ইতিহাসৰ আজিৰ দিনত
১২ জানুৱাৰী
জন্ম
- ১৫৯৮জিজাবাঈ শাহাজী ভোঁচলে, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ।
- ১৮৬৩স্বামী বিবেকানন্দ, ঊনবিংশ শতাব্দীৰ প্ৰসিদ্ধ হিন্দু ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য আৰু ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক।
- ১৮৬৯ভগৱান দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক আৰু শিক্ষাবিদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ সহঃপ্ৰতিষ্ঠাপক।
- ১৯৫৮অৰুণ গোবিল, ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। এখেতে “ৰামায়ণ” ধাৰাবাহিকত শ্ৰীৰামৰ চৰিত্ৰ ৰূপায়ন কৰিছিল।
- ১৯৬৪জয় পাণ্ডা, ভাৰতীয় ৰাজনীতিক।
- ১৯৭২প্ৰিয়ংকা গান্ধী, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৭৩সাক্ষী তানৱাৰ, ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন পৰিৱেশক।
- ১৯৯০মনোজ চৰকাৰ, ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।
- ১৯৯৬এলেন দেউৰী, ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ।
- ১৯৯৯আৰ্য ৰাজেন্দ্ৰন, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৯৯কৃষ্ণা নাগৰ, ভাৰতৰ ৰাজস্থানৰ পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।
মৃত্যু
- ১৬৬৫পিয়েৰ দি ফাৰ্মা, ফৰাছী অধিবক্তা।
- ১৯৭৬আগাথা ক্ৰিষ্টি, প্ৰখ্যাত ইংৰাজী লেখক।
- ২০০২জংকী বৰঠাকুৰ, ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।
- ২০০৪অল্গা লেডিজেংস্কায়া, ৰাছিয়ান গণিতজ্ঞ।
- ২০০৫অমৰীশ পুৰী, ভাৰতীয় অভিনেতা আৰু থিয়েটাৰ শিল্পী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ