ইতিহাসৰ আজিৰ দিনত
২ এপ্ৰিল
জন্ম
- ১৮৬২নিকোলাছ মাৰী বুটলাৰ, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান দাৰ্শনিক।
- ১৮৯৮হৰিন্দ্ৰনাথ চট্ৰোপাধ্যায়, ভাৰতীয় কবি, অভিনেতা আৰু ৰাজনীতিক।
- ১৯০৯বেগম ঐজাজ ৰচুল, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৬৯অজয় দেৱগন, ভাৰতীয় অভিনেতা।
- ১৯৮১কপিল শৰ্মা, ভাৰতীয় টি.ভি. শ্ব'ৰ প্ৰসিদ্ধ হাস্য কলাকাৰ।
- ১৯৮৫মাধুৰীমা ঘৰফলীয়া, অসমীয়া শিশু সাহিত্যিক।
মৃত্যু
- ১৯১৪পল হেইজ, ন'বেল বঁটা প্ৰাপ্ত জাৰ্মান লেখক, কৰি আৰু অনুবাদক।
- ১৯২৮থিয়ডাৰ ৱিলিয়াম ৰিছাৰ্ড, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান ৰসায়নবিদ।
- ১৯৩৩ৰঞ্জিৎ সিং, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৯৫হানেছ এল্ফভেন, ন'বেল বঁটা প্ৰাপ্ত ছুইছ পদাৰ্থবিদ আৰু অভিযন্তা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ