অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২০ জানুৱাৰী

২০ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২০ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৫টা দিন (অধিবৰ্ষত ৩৪৬টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৩ ২৩১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

২০ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২০ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৫টা দিন (অধিবৰ্ষত ৩৪৬টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

  • ১৯৫৭ - ভাৰতৰ প্ৰথম এটমিক ৰিয়েক্টৰ অপ্সৰাৰ উদ্বোধন হৈছিল।
  • ১৯৭২ - মেঘালয়ে পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে।
  • ২০১৩ - শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰটো আঠখেলৰ ৰাইজ, অসম চৰকাৰ, দেশৰ বিভিন্ন স্থানৰ ৰাইজৰ দান-বৰঙণিৰে পুনঃ নিৰ্মাণ কৰি, গোলাঘাট পৌৰসভাৰ পৌৰপতি ডাঃ অজিত বৰুৱা দেৱৰ দ্বাৰা উদ্বোধন কৰা হয়।
  • ২০০৯ - বাৰাক অ'বামা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা বাৰাক অ'বামাই হ'ল প্ৰথমজন আফ্ৰিকীয় মূলৰ ব্যক্তি।

জন্ম

  • ১৮৭৯ - ৰঘুনাথ চৌধাৰী বিহগী কবি খ্যাত অসমীয়া কবি।
  • ১৯২০ - ফেডেৰিকো ফেলিনিৰ, ইটালীৰ চলচ্চিত্ৰ পৰিচালক।
  • ১৯২৬ - কেশৱ মহন্ত, কবি, গীতিকাৰ আৰু শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ।
  • ১৯২৭ - কুৰটোলেইন হাইদৰ, ভাৰতীয় উৰ্দু ঔপন্যাসিক, গল্পকাৰ, শিক্ষাবিদ আৰু সাংবদিক।
  • ১৭৭৫ - আণ্ড্ৰেমেৰী এম্পিয়েৰ, ফৰাচী পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞ।

মৃত্যু

  • ১৯৭৮ - নীলমণি ফুকন, অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত সাহিত্যিক, তথা ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী।
  • ১৯৮৬ - প্ৰসন্নলাল চৌধুৰী, বিশিষ্ট কবি, নাট্যকাৰ, সাহিত্যিক, প্ৰধানকৈ বিদ্ৰোহী কবি নামেৰে খ্যাত।
  • ১৯৮৮ - খাঁন আব্দুল গফৰ খানজী, সীমান্ত গান্ধী নামেৰে জনাজাত ভাৰতীয় স্বাধীনতা সংগ্ৰামী তথা ভাৰত ৰত্ন বিজয়ী।
  • ১৯৯৩ - কৰম সিং, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।

দিৱস

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

জানুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৭৮৫৮৩ (১৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।