ইতিহাসৰ আজিৰ দিনত
১৫ এপ্ৰিল
জন্ম
- ১৪৫২লিঅ'নাৰ্ড' দা ভিন্সি, ইটালীয়ান নৱজাগৰণ যুগৰ কালজয়ী চিত্ৰশিল্পী। (মৃত্যু: ১৫১৯)
- ১৪৬৯গুৰু নানক, শিখ ধৰ্ম গুৰু। (মৃত্যু: ১৫৩৯)
- ১৭০৭লিঅ'নাৰ্ড অইলাৰ, ছুইছ্ গণিতজ্ঞ তথা পদাৰ্থবিজ্ঞানী।
- ১৮৫৮ইমিল ডাৰখাইম, ফৰাচী সমাজতত্ত্ববিদ।
- ১৯২২মহাসুন্দৰী দেৱী, ভাৰতীয় চিত্ৰশিল্পী।
- ১৯২৩মুহিৰাম শইকীয়া, ভাৰতীয় ৰাজনীতিক।
- ১৯৪০চুলতান খান ভাৰতৰ এজন বিখ্যাত সাৰংগীবাদক আৰু শাস্ত্ৰীয় গায়ক।
- ১৯৭২মন্দিৰা বেদী, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী, ফেশ্বন ডিজাইনাৰ আৰু টেলিভিছন এংকৰ।
- ১৯৭৭সুদৰ্শন পাটনায়ক, ভাৰতীয় বলুকা শিল্পী।
- ১৯৯০এমা ৱাটছন, বিখ্যাত ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল।
মৃত্যু
- ১৮৬৫আব্ৰাহাম লিংকন, মাৰ্কিন ৰাষ্ট্ৰপতি (আততায়ীৰ গুলিত নিহত হয়)। (জন্ম: ১৮০৯)
- ১৯৭৩প্ৰভাৱতী দেৱী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯৮৫শম্ভুনাথ দে, ভাৰতীয় চিকিৎসা বিজ্ঞানী আৰু গৱেষক।
- ২০১৫বিদ্যুৎ চক্ৰৱৰ্তী, অসমীয়া চলচ্চিত্ৰৰ অভিনেতা আৰু চলচ্চিত্ৰ আৰু মঞ্চ নাটকৰ পৰিচালক। (জন্ম: ১ জানুৱাৰী, ১৯৬০ )
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ