অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১ এপ্ৰিল

জন্ম

  • ১৫৭৮ডা° উইলিয়াম হাৰ্ভে, ৰক্ত সঞ্চালন পদ্ধতিৰ অন্যতম উদ্ভাৱক। (মৃত্যু: ১৬৫৭)
  • ১৬২১গুৰু টেগ বাহাদুৰ, নৱম শিখ ধৰ্মগুৰু।
  • ১৮৮৯কেশৱ বলিৰাম হেডগেৱাৰ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিস্থাপক।
  • ১৯২২ৱিলিয়াম মেনচেষ্টৰ, আমেৰিকাৰ লেখক। (মৃত্যু: ২০০৪)
  • ১৯২৬হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী গ্ৰহণ কৰা উত্তৰ-পূবৰ প্ৰথমজন ব্যক্তি, অসম আৰু পূব ভাৰতৰ প্ৰথম শ্ৰেণীৰ উদ্যোগপতি।
  • ১৯২৭যোগেশ দাস, অসমীয়া চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক।
  • ১৯২৯মিলান কুন্দেৰা, ফৰাচী তথা চেক্ ঔপন্যাসিক।
  • ১৯৩৬তৰুণ গগৈ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • ১৯৩৭মহম্মদ হামিদ আঞ্চাৰী, ভাৰতৰ ১৩ তম ৰাষ্ট্ৰপতি।
  • ১৯৩৮নুৰুল হক, অসমীয়া প্ৰযোজক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু পৰিচালক।
  • ১৯৪৩নাৰায়ণ চন্দ্ৰ বৰকটকী, ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ সাংসদ।
  • ১৯৪৩দুলাল ৰয়, অসমীয়া নাট্যকাৰ, নাট আৰু চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা।
  • ১৯৫১ড° উষাৰাণী বৰুৱা, অসমীয়া শিক্ষাবিদ, অধ্যাপিকা, সাহিত্যিক, লেখিকা।
  • ১৯৬৯ইলোৰা ৰায়চৌধুৰী, মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা।
  • ১৯৭৭পল কালানিথি, আমেৰিকান স্নায়ুশৈল্যচিকিৎসক আৰু লেখক।

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ