অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৩ এপ্ৰিল

ঘটনাৱলী

  • ১৯১৯ৰাওলাট আইনৰ প্ৰতিবাদত অমৃতসৰত হোৱা বিক্ষোভ সমাবেশত জেনাৰেল ডায়াৰেৰ নিৰ্দেশত ব্ৰিটিছ পুলিচে গুলি চালনা কৰি জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত কৰে।
  • ১৯৪৫দ্বিতীয় বিশ্বযুদ্ধঃ জাৰ্মানীৰ গাৰ্ডেলেগেনত জাৰ্মান সৈন্যই ১০০০ৰো অধিক ৰাজনৈতিক আৰু সামৰিক বন্দীক হত্যা কৰে।
  • ১৯৪৮ভুৱনেশ্বৰত ওড়িশাৰ ৰাজধানী পতা হয়।
  • ১৯৪৮এম্বুছত হাদাছা হাস্পতালৰ ৭৮ জন ইহুদী চিকিৎসক, নাৰ্ছ আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ, আৰু এজন ব্ৰিটিছ সৈনিকক শ্বেইখ জাৰাহত আৰবসকলে হত্যা কৰে।
  • ১৯৬০প্ৰথম প্ৰাকৃতিক উপগ্ৰহ নেভিগেচন ব্যৱস্থা আৰম্ভ।
  • ১৯৯৭মাষ্টাৰছ টুৰ্ণামেণ্টত জয়ী হোৱা আটাইতকৈ কম বয়সীয়া গলফাৰ হিচাপে পৰিগণিত হৈছে টাইগাৰ উডছ।
  • ১৯৯৯ওৰাং অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়।
  • ২০১৩পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী চালাম ফায়াদৰ পদত্যাগ।

জন্ম

মৃত্যু

  • ১৯৭৩বলৰাজ চাহানী, হিন্দী চলচ্চিত্ৰৰ অভিনেতা। (জন্ম: ১ মে', ১৯১৩)
  • ১৯৯৪জানকী অম্মল, ভাৰতীয় সমাজকৰ্মী, ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ পত্নী।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ