অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৩১ মাৰ্চ

ঘটনাৱলী

  • ১৭৭৪ভাৰতত প্ৰথম ডাক সেৱা কাৰ্য্যালয় খোলা হৈছিল।
  • ১৮৬৭বোম্বাইত (বৰ্তমানৰ মুম্বাইত) প্ৰাৰ্থনা সমাজ স্থাপনা কৰা হৈছিল।
  • ১৮৮২কলিকতাত প্ৰথম টেলিফোন এক্সচেঞ্জ আৰম্ভ হয়।
  • ১৮৮৯পেৰিছত আইফেল টাৱাৰ উদ্বোধন কৰা হয়।
  • ১৯৮৩কলোম্বিয়াৰ চহৰ পোপায়নত হোৱা বিধ্বংসী ভূমিকম্পত প্ৰায় ৫০০জন ব্যক্তিৰ মৃত্যু হৈছিল।
  • ১৯৮৬মেক্সিকোত হোৱা বিমান দুৰ্ঘটনাত বিমানত থকা সকলো যাত্ৰীৰ মৃত্যু হয়। বিমানখনত ১৬৭জন যাত্ৰী আছিল।

জন্ম

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ