অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাৰায়ণ চন্দ্ৰ বৰকটকী

নাৰায়ণ চন্দ্ৰ বৰকটকী (জন্ম ১ এপ্ৰিল ১৯৪৩) ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ এগৰাকী সাংসদ আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য আৰু ২০০৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ মঙলদৈ লোকসভা সমষ্টিৰ পৰা চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত হৈছিল।

হালনাগাদ: ৩০ অক্টোবৰ ২০২৩ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

নাৰায়ণ চন্দ্ৰ বৰকটকী (জন্ম ১ এপ্ৰিল ১৯৪৩) ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ এগৰাকী সাংসদ আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য আৰু ২০০৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ মঙলদৈ লোকসভা সমষ্টিৰ পৰা চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত হৈছিল।

ইয়াৰ আগেয়ে বৰকটকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ অসম শাখাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰায়ণ চন্দ্ৰ বৰকটকী” প্ৰবন্ধৰ সংশোধন ৩৮৯৬৩৭ (৩০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।