।
- ১৯৪২মাৰ্গাৰেট আলভা, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৪৯ডলী গুলেৰীয়া, ভাৰতীয় গায়ক।
- ১৯৪৯অনুৰাধা কৈৰালা, নেপালৰ সমাজকৰ্মী।
- ১৯৫৭কৈলাশাভাদীভু শিৱান, ভাৰতীয় মহাকাশ বিজ্ঞানী।
- ১৯৭২কুণাল গাঞ্জাৱালা, ভাৰতীয় গায়ক।
মৃত্যু
- ১৯৫০ৰমনা মহৰ্ষী, অৰুণাচলৰ প্ৰভাৱশালী হিন্দু দাৰ্শনিক আৰু ঋষি।
- ১৯৬৩ৰাহুল সাংকৃত্যায়ন, ভাৰতীয় সুপণ্ডিত আৰু স্বনামধন্য পৰ্যটক। (জন্ম: ৯ এপ্ৰিল, ১৯২৫)
- ১৯৮৫প্ৰবীণ ফুকন, অসমীয়া নাট্যকাৰ, চলচ্চিত্ৰ আৰু নাট পৰিচালক, অভিনেতা তথা খেলুৱৈ।
- ২০০৫উমাকান্ত শৰ্মা, অসমীয়া সাহিত্যিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ